বিন্দু

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷[1] বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷

ইউক্লিডিয়ান জ্যামিতিত কাৰ্টেচিয়ান সমতলত বিন্দু[সম্পাদনা কৰক]

কাৰ্টেচিয়ান সমতলত দুই ৰেখা XX' আৰু YY' (পৰম্পৰাগত নাম) ৯০ ডিগ্ৰীত (০,০)ত খণ্ডিত কৰে৷ এই সমতল অসীম সংখ্যক বিন্দুৰে গঠিত৷ এই সমতলত প্ৰতি ৰেখাত, আৰু ৰেখাৰ কোনো অংশতো অসংখ্য বিন্দু থাকে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org