বাৰ্তা:ৰূপহী (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰূপহীৰ মুক্তিৰ দিন[সম্পাদনা কৰক]

অৰুণলোচন দাসৰ প্ৰথম প্ৰসংগৰ উল্লেখত ছবিখনৰ মুক্তিৰ চন ১৯৪৪ বুলি উল্লেখ আছে। আনহাতে enajori.com-ত উল্লেখিত অনুসৰি মুক্তিৰ বছৰ ১৯৪১; এনাজৰী-ৰ তথ্য উল্লেখ বেছি বিশদ বাবে শুদ্ধ বুলি ধৰি লৈ ইয়াত ১৯৪১ ৰখা হৈছে। অৰুণলোচন দাসৰ কিতাপখনত চনটো এবাৰহে উল্লেখ আছে। সেয়ে ছপাৰ ভুল নেকি শুধৰাই চাবলৈ উপায় নাই।117.198.53.42 20:58, 1 এপ্ৰিল 2012 (UTC)