বিশ্ব পৰিৱেশ দিৱস
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
বিশ্ব পৰিৱেশ দিৱস World Environment Day (WED) | |
---|---|
![]() | |
সম্পুৰ্ণ নাম | UN World Environment Day |
অন্য নাম | Eco Day, পৰিৱেশ দিৱস, WED |
পালন কৰে | বিশ্বব্যাপী |
প্ৰকাৰ | আন্তৰাষ্ট্ৰীয় |
মহত্ব | বিশ্বই বা এখন নিৰ্দিষ্ট দেশে পৰিৱেশগত সমস্যাৰ সন্মুখিন হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে বিশ্বক সজাগ বা সচেতনতা কৰাৰ কাৰণে এই দিৱসটি পালন কৰা হয়৷ |
তাৰিখ | ৫ জুন |
সম্পৰ্কিত | পৰিৱেশ, প্ৰদূষণ |
সংঘটন | বাৰ্ষিক |
বিশ্ব পৰিৱেশ দিৱস (ইংৰাজী: World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্ৰিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰেই এই দিৱস পালন কৰি অহা হৈছে। [1][2] এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ http://www.unep.org/wed/about/
- ↑ United Nations General Assembly Session -1 Resolution 2994. United Nations Conference on the Human Environment A/RES/2994(XXVII) page 1. 15 December 1972. Retrieved 22 August 2008.