৫ জুন (ইংৰাজী : 5 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৫৬তম (অধিবৰ্ষ ত ১৫৭তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৬৬১ - ছাৰ আইজাক নিউটন কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল।
১৯৪০ - প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়।
১৯৭২ - চৃুইডেনৰ ৰাজধানী ষ্ট'কহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ (UNED) মানৱ পৰিৱেশ (Human Environment) সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ (৫-১৬ জুনলৈকে) কৰে ।
১৯৭২ - ষ্ট'কহোম বৈঠকত প্ৰতিবছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিবস পালন কৰা সিদ্ধান্ত লয়।
৪৬৯ - খ্ৰীষ্টপূৰ্ব - ছক্ৰেটিছ , গ্ৰিক দাৰ্শনিক (মৃত্যু ৩৯৯ খ্ৰীষ্টপূৰ্ব )
১৮৩৪ - জন বেৰী হোৱাইট , অসমত চিকিৎসা বিজ্ঞান আৰু শিল্পদ্যোগৰ প্ৰতিস্থাতা।
১৮৬৫ - সতীশ চন্দ্ৰ মুখাৰ্জি, ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া।
১৯৪৪ - হুইটফিল্ড ডিফি, মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী।
১৯৭২ - যোগী আদিত্যনাথ , ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ।
১৯৭৪ - মাৰভিন ডিলন, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
১৯৯০ - মাচেত্তিৰা ৰাজু পুভাম্মা , ভাৰতীয় দৌৰবিদ।
১৯১০ - অ’ হেনৰি, প্ৰখ্যাত আমেৰিকান ছুটি গল্পকাৰ।
২০০৪ - ৰোনাল্ড ৰেগান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪০তম ৰাষ্ট্ৰপতি।
২০২৩ - গুফি পেণ্টাল, ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা, মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰা বাবে প্ৰখ্যাত। [ 1]
↑ "Gufi Paintal the Shakuni Mama is sadly no more, he was 79" (en ভাষাত). www.hamaribaat.com. https://www.hamaribaat.com/gufi-paintal-shakuni-mama-dead-at-79 । আহৰণ কৰা হৈছে: 2023-06-05 .