ভূপেন চেতিয়া
অৱয়ব
ভূপেন চেতিয়া | |
---|---|
জন্ম | অসম |
মৃত্যু | ১৯৯৩ চনৰ ২৩ জুন |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
ভূপেন চেতিয়া (ইংৰাজী: BHUPEN CHETIA) হৈছে এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, চেতাৰ বাদক আৰু শাস্ত্ৰীয় সংগীতৰ সাধক ।[1]
শিক্ষা
[সম্পাদনা কৰক]- ১৯০৭ চনত সংগীত-কলাৰ সাধনাৰ বাবে আন্তৰ্জাতিক কলা কেন্দ্ৰ শান্তিনিকেতনলৈ যায়। তাত দুবছৰ থাকি শাস্ত্ৰীয় সংগীত সাধনা আৰু চেতাৰ,বেহেলা আদি বাদ্যৰ চৰ্চা কৰিছিল।[2]
চাকৰি জীৱন
[সম্পাদনা কৰক]- নাজিৰাৰ সংগীত মহাবিদ্যালয়ত সংগীতৰ শিক্ষকতা কৰিছিল।
- দুলীয়াজান সংগীত মহাবিদ্যালয়ত অধ্যক্ষতা কৰাৰ উপৰিও শিৱসাগৰ সেউজীয়া সংগীত মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল।[3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- আন্তৰ্জাতিক ভাবে খ্যাত সম্পন্ন শিল্পী ভূপেন হাজৰিকাই চেতিয়াৰ চেটাৰ বাদনত মুগ্ধ হৈ তেখেতক "অসমৰ ৰবি শংকৰ" আখ্যা দিছিল।[4]