বিষণ্ণতা (উপন্যাস)
অৱয়ব
বিষণ্ণতা (ইংৰাজী:BIKHANNOTA) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। প্ৰথমবাৰ ২০০২ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা বিষণ্ণতা কিতাপখন প্ৰকাশ হৈছিল। [1]
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]১৯৩২ চনত হোমেন বৰগোহাঞি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়। [১] আৰু মৃত্যু হয় ১২ মে' ২০২১ চনত। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য একাডেমি বঁটাৰে সন্মানিত হয়। [২] বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওঁধান খায়' ৰ কাহিনী ভিত্তিক জাহ্ন বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখন ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। [2]
বিৱৰণি
[সম্পাদনা কৰক]এই প্ৰবন্ধ বা পৰিচ্ছেদটো সম্পাদকীয় বা মতামতৰ দৰে হৈছে আৰু ইয়াৰ সংশোধনৰ আৱশ্যক হ'ব পাৰে। অনুগ্ৰহ কৰি এই প্ৰবন্ধ বা অনুচ্ছেদটো বিশ্বকোষীয় শৈলীৰে আৰু নিৰপেক্ষভাৱে লিখি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা আৰু ৱিকিপিডিয়া:ৱিকিপিডিয়া প্ৰচাৰযন্ত্ৰ নহয় চাওক। |
বিষন্নতা কিতাপ খন প্ৰথম প্ৰকাশ পাইছিল ২০০২ চনৰ নৱেম্বৰ মাহত। কিতাপখনত ১১৭ পৃষ্ঠা আছে। [3]