সমললৈ যাওক

মাচেত্তিৰা ৰাজু পুভাম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাচেত্তিৰা ৰাজু পুভাম্মা
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ০৫ জুন, ১৯৯০ (৩৫ বছৰ)
গনিকপ্পাল, কডাগু, কৰ্নাটক, ভাৰত
উচ্চতা ১.৭৫ মিটাৰ (U=ft}})
ওজন ৫৯ কিলোগ্ৰাম (১৩০ পাউণ্ড)
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ট্ৰেক এণ্ড ফিল্ড
শিতান দৌৰবিদ
ক্লাব অ.এন.জি.চি.
প্ৰশিক্ষক এন. ৰমেশ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ৪০০ m: ৫১.৭৫ (লক্ষ্ণৌ ২০১৩)

মাচেত্তিৰা ৰাজু পুভাম্মা (জন্মঃ ৫ জুন ১৯৯০) এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে।[1] তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়। ক্ৰীড়াবিদ হিচাপে উল্লেখ্যযোগ্য অৱদানৰ বাবে তেওঁ ২০১৫ চনত অৰ্জুন বঁটা লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পুভাম্মা ১৯৯০ চনৰ ৫ জুনত জন্মগ্ৰহণ কৰিছিল।[2] তেওঁ এম.জি. ৰাজু আৰু জাজি'ৰ কন্যা সন্তান। তেওঁ মেংগালোৰৰ পৰা প্ৰাথমিক আৰু উচ্চমাধ্যমিক শিক্ষা সম্পন্ন কৰে।[3] তাৰপিছত তেওঁ মেংগালোৰৰ এচ.ডি.এম কলেজ অফ বিজনেচ মেনেজমেন্টৰ পৰা ব্যৱসায় ব্যৱস্থাপনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4]

প্ৰতিযোগিতাৰ বিৱৰণ

[সম্পাদনা কৰক]
বৰ্ষ প্ৰতিযোগিতা খেলৰ স্থান স্থান ইভেণ্ট টোকা
Representing  ভাৰত
২০০৬ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ বেইজিং , চীন সপ্তম (h) ৪০০ মিটাৰ ৫৬.৩৯
২০০৭ বিশ্ব যুৱ চেম্পিয়নশ্বিপ অস্ত্ৰাভা, চেক গণতন্ত্ৰ সপ্তম ৪০০ মিটাৰ ৫৫.৪৯
২০০৮ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ ব্যদগছজকজ, পোলেণ্ড অষ্টম (h) ৪০০ মিটাৰ ৫৭.৯৪
কমনৱেলথ যুৱ ক্ৰীড়া ২০০৮ পুনে, ভাৰত দ্বিতীয় ৪০০ মিটাৰ ৫৫.১৭
প্ৰথম ৪x৪০০ মিটাৰ ৰিলে ৩:৪২.০২
২০১৩ এছিয়ান চেম্পিয়নশ্বিপ পুনে, ভাৰত দ্বিতীয় ৪০০ মিটাৰ ৫৩.৩৭
প্ৰথম ৪x৪০০ মিটাৰ ৰিলে ৩:৩২.২৬
২০১৩ বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপ মস্কো, ৰাছিয়া পঞ্চম (h) ৪x৪০০ মিটাৰ ৰিলে ৩:৩৮.৮১
২০১৪ এছিয়ান গেমচ ইনচিয়ন, দক্ষিণ কোৰিয়া তৃতীয় ৪০০ মিটাৰ ৫২.৩৬
প্ৰথম ৪x৪০০ মিটাৰ ৰিলে ৩:২৮.৬৮
২০১৫ বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপ ২০১৫ বেইজিং, চীন চতুৰ্থদশ (h) ৪×৪০০ মিটাৰ ৰিলে ৩:২৯.০৮

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Poovamma, India’s newest quarter-miler". The Indian Express. 2013-04-25. http://www.indianexpress.com/news/poovamma-india-s-newest-quartermiler/1107294/। আহৰণ কৰা হৈছে: 2013-07-09. 
  2. "M. R. Poovamma profile". Yahoo. Archived from the original on 2012-07-19. https://web.archive.org/web/20120719180126/http://sports.yahoo.com/olympics/beijing/IND/Poovamma%20Raju%20Machettira/246191। আহৰণ কৰা হৈছে: 2016-08-23. 
  3. "Poovamma - Youngest Indian athlete in Beijing". Mangalorean. 2 Swptember 2008. Archived from the original on 15 October 2014. https://web.archive.org/web/20141015130303/http://www.mangalorean.com/news.php?newstype=local&newsid=91083। আহৰণ কৰা হৈছে: 14 August 2013. 
  4. "Confident Poovamma eyes more glory". Daily Pioneer. 4 August 2013. http://www.dailypioneer.com/sports/confident-poovamma-eyes-more-glory.html। আহৰণ কৰা হৈছে: 15 August 2013.