বিজয়ানন্দী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিজয়ানন্দী বা বিজয়ানন্দ (আনুমানিক ৯৪০-১০১০, ভাৰতৰ বেনাৰস (বৰ্তমান বাৰাণসী), আছিল এজন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী যিয়ে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।

তেওঁ জয়ানন্দৰ পুত্ৰ৷ একমাত্ৰ জনা তথ্য হ'ল যে, তেওঁ আল-বেৰুণীৰ আৰবী গ্ৰন্থ ঘুৰাত আল-জিজাতৰ পৰা কৰণতিলকা নামৰ এখন অনুবাদ গ্ৰন্থ লিখিছিল।[1] কিন্তু বিজয়নন্দী নামৰ, আনুমানিক ৫৫০ চনৰ আন এজন জ্যোতিৰ্বিজ্ঞানী আছিল, যাক বৃহস্পতি আৰু শনিৰ দ্ৰাঘিমাংশ গণনাৰ পদ্ধতি প্ৰৱৰ্তনৰ বাবে বৰাহমিহিৰএ তেওঁৰ পঞ্চসিদ্ধান্তিকাত (XVII, 62) বুলি উল্লেখ কৰিছিল।[2]

কৰণতিলকাত সময়ৰ একক, সূৰ্য আৰু চন্দ্ৰৰ দ্ৰাঘিমাংশ, দিনৰ দৈৰ্ঘ্যৰ গণনা, গ্ৰহণ আৰু অন্যান্য এনে বিষয়ৰ টোকা অন্তৰ্ভুক্ত কৰা হৈছে।[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Khan, M.S. (1987). "An Examination of Al-Bīrūnī’s Knowledge of Indian Astronomy" (en ভাষাত). International Astronomical Union Colloquium খণ্ড 91: 139–144. doi:10.1017/S0252921100105962. ISSN 0252-9211. https://www.cambridge.org/core/product/identifier/S0252921100105962/type/journal_article. 
  2. অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "Vijayanandi", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Vijayanandi.html .
  3. Sarton, George; Siegel, Frances (1936). "Forty-Sixth Critical Bibliography of the History and Philosophy of Science and of the History of Civilization (To End of February 1936,--With Special Reference to China and Japan)" (en ভাষাত). Isis খণ্ড 25 (2): 522–613. doi:10.1086/347115. ISSN 0021-1753. https://www.journals.uchicago.edu/doi/10.1086/347115.