মাওলাইনং গাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
55 নং শাৰী: 55 নং শাৰী:
| iso_code =
| iso_code =
| footnotes =
| footnotes =
}}
}}মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ। [[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন '''[[এচিয়া]] মহাদেশৰ ''সবাতোকৈ পৰিস্কাৰ'' গাওঁ'''। খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰ সমাজ মাতৃপ্ৰধান।
মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ।<ref>[http://iay.nic.in/netiay/benf_lvl2.aspx?page=p&panchayat_code=2102008002&panchayat_name=Mawlynnong&state_code=21&state_name=MEGHALAYA&district_name=EAST%20KHASI%20HILLS&block_name=PYNURSLA,&fin_year=2010-2011&shortname=MG IAY Report for Financial year 2010-2011]</ref> [[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন '''[[এচিয়া]] মহাদেশৰ ''সবাতোকৈ পৰিস্কাৰ'' গাওঁ'''।<ref>{{cite web|url=http://www.ndtv.com/india-news/asias-cleanest-village-is-in-meghalaya-702737|title=Asia's Cleanest Village is in Meghalaya}}</ref> খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰ সমাজ মাতৃপ্ৰধান।<ref>[http://www.washingtonpost.com/news/in-sight/wp/2015/04/17/kingdom-of-girls-women-hold-power-in-this-remote-indian-village/ Kingdom of girls: Women hold power in this remote Indian village]" '[[Washington Post]]''. April 17th 2015. Retrieved on June 6, 2015.</ref>
এই গাওঁখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।
এই গাওঁখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।



12:20, 14 May 2016ৰ সংস্কৰণ

মাওলাইনং
—  গাঁও  —
মাওলাইনং is located in India
মাওলাইনং
ভৌগোলিক স্থানাংক: 25°11′59″N 91°55′54″E / 25.19972°N 91.93167°E / 25.19972; 91.93167স্থানাংক: 25°11′59″N 91°55′54″E / 25.19972°N 91.93167°E / 25.19972; 91.93167
দেশ  ভাৰত
রাজ্য মেঘালয়
জিলা পূৱ খাচী হিলচ
Block পাইনুৰ্চলা
জনসংখ্যা (২০১৫)
 - মুঠ ৫০০ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)

মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ।[1] ভাৰতবৰ্ষমেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাওঁ[2] খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰ সমাজ মাতৃপ্ৰধান।[3] এই গাওঁখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।

ভৌগোলিক স্থিতি

ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ মাওলাইনং শ্বিলংৰ পৰা ভাৰত বাংলাদেশ সীমান্তৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত ।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি গাওঁখনৰ মুঠ জনসংখ্যা ৫০০জন , আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে । স্বাক্ষৰতাৰ হাৰ ১০০% ।

বৃত্তি

গাওঁখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ অসমৰ দৰেই ইয়াত তামোল গছৰ পৰিমাণ বেছি সেয়ে চুপাৰীৰ ব্যৱসায় দেখা যায়। পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।

মাতৃপ্ৰধান সমাজ

খাচী সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে জন্মসূত্ৰে মাতৃৰ উপাধি লাভ কৰে। উত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জেষ্ঠা কন্যাই হে সা-সম্পত্তি লাভ কৰে।

পৰিস্কাৰ পৰিচন্নতা

পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত। চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাওঁখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিস্কাৰ গাওঁ হিচপে বিবেচিত হৈছে।

পৰ্যটন কেন্দ্ৰ

প্ৰকৃতিয়ে গাওঁ খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ(living root bridge)আছে ,যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা বাংলাদেশৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাওঁখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।

  1. IAY Report for Financial year 2010-2011
  2. "Asia's Cleanest Village is in Meghalaya". http://www.ndtv.com/india-news/asias-cleanest-village-is-in-meghalaya-702737. 
  3. Kingdom of girls: Women hold power in this remote Indian village" 'Washington Post. April 17th 2015. Retrieved on June 6, 2015.