বাৰ্তা:ৰাভা-সঙ্গীত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই পৃষ্ঠাত চৈধ্যটা গীতৰ কথা সন্নিৱিষ্ট কৰা উচিত হৈছেনে? ই কোনো ফালৰ পৰাই প্ৰবন্ধৰ আকাৰ পোৱা নাই। Gitartha.bordoloi 14:08, 6 অক্টোবৰ 2011 (UTC)

গীত লিখিলে প্রৱন্ধ নহয়। লেখকে ৱিকিপিডিয়াৰ মৰ্মাৰ্থ উপলব্ধি কৰিব পৰা নাই। প্রভাকৰ শৰ্মা নেওগ 01:00, 7 অক্টোবৰ 2011 (UTC)

ৰাভা সংগীত নে বিষ্ণুৰাভা সংগীত?[সম্পাদনা কৰক]

অসমীয়া সংগীত = অসমীয়া মানুহৰ গীত
বড়ো সংগীত = বড়ো মানুঘৰ গীত
ৰাভা সংগীত = ??


প্রভাকৰ শৰ্মা নেওগ 01:00, 7 অক্টোবৰ 2011 (UTC)

'বিষ্ণুৰাভা সংগীত' দিলে অধিক স্পষ্ট হ’ব,কাৰণ- 'ৰাভা সংগীত' বুলি ক’লে ৰাভাসকলোৰ (জনগোষ্ঠীৰ) গীত-মাতসমূহকো সাঙুৰি ল’ব৷ কুলধৰ ৰাভা (talk) 02:35, 20 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গীতৰ কথা যোগ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি ইয়াত আৰু গীতৰ কথা যোগ নকৰিব। ই ৱিকিপিডিয়াৰ নিয়মৰ পৰিপন্থী। এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা গীতৰ কথা Wikisourceলৈ স্থানান্তৰ কৰা হ'ব। Gitartha.bordoloi 17:31, 3 ডিচেম্বৰ 2011 (UTC)