ব্ৰুছ লী
ব্ৰুছ লী | |
---|---|
![]() ১৯৭১ চনৰ চলচ্চিত্ৰ দ্য বিগ ব’চত ব্ৰুছ লী | |
স্থানীয় নাম | 李小龍 |
জন্ম | লী জুন ফেন (Lee Jun-fan); (李振藩) ২৭ নৱেম্বৰ, ১৯৪০ San Francisco, California, U.S. |
মৃত্যু | ২০ জুলাই, ১৯৭৩ (৩২ বছৰ) Kowloon Tong, Hong Kong |
মৃত্যুৰ কাৰণ | Cerebral edema |
সমাধিস্থল | Lake View Cemetery, Seattle, Washington, U.S. |
অন্য নাম | Bruce Lee Siu-lung, Lee Yuen-cham, Lee Yuen-kam |
নাগৰিকত্ব |
|
শিক্ষানুষ্ঠান | University of Washington |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | 1941–1973 |
দাম্পত্যসঙ্গী | Linda Emery (বি. ১৯৬৪) |
সন্তান | Brandon and Shannon Lee |
আত্মীয়-স্বজন |
|
স্বাক্ষৰ | |
![]() | |
ৱেবছাইট | |
Bruce Lee Foundation |
ব্ৰুছ লী (ইংৰাজী: Bruce Lee) লী জুন ফেন বা পেছাদাৰীগতভাৱে ব্ৰুছ লী নামেৰে পৰিচিত এগৰাকী হংকং আমেৰিকান সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক।[2] তেওঁ বিভিন্ন সমৰ কলা শাখাৰ পৰা আহৰণ কৰি অনা এক হাইব্ৰিড মাৰ্চিয়েল আৰ্ট দৰ্শন জিৎ কুনে ডোৰ প্ৰতিষ্ঠাপক আছিল যাক প্ৰায়ে আধুনিক মিশ্ৰিত সমৰ কলাৰ পথ প্ৰশস্ত কৰাৰো কৃতিত্ব দিয়া হয়। ব্ৰুছ লীক ভাষ্যকাৰ, সমালোচক, সংবাদ মাধ্যম আৰু অন্যান্য সমৰ কলা শিল্পীসকলে সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী সমৰ কলা শিল্পী আৰু পূব আৰু পশ্চিমৰ মাজৰ ব্যৱধান দূৰ কৰা বিংশ শতিকাৰ পপ সংস্কৃতিৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰে। আমেৰিকান চলচ্চিত্ৰত এছিয়ান লোকসকলৰ উপস্থাপনৰ শৈলী সলনি কৰাত সহায় কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়৷[3]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Hong Kong Cinemagic - Bruce Lee". http://www.hkcinemagic.com/en/people.asp?id=86। আহৰণ কৰা হৈছে: December 16, 2012.
- ↑ "Jun Fan Jeet Kune Do". Bruce Lee Foundation. http://www.bruceleefoundation.com/index.cfm?pid=10606.
- ↑ Stein, Joel (June 14, 1999). "Bruce Lee: With nothing but his hands, feet and a lot of attitude, he turned the little guy into a tough guy". The Time 100. প্ৰকাশক New York. http://205.188.238.181/time/time100/heroes/profile/lee01.html। আহৰণ কৰা হৈছে: June 7, 2010.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Bruce Lee Foundation
- Bruce Lee at AllRovi
- Bruce Lee সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।