বিশ্ব মানসিক স্বাস্থ্য দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্ব মানসিক স্বাস্থ্য দিৱস (১০ অক্টোবৰ) হৈছে গোলকীয় মানসিক স্বাস্থ্য শিক্ষা, সজাগতাৰ দিন ।[1] ইয়াক ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল ।[2] কিছুমান দেশত ইয়াক মানসিক ৰোগ সজাগতা সপ্তাহৰ অংশ হিচাপে পালন কৰা হয় ।[3]

লগতে চাওক

References

  1. Jenkins, Rachel; Lynne Friedli; Andrew McCulloch; Camilla Parker (2002). Developing a National Mental Health Policy. Psychology Press. পৃষ্ঠা. 65. ISBN 1-84169-295-6. 
  2. Watson, Robert W. (2006). White House Studies Compendium, Volume 5. Nova Science Publishers. পৃষ্ঠা. 69. ISBN 1-60021-542-4. 
  3. "Let compassion substitute stigmatisation". Times of Malta. 10 October 2009. http://www.timesofmalta.com/articles/view/20091010/opinion/editorial। আহৰণ কৰা হৈছে: 24 June 2010.