বিশ্ব পৰিৱেশ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাঁচ:অসম্পূর্ণ

বিশ্ব পৰিৱেশ দিৱস
World Environment Day (WED)
বিশ্ব পৰিৱেশ দিৱসWorld Environment Day (WED)
সম্পুৰ্ণ নাম UN World Environment Day
অন্য নাম Eco Day, পৰিৱেশ দিৱস, WED
পালন কৰে বিশ্বব্যাপী
প্ৰকাৰ International
মহত্ব This day is observed to create global awareness about environmental problems world or a specific country is facing.
তাৰিখ ৫ জুন
সম্পৰ্কিত পৰিৱেশ,প্রদূষণ


বিশ্ব পৰিৱেশ দিবস (ইংৰাজী: World Environment Day, সংক্ষেপে WED) প্রতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কর্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিবস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানবিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্রিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰ্তি বছৰেই এই দিবস পালন কৰা অহা হৈছে। [1][2] এই দিবসটি প্রথম পালন কৰা হয় ১৯৭৩ খ্রিষ্টাব্দত। প্রতি বছৰে এই দিবসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্রতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলার্ধত দিবসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিবসটি শৰতত পালিত হয়।

তথ্যসূত্র[সম্পাদনা কৰক]