ভয়েজাৰ ১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভয়েজাৰ-১ৰ পৰা পুনঃনিৰ্দেশিত)
ভয়েজাৰ ১
Model of a small-bodied spacecraft with a large, central dish and many arms and antennas extending from it
ভয়েজাৰ ১ মহাকাশযান খনৰ এক আৰ্হি
অভিযানৰ প্ৰকাৰ বহিঃ গ্ৰহীয়, হেলিঅ'স্ফেয়াৰ, আৰু আন্তঃনাক্ষত্ৰিক মাধ্যম অনুসন্ধান
নিয়ন্ত্ৰক নাছা / জেট প্ৰ'পালছন লেবৰেটৰী
COSPAR ID 1977-084A[1]
SATCAT no. 10321[2]
ৱেবছাইট voyager.jpl.nasa.gov
অভিযানৰ সময়
  • 46 years, 5 months and 19 days অতিবাহিত
  • গ্ৰহীয় অভিযান: ৩ বছৰ, ৩ মাহ, ৯ দিন
  • আন্তঃনাক্ষত্ৰিক অভিযান: 43 years, 2 months and 10 days অতিবাহিত (অভিযান অব্যাহত)
মহাকাশযানৰ বৈশিষ্টসমূহ
নিৰ্মাতা জেট প্ৰ'পালছন লেবৰেটৰী
উত্‍ক্ষেপিত ভৰ ৮২৫.৫ কেজি (১,৮২০ পাউণ্ড)
ক্ষমতা ৪৭০ ৱাট
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ Not recognized as a date. Years must have 4 digits (use leading zeros for years < 1000). UTC
ৰকেট টাইটান IIIE
উৎক্ষেপণ স্থলী কেপ কানাভেৰল লঞ্চ কমপ্লেক্স ৪১
Invalid value for parameter "type"
Invalid parameter ৫ মাৰ্চ, ১৯৭৯
"distance" should not be set for missions of this nature 3,49,000 km (2,17,000 মাইল)
Invalid value for parameter "type"
Invalid parameter ১২ নৱেম্বৰ, ১৯৮০
"distance" should not be set for missions of this nature 1,24,000 km (77,000 মাইল)
Invalid value for parameter "type"
Invalid parameter ১২ নৱেম্বৰ, ১৯৮০
"distance" should not be set for missions of this nature 6,490 km (4,030 মাইল)
ফ্লেগছিপ
← ভয়েজাৰ ২
গেলিলিঅ' →
 

ভয়েজাৰ ১ হৈছে নাছাসৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ। "ভয়েজাৰ প্ৰগ্ৰেম" ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল। ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান। উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে। নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Voyager 1". NSSDC Master Catalog. NASA/NSSDC. Archived from the original on December 14, 2013. https://web.archive.org/web/20131214045307/http://nssdc.gsfc.nasa.gov/nmc/spacecraftOrbit.do?id=1977-084A। আহৰণ কৰা হৈছে: August 21, 2013. 
  2. "Voyager 1". N2YO. https://www.n2yo.com/satellite/?s=10321। আহৰণ কৰা হৈছে: August 21, 2013.