মাচেত্তিৰা ৰাজু পুভাম্মা
অৱয়ব
মাচেত্তিৰা ৰাজু পুভাম্মা | ||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||
জন্ম | ০৫ জুন, ১৯৯০ (৩৪ বছৰ) গনিকপ্পাল, কডাগু, কৰ্নাটক, ভাৰত | |||||||||||||||||||||||||||||||||
উচ্চতা | ১.৭৫ মিটাৰ (U=ft}}) | |||||||||||||||||||||||||||||||||
ওজন | ৫৯ কিলোগ্ৰাম (১৩০ পাউণ্ড) | |||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||
ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড | |||||||||||||||||||||||||||||||||
শিতান | দৌৰবিদ | |||||||||||||||||||||||||||||||||
ক্লাব | অ.এন.জি.চি. | |||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | এন. ৰমেশ | |||||||||||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | ||||||||||||||||||||||||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ৪০০ m: ৫১.৭৫ (লক্ষ্ণৌ ২০১৩) | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
মাচেত্তিৰা ৰাজু পুভাম্মা (জন্মঃ ৫ জুন ১৯৯০) এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে।[1] তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়। ক্ৰীড়াবিদ হিচাপে উল্লেখ্যযোগ্য অৱদানৰ বাবে তেওঁ ২০১৫ চনত অৰ্জুন বঁটা লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পুভাম্মা ১৯৯০ চনৰ ৫ জুনত জন্মগ্ৰহণ কৰিছিল।[2] তেওঁ এম.জি. ৰাজু আৰু জাজি'ৰ কন্যা সন্তান। তেওঁ মেংগালোৰৰ পৰা প্ৰাথমিক আৰু উচ্চমাধ্যমিক শিক্ষা সম্পন্ন কৰে।[3] তাৰপিছত তেওঁ মেংগালোৰৰ এচ.ডি.এম কলেজ অফ বিজনেচ মেনেজমেন্টৰ পৰা ব্যৱসায় ব্যৱস্থাপনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4]
প্ৰতিযোগিতাৰ বিৱৰণ
[সম্পাদনা কৰক]বৰ্ষ | প্ৰতিযোগিতা | খেলৰ স্থান | স্থান | ইভেণ্ট | টোকা |
---|---|---|---|---|---|
Representing ভাৰত | |||||
২০০৬ | বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ | বেইজিং , চীন | সপ্তম (h) | ৪০০ মিটাৰ | ৫৬.৩৯ |
২০০৭ | বিশ্ব যুৱ চেম্পিয়নশ্বিপ | অস্ত্ৰাভা, চেক গণতন্ত্ৰ | সপ্তম | ৪০০ মিটাৰ | ৫৫.৪৯ |
২০০৮ | বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ | ব্যদগছজকজ, পোলেণ্ড | অষ্টম (h) | ৪০০ মিটাৰ | ৫৭.৯৪ |
কমনৱেলথ যুৱ ক্ৰীড়া ২০০৮ | পুনে, ভাৰত | দ্বিতীয় | ৪০০ মিটাৰ | ৫৫.১৭ | |
প্ৰথম | ৪x৪০০ মিটাৰ ৰিলে | ৩:৪২.০২ | |||
২০১৩ | এছিয়ান চেম্পিয়নশ্বিপ | পুনে, ভাৰত | দ্বিতীয় | ৪০০ মিটাৰ | ৫৩.৩৭ |
প্ৰথম | ৪x৪০০ মিটাৰ ৰিলে | ৩:৩২.২৬ | |||
২০১৩ বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপ | মস্কো, ৰাছিয়া | পঞ্চম (h) | ৪x৪০০ মিটাৰ ৰিলে | ৩:৩৮.৮১ | |
২০১৪ | এছিয়ান গেমচ | ইনচিয়ন, দক্ষিণ কোৰিয়া | তৃতীয় | ৪০০ মিটাৰ | ৫২.৩৬ |
প্ৰথম | ৪x৪০০ মিটাৰ ৰিলে | ৩:২৮.৬৮ | |||
২০১৫ | বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপ ২০১৫ | বেইজিং, চীন | চতুৰ্থদশ (h) | ৪×৪০০ মিটাৰ ৰিলে | ৩:২৯.০৮ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Poovamma, India’s newest quarter-miler". The Indian Express. 2013-04-25. http://www.indianexpress.com/news/poovamma-india-s-newest-quartermiler/1107294/। আহৰণ কৰা হৈছে: 2013-07-09.
- ↑ "M. R. Poovamma profile". Yahoo. http://sports.yahoo.com/olympics/beijing/IND/Poovamma+Raju+Machettira/246191.
- ↑ "Poovamma - Youngest Indian athlete in Beijing". Mangalorean. 2 Swptember 2008. Archived from the original on 15 October 2014. https://web.archive.org/web/20141015130303/http://www.mangalorean.com/news.php?newstype=local&newsid=91083। আহৰণ কৰা হৈছে: 14 August 2013.
- ↑ "Confident Poovamma eyes more glory". Daily Pioneer. 4 August 2013. http://www.dailypioneer.com/sports/confident-poovamma-eyes-more-glory.html। আহৰণ কৰা হৈছে: 15 August 2013.