ইছলাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
সাঁচ ৰোগ কৰা হ'ল
No edit summary
টেগ্‌: উলটিওৱা হৈছে
1 নং শাৰী: 1 নং শাৰী:
IGH()WGI()W
{{Wikify}}{{ইছলাম}}
HIW$)(HIW)($HIGH()WGI()W
[[চিত্ৰ:Kaaba at night.jpg|thumb|205px|[[চৌদি আৰৱ|চৌদি আৰৱৰ]] [[মক্কা]]ৰ [[কাবা|কাবা শ্বৰীফ]]; য'ত গোটেই বিশ্বৰ লাখ লাখ মুছলিমে একতাৰ মাধ্যমেৰে ধৰ্মীয় ভাৱগাম্ভীৰ্যৰ সৈতে প্ৰাৰ্থনা কৰি থাকে। ]]
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
'''ইছলাম''' ({{IPAc-en|lang|ˈ|I|s|l|a:|m}}; [[আৰবী|আৰবী ভাষাত]]: الإسلام ''আল্‌ ইছলাম্‌'') এটা [[একেশ্বৰবাদ|একেশ্বৰবাদী]] [[আব্ৰাহামিক ধৰ্ম]]।<ref>{{cite web|title=The concept of monotheism in Islam:Country guide|url=http://en.islamtoday.net/node/1309|author='''`Abd al-Wahhâb al-Turayrî'''|access-date=2017-02-02|archivedate=2017-04-22|archiveurl=https://web.archive.org/web/20170422043757/http://en.islamtoday.net/node/1309|deadurl=yes}}</ref>
HIW$)(HIW)($HIGH()WGI()W
'''ইছলাম''' ([[আৰবী]]: الإسلام‎) শব্দটো আহিছে [[আৰবী]] س-ل-م ([[ছালাম]]) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, '''[[ইছলাম]]''' হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ ([[আল্লাহ]])ৰ ওচৰত আত্মসমৰ্পণ কৰা।
HIW$)(HIW)($HIGH()WGI()W
"ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা।<ref>{{cite web| title=Meaning of the word Islam:Country guide|url=https://islamqa.info/en/10446|author='''Islam Question and Answer'''|author='''Shaykh Muhammad Saalih al-Munajjid'''}}</ref>
HIW$)(HIW)($HIGH()WGI()W
[[ইছলাম]] শব্দটো উৎপত্তি হৈছে [[ছালাম|ছালামৰ]] পৰা, যাৰ অৰ্থ হৈছে শান্তি।<ref>{{cite web|title=The Meaning of the Word Islam:Country guide|url=http://muslimvoices.org/word-islam-meaning/|author='''Rosemary Pennington(Program Coordinator for Voices and Visions is a graduate student in the School of Journalism at Indiana University)'''|access-date=2017-02-02|archivedate=2017-02-11|archiveurl=https://web.archive.org/web/20170211023448/http://muslimvoices.org/word-islam-meaning/|deadurl=yes}}</ref> খৃষ্টীয় সম্তম শতিকাত আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা [[মুহাম্মাদ|মুহাম্মাদে (ছাঃ)]] এই ধৰ্ম প্ৰচাৰ কৰে। [[কোৰআন]] ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক [[মুছলমান]] বা [[মুছলিম]] বোলা হয়। কোৰআন [[আল্লাহ|আল্লাহৰ]] বাণী আৰু [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)ৰ]] ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি [[মুহাম্মাদ]] [[চাল্লাহু আলাইহি ওয়াছাল্লাম]] শেষ [[নবী]]। [[হাদিছ|হাদিছৰ]] পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে [[কোৰআন]]'ক ব্যাখ্যা কৰা হয়।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
[[ইহুদি ধৰ্ম|ইহুদি]] আৰু [[খ্ৰীষ্টান ধৰ্ম|খ্ৰীষ্টান ধৰ্মৰ]] ন্যায় ইছলাম ধৰ্ম আৰু [[আব্ৰাহামিক ধৰ্ম|আব্ৰাহামীয়]]।<ref>{{cite book | author=Vartan Gregorian | title=Islam: A Mosaic, Not a Monolith | publisher=Brookings Institution Press | location=Washington D.C. | year=2003 | id=ISBN 0-8157-3283-X|pages=p. ix}}</ref> মুছলমানৰ সংখ্যা অনুমাণিক ১৪০ কোটি আৰু তেওঁলোক [[পৃথিৱী|পৃথিৱীৰ]] দ্বিতীয় বৃহত্তম ধৰ্মাৱলম্বী গোষ্ঠী।<ref>{{cite book |author= Teece, Geoff |title=Religion in Focus: Islam |publisher=Smart Apple Media| year=2005| pages=p. 10}}</ref> মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম আৰু তেওঁৰ উত্তৰসূৰী সকলৰ প্ৰচাৰ আৰু উত্তম আদৰ্শৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।<ref>{{Cite web|last=Nelson|first=Lynn Harry|url=http://www.ku.edu/kansas/medieval/108/lectures/islam.html|title=Islam and the Prophet Muhammad|accessdate=2006-06-17|publisher=Kansas University|archivedate=2006-08-04|archiveurl=https://web.archive.org/web/20060804021628/http://www.ku.edu/kansas/medieval/108/lectures/islam.html|deadurl=yes}} - "One must remember that we are talking about the Muslim expansion, not Arab conquests. The expansion of Islam was as much, or perhaps much more, a matter of religious conversion than it was of military conquest."</ref> বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ [[মধ্যপ্ৰাচ্য]], [[উত্তৰ আফ্ৰিকা]], [[পূৰ্ব আফ্ৰিকা]], [[পশ্চিম আফ্ৰিকা]]. [[দক্ষিণ এছিয়া]], [[মধ্য এছিয়া]], [[দক্ষিণ-পূৱ এছিয়া|দক্ষিণ-পূৱ এছিয়াত]] মুছলমানসকল বাস কৰে। আৰব দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।<ref> {{cite book |author= John L Esposito|title=What Everyone Needs to Know About Islam |publisher=Oxford University Press US| year=2002| pages=p. 2| id=ISBN 0-19-515713-3}}</ref> [[যুক্তৰাজ্য|যুক্তৰাজ্যসহ]] বহুকেইখন [[ইউৰোপ|ইউৰোপীয়]] দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।<ref> {{cite web| title=Religion In Britain| url= http://www.statistics.gov.uk/cci/nugget.asp?id=293| author=Office for National Statistics| date=[[2003-02-13]]| accessdate=2006-08-27}} </ref><ref> {{cite web| title=Muslims in Europe: Country guide| url= http://news.bbc.co.uk/1/hi/world/europe/4385768.stm| author=BBC| date=[[2005-12-23]]| accessdate=2006-09-28}} </ref> [[Pew Research Center]]ৰ জৰীপৰ মতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থকা ধৰ্ম হৈছে ইছলাম।<ref>{{cite web| title=The Future of World Religions: Population Growth Projections, 2010-2050: Country guide|url=http://www.pewforum.org/2015/04/02/religious-projections-2010-2050| author='''Pew Research Center'''}}</ref>
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
== ধৰ্মবিশ্বাস ==
HIW$)(HIW)($HIGH()WGI()W
মুছলিম সকলে বিশ্বাস কৰে যে, আল্লাহ মানৱজাতিৰ বাবে তেখেতৰ বাণী [[ফৰিষ্টা]] [[জিব্ৰাইল|জিব্ৰাইলৰ (আঃ)]] মাধ্যমেৰে [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]]ৰ ওচৰত অৱতীৰ্ণ কৰিছে। [[কোৰআন]]ত উক্ত "[[নবুওৱত|খতমে নবুওৱত]]" আৰু [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] নিজৰ দাবীৰ ভিত্তিত [[মুছলিম]] সকলে তেওঁক শেষ বাণীবাহক ([[নবী]]) বুলি বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাসমতে, তেখেত সকলৰ পবিত্ৰ গ্ৰন্থ [[কোৰআন]] নিখুঁত, অবিকৃত আৰু মানৱজাতিৰ উদ্দেশ্যে অৱতীৰ্ণ [[আল্লাহ]]ৰ শেষ বাণী, যি [[কিয়ামত|পুনৰুত্থান দিৱস]] পৰ্যন্ত বৰ্তী বা কাৰ্যকৰী হৈ থাকিব।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
[[মুছলিম]] সকলৰ বিশ্বাস অনুযায়ী, [[আদম|আদম (আঃ)]] ৰ পৰা আৰম্ভ কৰি ঈশ্বৰ-প্ৰেৰিত সকলো পুৰুষ ইছলামৰ বাণীয়েই প্ৰচাৰ কৰি গৈছে। পৱিত্ৰ [[কোৰআন]]ৰ [[ছূৰা]] [[ছূৰা ফাতিৰ|ফাতিৰ]]ত কোৱা হৈছে,
HIW$)(HIW)($HIGH()WGI()W
{{cquote|"নিঃসন্দেহে মই তোমাক ([[মুহাম্মাদ]]) পঠাইছো সত্যৰ সৈতে সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে। আৰু এনেকোৱা কোনো সম্প্ৰদায় নাই, যিসকলৰ মাজত এজন সতৰ্ককাৰী পঠোৱা হোৱা নাই। "৩৫:২৪<ref name = "ছুৰা">{{cite book |title= আল্ কোৰআন |publisher= Islam House Assamese| year=2015 ইংৰাজী| Eebsite=www.IslamHouse.com/as}}</ref>}}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
ইছলামৰ দৃষ্টিত ইহুদি আৰু খ্ৰীষ্টান উভয়েই [[ইব্ৰাহিম|আব্ৰাহামৰ]] শিক্ষাৰ ঐতিহ্য পৰম্পৰা। উভয় ধৰ্মাৱলম্বীকেই কোৰানত "[[আহলে কিতাপ|আহলে কিতাব]]" (আকাশী কিতাব পোৱা) বুলি সম্বোধন কৰা হৈছে আৰু [[বহু-ঈশ্বৰবাদ|বহুদেৱতাবাদীসকলৰ]] পৰা পৃথক কৰা হৈছে। পৱিত্ৰ কোৰআনৰ ছূৰা আলে ইমৰাণত আহ্বান কৰা হৈছে,
HIW$)(HIW)($HIGH()WGI()W
{{cquote|"কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি [[মুছলিম]]’। "৩:৬৪<ref name="ছুৰা"/>}}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
এই ধৰ্ম দুটাৰ গ্ৰন্থসমূহৰ বিভিন্ন ঘটনা আৰু বিষয়ৰ উল্লেখ কোৰানত আছে, কিন্তু বহুত ক্ষেত্ৰত পাৰ্থক্যও দেখা যায়। ইছলামী বিশ্বাসানুসাৰে এই দুই ধৰ্মৰ অনুশৰণকাৰীসকলে তেখেতসকলৰ ওচৰত প্ৰদত্ত ঈশ্বৰৰ বাণীৰ অৰ্থগত আৰু নানাবিধ বিকৃতসাধন কৰিছে; ইহুদিসকলৰৰ [[তাওৰাত|তৌৰাতক]] (তোৰাহ) আৰু খ্ৰীষ্টানসকলৰ মতে [[ইঞ্জিল]] ([[নতুন বাইবেল]])।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
=== আল্লাহ===
HIW$)(HIW)($HIGH()WGI()W
{{Main|আল্লাহ}}
HIW$)(HIW)($HIGH()WGI()W
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তাক]] '[[আল্লাহ]]' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা [[কলিমা|তৌহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তমভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ/কলিমা]] বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
HIW$)(HIW)($HIGH()WGI()W
{{cquote|''মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষী দি আছোঁ যে, মুহাম্মদ (ছঃ) আল্লাহৰ বাৰ্তাবাহক। " এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ (ছাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক। }}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
[[ছূৰা ইখলাছ|ছূৰা এখলাছত]] আল্লাহৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,
HIW$)(HIW)($HIGH()WGI()W
{{cquote|"কওক, তেওঁ আল্লাহ, এক, একক
HIW$)(HIW)($HIGH()WGI()W
আল্লাহ অমুখাপেক্ষী,
HIW$)(HIW)($HIGH()WGI()W
তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
HIW$)(HIW)($HIGH()WGI()W
আৰু তেওঁৰ সমতুল্য একোৱেই নাই। }}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
কোৰআনৰ ২:২৫৫ত কোৱা হৈছে,
HIW$)(HIW)($HIGH()WGI()W
{{cquote|আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। }}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ [[ত্ৰিত্ববাদ]] (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰৰ সাদৃশ্য একোৱেই নাই। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
=== ফৰিষ্টা ===
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
{{Main|ফৰিষ্টা}}
HIW$)(HIW)($HIGH()WGI()W
ফৰিষ্টা ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। '''আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ''' ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহ'লেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে:
HIW$)(HIW)($HIGH()WGI()W
# [[জিব্ৰাইল]] ([[চাল্লাহু আলাইহি ওয়াছাল্লাম|আলাইহিছ ছালাম]])
HIW$)(HIW)($HIGH()WGI()W
# [[মিকাইল]] ([[চাল্লাহু আলাইহি ওয়াছাল্লাম|আলাইহিছ ছালাম]])
HIW$)(HIW)($HIGH()WGI()W
# [[ইছৰাফিল]] ([[চাল্লাহু আলাইহি ওয়াছাল্লাম|আলাইহিছ ছালাম]])
HIW$)(HIW)($HIGH()WGI()W
# [[মালাক আল-মাউত]] ([[চাল্লাহু আলাইহি ওয়াছাল্লাম|আলাইহিছ ছালাম]])
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
ইছলাম, [[খ্ৰীষ্টান ধৰ্ম]] আৰু [[ইহুদি ধৰ্ম]]ৰ বাদে [[হিন্দু ধৰ্ম]]তো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।{{Citation needed}}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
===পয়গম্বৰ(নবী), বাৰ্তাবাহক(ৰাছুল)===
HIW$)(HIW)($HIGH()WGI()W
{{main|ইছলামৰ পয়গম্বৰ}}
HIW$)(HIW)($HIGH()WGI()W
'''ইছলামত পয়গম্বৰ''' ({{lang-ar|'''نبي'''}}) হ'ল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় ''[[নবী|নাবী]]''(নবী)।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
ইছলামী ঐতিহ্য মতে [[আল্লাহ|ঈশ্বৰে]] প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্ৰেৰণ কৰিছে। ইছলাম অনুযায়ী একমাত্ৰ [[মুহাম্মাদ|মুহাম্মদ(আঃ)]]কেই আল্লাহৰ বাৰ্তা সমগ্ৰ মানৱজাতিৰ ওচৰত পঠিয়াই দিয়াৰ বাবে প্ৰেৰিত হৈছিল, য'ত অন্যান্য পয়গম্বৰ সকল এটা নিৰ্দিষ্ট গোত্ৰ বা জাতিৰ ওচৰত প্ৰেৰিত হৈছিল।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
ইহুদি আৰু খ্ৰীষ্টধৰ্মৰ বিপৰীতে, ইছলামত [[ৰাছুল|আল্লাহৰ বাৰ্তাবাহক]] আৰু পয়গম্বৰ ([[নবী|নবীৰ]]) মাজত পাৰ্থক্য কৰে। উভয়েই “ঐশ্বৰিক অণুপ্ৰেৰণা”ৰ দ্বাৰা আল্লাহৰ প্ৰত্যাদেশ প্ৰাপ্ত। তদুপৰি, বাৰ্তাবাহকসকল গ্ৰন্থ আকাৰে এটা সম্প্ৰদায়ৰ বাবে [[শ্বৰিয়া|ঐশ্বৰিক নিয়ম কানুন]] প্ৰদান কৰে আৰু পয়গম্বৰসকলৰ বিপৰীতে [[আল্লাহ|আল্লাহৰ]] কৰ্তৃক সাফল্যৰ নিশ্চয়তা প্ৰাপ্ত ব্যক্তি। যেনেকৈঃ [[মুছলিম]]সকলৰ ধৰ্মগ্ৰন্থ [[কোৰআন|কোৰআনত]] কোৱা হৈছে,
HIW$)(HIW)($HIGH()WGI()W
{{cquote|
HIW$)(HIW)($HIGH()WGI()W
<i>যদিও সকলো "[[ৰাছুল]]" সকলেই "[[নবী]]", কিন্তু সকলো "[[নবী]]" সকল "ৰাছুল" নহয়।<ref>[[:en:Itmam al-hujjah|Itmam al-hujjah]]) by Inayat Khan</ref>
HIW$)(HIW)($HIGH()WGI()W
<ref>[[:en:John Esposito|John Esposito]](2005), Islam: The Straight Path, p.20</ref>
HIW$)(HIW)($HIGH()WGI()W
<ref>[[:en:Amin Ahsan Islahi|Amin Ahsan Islahi]]. ''[[:en:Tadabbur-i-Qur'an|Tadabbur-i-Qur'an]]'', vol.8, p.273</ref>
HIW$)(HIW)($HIGH()WGI()W
<ref>[http://answering-islam.org/Index/R/rasul.html Rasul and nabi]</ref>}}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
সকলো বাৰ্তাবাহক([[ৰাছুল]] আৰু কেইজনমান পয়গম্বৰৰ নাম [[কোৰআন|কোৰআনত]] উল্লিখিত আছে। মুছলিম সকলে বিশ্বাস কৰে যে [[আদম]] হ'ল প্ৰথম পয়গম্বৰ ([[নবী]]), পক্ষান্তৰে শেষ পয়গম্বৰ হ'ল [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]]। খ্ৰীষ্টধৰ্মৰ নিচিনাই ইছলামেও [[ঈছা|ঈছা(আঃ)]] (যীশু)ৰ জন্মবাদৰ ৰহস্যত বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় যে তেখেত নবী আছিল কাৰণ আল্লাহৰ পৰা তেখেতে [[ওহী]] প্ৰাপ্ত। যীশু এজন বাৰ্তাবাহক হিচাবেও বিবেচিত হয় কাৰণ আল্লাহে তেখেতৰ ওপৰত [[ঈঞ্জিল|সুসমাচাৰ]](New Testament) প্ৰকাশ কৰিছিল।<ref>see the Qur'an {{Quran-usc|3|45}}</ref> অৱশ্যে, খ্ৰীষ্টধৰ্মৰ বিপৰীতে ইছলাম ধৰ্মত আল্লাহৰ পুত্ৰ দাবি কৰা ধৰ্ম বিৰোধী আৰু যীশু এজন মানুহ হিচাবেই বিবেচিত হয়।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
=== ঐশ্বিক গ্ৰন্থ ===
HIW$)(HIW)($HIGH()WGI()W
ঐশ্বিক গ্ৰন্থ বা আচমানী কিতাপ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুছলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ''সকলো ঐশ্বিক গ্ৰন্থৰ ওপৰত ঈমান অনাটো ইছলামৰ অপৰিহাৰ্য অংগ। '' প্ৰথম মানৱ তথা [[আদম|নবী আদম]] [[চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম|(আঃ)]]ৰ পৰা শেষ নবী হজৰত [[মুহাম্মাদ]] [[চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম|(ছঃ)]] লৈ কালক্ৰমে বিভিন্ন নবীৰ ওপৰত এনে ঐশ্বিক গ্ৰন্থসমূহ অৱতীৰ্ণ হয়। ইয়াৰে প্ৰধাণ চাৰিটা ঐশ্বিক গ্ৰন্থ হ'ল-
HIW$)(HIW)($HIGH()WGI()W
*[[তাওৰাত]] (Torah, The Old Testament) , যিখন কিতাপ অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[মুছা]] [[চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম|আঃ]] (Moses)ৰ ওপৰত,
HIW$)(HIW)($HIGH()WGI()W
*[[জাবুৰ]] (Psalms) যিখন অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[দাউদ]] [[চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম|আঃ]] (David)ৰ ওপৰত,
HIW$)(HIW)($HIGH()WGI()W
*[[ইঞ্জিল]], (Bible, The New Testament) যিখন অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[ঈছা]] [[চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম|আঃ]] (Jesus)ৰ ওপৰত, আৰু
HIW$)(HIW)($HIGH()WGI()W
*[[কোৰআন|আল‌‌-কোৰআন]] (The Final Testament) সৰ্ৱশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যি অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[মুহাম্মাদ]] [[চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম|দঃ]] (Muhammad)ৰ ওপৰত।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
===বিচাৰ দিৱস===
HIW$)(HIW)($HIGH()WGI()W
মুছলমানসকলে বিশ্বাস কৰে যে প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ'ব। পৃথিৱীত কৰি যোৱা কৰ্ম অনুযায়ী আখিৰাত (মৃত্যুৰ পিছৰ জীৱন)-ত তেওঁলোকে ফল ভোগ কৰিব। ভাল কৰ্ম কৰাসকলক জান্নতৰ দ্বাৰা পুৰস্কৃত কৰা হ’ব আৰু নিচ কৰ্ম কৰাসকলক জাহান্নামত নিক্ষেপ কৰা হ’ব। ইছলামীয় বিশ্বাস অনুযায়ী সেই বিচাৰ দিৱসৰ কিছু পৰিস্থিতি নিম্নৰূপ-
HIW$)(HIW)($HIGH()WGI()W
#সেইদিনা সকলোকে একত্ৰিত কৰা হ’ব,
HIW$)(HIW)($HIGH()WGI()W
#পৃথিৱীৰ মাটি হ’ব ৰুটিৰ দৰে,
HIW$)(HIW)($HIGH()WGI()W
# মানুহ নগ্নপদ ও নগ্নদেহে সমবিত হ’ব,
HIW$)(HIW)($HIGH()WGI()W
# কোনোয়ে কাৰো প্ৰতি দৃষ্টি দিয়াৰ সময় নাপাব,
HIW$)(HIW)($HIGH()WGI()W
#কাফিৰসকলক (অবিশ্বাসী) নীচমুৱা কৰি টানি টানি একত্ৰিত কৰা হ’ব,
HIW$)(HIW)($HIGH()WGI()W
#প্ৰতি এহাজাৰত ৯৯৯জন লোক জাহান্নামী বুলি ঘোষিত হ’ব
HIW$)(HIW)($HIGH()WGI()W
#সেইদিন মানুহ ঘৰ্মাক্ত হ’ব, ঘামত সিহঁত কানলৈকে ডুব যাব,
HIW$)(HIW)($HIGH()WGI()W
#সূৰ্যক অতি ওচৰত অনা হ’ব আৰু মানুহ আমল অনুপাতে ঘামৰ মাজত ডুবি থাকিব,
HIW$)(HIW)($HIGH()WGI()W
#পৃথিৱীত যিয়ে আল্লাহৰ বাবে ছিজদাহ কৰা নাই বা অন্যক দেখুৱাৰ উদ্দেশ্যে ছিজদাহ কৰিছে সিহঁত সিদিনা আল্লাহক ছিজদাহ দিব নোৱাৰিব,
HIW$)(HIW)($HIGH()WGI()W
# মুমিনসকলৰ হিচাব হ’ব মুখা-মুখি,
HIW$)(HIW)($HIGH()WGI()W
# যাৰ হিচাব পুংখানুপুংখকৈ সোধা হ’ব সি ধ্বংস প্ৰাপ্ত হ’ব,
HIW$)(HIW)($HIGH()WGI()W
#সিদিন মানুহৰ মুখ বন্ধ কৰি দিয়া হ’ব,
HIW$)(HIW)($HIGH()WGI()W
# হাত, ভৰি, কান, চকু আৰু চৰ্মই মানুহৰ বিৰুদ্ধে সাক্ষী দিব,
HIW$)(HIW)($HIGH()WGI()W
# সেই দিনা সময় সীমা হ’ব ৫০ হাজাৰ বছৰৰ সমান,
HIW$)(HIW)($HIGH()WGI()W
#কিন্তু সেই দিনা মুমিনসকলৰ বাবে এটি ফৰজ সালাত আদায়ৰ সময় যেন অনুভৱ হ’ব।
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
==ইছলামৰ পঞ্চস্তম্ভ==
HIW$)(HIW)($HIGH()WGI()W
*[[কলিমা]] ‍(বিশ্বাস, একশ্বৰবাদ)
HIW$)(HIW)($HIGH()WGI()W
*[[ছালাত]] (নামাজ, প্ৰাৰ্থনা)
HIW$)(HIW)($HIGH()WGI()W
*[[ছিয়াম]] (ৰোজা, নিৰ্ধাৰিত কিছুমান কামৰ পৰা বিৰত থকা)
HIW$)(HIW)($HIGH()WGI()W
*[[জাকাত]] (দান)
HIW$)(HIW)($HIGH()WGI()W
*[[হজ্জ]] (মক্কা ভ্ৰমণ)
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
== তথ্যসূত্ৰ ==
HIW$)(HIW)($HIGH()WGI()W
{{reflist|2}}
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
==বহিঃসংযোগ==
HIW$)(HIW)($HIGH()WGI()W
* [http://www.islamonline.net/ ইছলাম অনলাইন ]
HIW$)(HIW)($HIGH()WGI()W
* [http://www.islamicity.com/ ইসলামী চিটি]
HIW$)(HIW)($HIGH()WGI()W
* [http://www.bbc.co.uk/religion/religions/islam/ বিবিচি]
HIW$)(HIW)($HIGH()WGI()W
* [http://www.banglaislam.com/ বাংলাইছলাম] {{Webarchive|url=https://web.archive.org/web/20120103233232/http://www.banglaislam.com/ |date=2012-01-03 }}
HIW$)(HIW)($HIGH()WGI()W
* [http://www.islamhouse.com/ ইছলাম হাউছ]
HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W

HIW$)(HIW)($HIGH()WGI()W
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($HIGH()WGI()W
HIW$)(HIW)($H

06:15, 19 April 2024ৰ সংস্কৰণ

IGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($HIGH()WGI()W HIW$)(HIW)($H