প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
অ র -> ৰ |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
[[Category:পৰিবেশ বিজ্ঞান]] |
[[Category:পৰিবেশ বিজ্ঞান]] |
||
[[ |
[[চিত্ৰ:AlfedPalmersmokestacks.jpg|right|thumb|300px|২য় বিশ্বযুদ্ধৰ সময়ৰ এটা কাৰখানাৰ পৰা নিৰ্গত বায়ু প্ৰদূষণ]] |
||
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী [[পদাৰ্থ]] আমাৰ চৌপাশে থকা [[মাটি]], [[পানী]] আৰু [[বায়ু]]ত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা [[খনিজ পদাৰ্থ]], [[বেক্টেৰিয়া]], [[কেঁচু]] আদি অনেক সৰু সৰু জীৱ, পানীত থকা [[অক্সিজেন]], [[হাইড্ৰোজেন]] আৰু বায়ুত থকা [[অক্সিজেন]] [[কাৰ্বন-ডাই-অক্সাইড]] আদি) নষ্ট কৰে৷ তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল '''প্ৰদূষণ''' বা পৰিৱেশ দূষিতকৰণ৷ |

11:03, 9 December 2011ৰ সংস্কৰণ
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰোজেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে৷ তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ৷
প্ৰকাৰভেদ
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷
- বায়ু প্ৰদূষণ
- পানী (জল) প্ৰদূষণ
- শব্দ প্ৰদূষণ
- তেজস্ক্ৰীয় প্ৰদূষণ
- স্থল প্ৰদূষণ
- পেলনীয়া আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণ
প্ৰভাৱ
মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ
পৰিৱেশৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ