ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্য দিয়া হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ[সম্পাদনা কৰক]

নং. নাম কাৰ্যকাল আৰম্ভ কাৰ্যকাল সমাপ্তি কাৰ্যকাল পূৰ্বৰ পদবী
অচবৰ্ণ স্মিথ[1] ১ এপ্ৰিল ১৯৩৫ (1935-04-01) ৩০ জুন ১৯৩৭ (1937-06-30) ৮২১  দিন বেংকৰ বিষয়া
জেমচ্ ব্ৰেইদ টেইলৰ[2] ১ জুলাই ১৯৩৭ (1937-07-01) ১৭ ফেব্ৰুৱাৰী ১৯৪৩ (1943-02-17) ২০৫৭  দিন প্ৰশাসনিক বিষয়া
চি ডি দেশমুখ ১১ আগষ্ট ১৯৪৩ (1943-08-11) ৩০ মে' ১৯৪৯ (1949-05-30) ২১৫০  দিন প্ৰশাসনিক বিষয়া
বেনেগাল ৰামা ৰাও ১ জুলাই ১৯৪৯ (1949-07-01) ১৪ জানুৱাৰী ১৯৫৭ (1957-01-14) ২৭৫৪  দিন প্ৰশাসনিক বিষয়া
কে জি আম্বেগোৱেংকাৰ ১৪ জানুৱাৰী ১৯৫৭ (1957-01-14) ২৮ ফেব্ৰুৱাৰী ১৯৫৭ (1957-02-28) ৪৫  দিন প্ৰশাসনিক বিষয়া
এইচ ভি আৰ আয়েংগাৰ ১ মাৰ্চ ১৯৫৭ (1957-03-01) ২৮ ফেব্ৰুৱাৰী ১৯৬২ (1962-02-28) ১৮২৫  দিন প্ৰশাসনিক বিষয়া
পি চি ভট্টাচাৰ্য ১ মাৰ্চ ১৯৬২ (1962-03-01) ৩০ জুন ১৯৬৭ (1967-06-30) ১৯৪৭  দিন প্ৰশাসনিক বিষয়া
লক্ষ্মী কান্ত ঝা ১ জুলাই ১৯৬৭ (1967-07-01) ৩ মে' ১৯৭০ (1970-05-03) ১০৩৭  দিন প্ৰশাসনিক বিষয়া
বি এন আদাৰকাৰ ৪ মে' ১৯৭০ (1970-05-04) ১৫ জুন ১৯৭০ (1970-06-15) ৪২  দিন অৰ্থনীতিবিদ
১০ চৰুক্কাই জগন্নাথন ১৬ জুন ১৯৭০ (1970-06-16) ১৯ মে' ১৯৭৫ (1975-05-19) ১৭৯৮  দিন প্ৰশাসনিক বিষয়া
১১ এন চি সেনগুপ্তা ১৯ মে' ১৯৭৫ (1975-05-19) ১৯ আগষ্ট ১৯৭৫ (1975-08-19) ৯২  দিন প্ৰশাসনিক বিষয়া
১২ কে আৰ পুৰী ২০ আগষ্ট ১৯৭৫ (1975-08-20) ২ মে' ১৯৭৭ (1977-05-02) ৬২১  দিন -
১৩ এম নৰসিংহ ৩ মে' ১৯৭৭ (1977-05-03) ৩০ নৱেম্বৰ ১৯৭৭ (1977-11-30) ২১১  দিন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া
১৪ আই জি পেটেল ১ ডিচেম্বৰ ১৯৭৭ (1977-12-01) ১৫ ছেপ্টেম্বৰ ১৯৮২ (1982-09-15) ১৭৪৯  দিন অৰ্থনীতিবিদ
১৫ মনমোহন সিং ১৬ ছেপ্টেম্বৰ ১৯৮২ (1982-09-16) ১৪ জানুৱাৰী ১৯৮৫ (1985-01-14) ৮৫১  দিন অৰ্থনীতিবিদ
১৬ অমিতাভ ঘোষ ১৫ জানুৱাৰী ১৯৮৫ (1985-01-15) ৪ ফেব্ৰুৱাৰী ১৯৮৫ (1985-02-04) ২০  দিন বেংকৰ বিষয়া
১৭ আৰ এন মলহোট্ৰা ৪ ফেব্ৰুৱাৰী ১৯৮৫ (1985-02-04) ২২ ডিচেম্বৰ ১৯৯০ (1990-12-22) ২১৪৭  দিন প্ৰশাসনিক বিষয়া
১৮ এচ ভেংকটৰমন ২২ ডিচেম্বৰ ১৯৯০ (1990-12-22) ২১ ডিচেম্বৰ ১৯৯২ (1992-12-21) ৭৩০  দিন প্ৰশাসনিক বিষয়া
১৯ চি ৰংগৰঞ্জন ২২ ডিচেম্বৰ ১৯৯২ (1992-12-22) ২১ নৱেম্বৰ ১৯৯৭ (1997-11-21) ১৭৯৫  দিন অৰ্থনীতিবিদ
২০ বিমল জালান ২২ নৱেম্বৰ ১৯৯৭ (1997-11-22) ৬ ছেপ্টেম্বৰ ২০০৩ (2003-09-06) ২১১৪  দিন অৰ্থনীতিবিদ
২১ ৱাই বেণুগোপাল ৰেড্ডী ৬ ছেপ্টেম্বৰ ২০০৩ (2003-09-06) ৫ ছেপ্টেম্বৰ ২০০৮ (2008-09-05) ১৮২৬  দিন প্ৰশাসনিক বিষয়া
২২ ডি চুব্বাৰাও ৫ ছেপ্টেম্বৰ ২০০৮ (2008-09-05) ৪ ছেপ্টেম্বৰ ২০১৩ (2013-09-04) ১৮২৫  দিন প্ৰশাসনিক বিষয়া
২৩ ৰঘূৰাম ৰাজন ৪ ছেপ্টেম্বৰ ২০১৩ (2013-09-04) ৪ ছেপ্টেম্বৰ ২০১৬ (2016-09-04) ১০৯৬  দিন অৰ্থনীতিবিদ
২৪ উৰ্জিত পেটেল ৪ ছেপ্টেম্বৰ ২০১৬ (2016-09-04) ১০ ডিচেম্বৰ ২০১৮ (2018-12-10) ২৭৪১  দিন অৰ্থনীতিবিদ
২৫ শক্তিকান্ত দাস[3][4][5] ১২ ডিচেম্বৰ ২০১৮ (2018-12-12) বৰ্তমান ১৯১২  দিন প্ৰশাসনিক বিষয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Dadabhoy, Bakhtiar K (18 Sep 2013). Barons of Banking - Glimpses of Indian Banking History. Random House India. পৃষ্ঠা. 20. ISBN 9788184004762. 
  2. Saha, Siddhartha Sankar (2013). Indian financial systems and markets. প্ৰকাশক New Delhi, IN.: McGraw-Hill. পৃষ্ঠা. 67. ISBN 1259005003. 
  3. Prasad, Gireesh Chandra; Ghosh, Shayan; Gopakumar, Gopika (11 December 2018). "Shaktikanta Das, who oversaw demonetization, is new RBI governor". Vivek KhannaLivemint. https://www.livemint.com/Industry/mqqkVZgURWChvJbxq45E4H/Shaktikanta-Das-appointed-new-RBI-governor.html। আহৰণ কৰা হৈছে: 12 December 2018. 
  4. "Shaktikanta Das Is New RBI Governor". BloombergQuint. 11 December 2018. https://www.bloombergquint.com/business/shaktikanta-das-is-new-rbi-governor। আহৰণ কৰা হৈছে: 11 December 2018. 
  5. "Shaktikanta Das: The man behind GST, note ban now heads RBI". The Economic Times (The Times Group). 11 December 2018. OCLC 61311680. https://economictimes.indiatimes.com/industry/banking/finance/banking/shaktikanta-das-the-man-behind-gst-note-ban-now-heads-rbi/articleshow/67046113.cms.