বিন্দু
অৱয়ব
বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷[1] বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷
ইউক্লিডিয়ান জ্যামিতিত কাৰ্টেচিয়ান সমতলত বিন্দু
[সম্পাদনা কৰক]কাৰ্টেচিয়ান সমতলত দুই ৰেখা XX' আৰু YY' (পৰম্পৰাগত নাম) ৯০ ডিগ্ৰীত (০,০)ত খণ্ডিত কৰে৷ এই সমতল অসীম সংখ্যক বিন্দুৰে গঠিত৷ এই সমতলত প্ৰতি ৰেখাত, আৰু ৰেখাৰ কোনো অংশতো অসংখ্য বিন্দু থাকে৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org