বিমান বৰুৱা
অৱয়ব
বিমান বৰুৱা | |
|---|---|
| জন্ম | কাজিৰঙা, গোলাঘাট জিলা |
| উৎসস্থান | অসম, ভাৰত |
| সংগীতৰ ধৰণ | বিহুগীত |
| পেচা | সংগীত পৰিচালক, গীতিকাৰ, কণ্ঠশিল্পী |
| জীৱন-সঙ্গী | দীপাঞ্জলি বৰুৱা |
বিমান বৰুৱা (ইংৰাজী: Biman Baruah) অসমৰ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী। আধুনিক বিহুগীতৰ গীতিকাৰ আৰু শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "কিয় বিজেপিত যোগদান কৰিলে বিমান বৰুৱাই?". youtube.com. https://www.youtube.com/watch?v=s5eZgQqNfwk। আহৰণ কৰা হৈছে: 27 January 2022.