সমললৈ যাওক

ভবেন্দ্ৰ নাথ ভৰালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ভবেন্দ্ৰ নাথ ভৰালী
বিধায়ক
পূৰ্বসূৰী আৰতি হাজৰিকা কছাৰি
সমষ্টি দেৰগাঁও বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম যোৰহাট ৩০ চেপ্তেম্বৰ,১৯৫৭
ৰাজনৈতিক দল অসম গণ পৰিষদ
বাসস্থান যোৰহাট, অসম
জীৱিকা ৰাজনীতিবিদ

ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ এগৰাকী ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টি পৰা প্ৰথম নিৰ্বাচিত হোৱা ভৰালীয়ে ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বানী হাজৰিকাক ১২,৪৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হৈছিল। [1] [2] [3] [4]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]