বহুকোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''বহুকোষী জীৱ''' হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বা...
 
No edit summary
21 নং শাৰী: 21 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}
[[শ্ৰেণী:জীৱবিজ্ঞান]]

17:48, 23 September 2014ৰ সংস্কৰণ

বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে।[1]

কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ প্ৰাণী, স্থলজ উদ্ভিদ, ফিলামেণ্টযুক্ত ভেঁকুৰ আৰু বহুতো শেলাই বহুকোষী। ডাইক্ট'ষ্টেলিয়ামৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।

বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।

বিৱৰ্তন

বৰ্তমানৰ পৰা প্ৰায় ৩০-৩৫ নিযুত বছৰ আগতেই কাইনবেক্টেৰিয়া-সদৃশ বহুকোষী জীৱ থকাৰ প্ৰমান পোৱা গৈছে।

তথ্য সংগ্ৰহ

  1. Becker et al, Wayne M. (2009). The world of the cell. Pearson Benjamin Cummings. পৃষ্ঠা. 480. ISBN 978-0-321-55418-5.