বাৰ্তা:আমেৰিকা যুক্তৰাষ্ট্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
পুনৰ্নিৰ্দেশৰে পৃষ্ঠা বাৰ্তা:অামেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বাৰ্তা:আমেৰিকা যুক্তৰাষ্ট্ৰ SlowPhotonলৈ স্থানান্তৰ কৰা হ’ল
→‎আমেৰিকাৰ বিষয়ে: নতুন অনুচ্ছেদ
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা নতুন বিষয়
11 নং শাৰী: 11 নং শাৰী:


[[সদস্য:Rajuonline|Raju]] ([[সদস্য বাৰ্তা:Rajuonline|talk]]) 06:51, 1 March 2018 (ইউ.টি.চি.)
[[সদস্য:Rajuonline|Raju]] ([[সদস্য বাৰ্তা:Rajuonline|talk]]) 06:51, 1 March 2018 (ইউ.টি.চি.)

== আমেৰিকাৰ বিষয়ে ==

অসমীয়া






[[বিশেষ:বৰঙনিসমূহ/2409:4065:D31:C1B1:38A1:B22A:9FB4:B5A5|2409:4065:D31:C1B1:38A1:B22A:9FB4:B5A5]] 01:27, 7 March 2024 (ইউ.টি.চি.)

01:27, 7 March 2024ৰ সংস্কৰণ

প্ৰবন্ধটোৰ নাম "আমেৰিকা যুক্তৰাষ্ট্ৰ"হে হ'ব লাগে। "মাৰ্কিন" নামটো বেলেগ ঠাইত কোৱা হয় জানো ? Gitartha.bordoloi 09:32, 19 ডিচেম্বৰ 2011 (UTC)

অামেৰিকা যুক্তৰাষ্ট্ৰ নে আমেৰিকা যুক্তৰাজ্য?

এই কথাত নিশ্চয় সকলোৱে সন্মত যে State=ৰাজ্য আৰু Country=ৰাষ্ট্ৰ বা দেশ, ঠিক? এতিয়া United States of America, এই নামটোৰ অৰ্থ হৈছে দেশখন কেইখনমান ৰাজ্যৰ (State) এক সমূহ। মন কৰিব যে USA খন 50 খন ৰাজ্যৰে গঠিত, 50 খন ৰাষ্ট্ৰৰে গঠিত নহয়। সেয়েহে United States of America-ৰ সঠিক অসমীয়া অনুবাদ হৈছে আমেৰিকা যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ নহয়। যুক্তৰাজ্য= ৰাজ্যৰ এক সমূহ, যুক্তৰাষ্ট্ৰ= ৰাষ্ট্ৰৰ এক সমূহ। এইটো এটা বহুল প্ৰচলিত ভুল। News Live চেনেলত অসমীয়া বানানৰ ওপৰত কাৰ্যসূচী এটা চলি আছে, তাতো দেৱেন দত্ত চাৰে এই কথাটো উল্লেখ কৰিছিল। সেয়েহে এইটো সকলোতে শুধৰণি কৰিব লাগে।

একে প্ৰসঙ্গত, UK নামটো যুক্তৰাজ্য হিচাপে অনুবাদ কৰা হৈছে, সেইটোও ভুল। UK হৈছে United Kingdom, সেয়েহে ইয়াৰ সঠিক অনুবাদ হ'ব সংযুক্ত ৰাজতন্ত্ৰ।


Raju (talk) 06:51, 1 March 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আমেৰিকাৰ বিষয়ে

অসমীয়া




2409:4065:D31:C1B1:38A1:B22A:9FB4:B5A5 01:27, 7 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]