ভেল দিয়া উৎসৱ
অৱয়ব
ভেল দিয়া উৎসৱ হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত প্ৰচলিত এক উৎসৱ। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত এই উৎসৱ পালন কৰা হয়৷ মূলতঃ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি লোকসকলে এই উৎসৱ উদযাপন কৰে।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কিশোৰ কুমাৰ কলিতা. "অসমৰ কৃষ্টি-সংস্কৃতিৰ বৰপথাৰত দক্ষিণ কামৰূপৰ ভেলদিয়া উৎসৱ". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9f0-9959c39b79cd99f9bf-9b89829b89cd9959c39a49bf9f0-9ac9f09aa9a59be9f09a4-9a69959cd9b79bf9a3-9959be9ae9f09c29aa9f0-9ad9c79b29a69bf9be-9899ce9b89f1। আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী ২০২২.
- ↑ অনুশ্ৰী দাস (১৭ জানুৱাৰী ২০১৮). "নামনি অসমৰ তিনিটা লোক উৎসৱ". সাহিত্য ডট অৰ্গ. https://www.xahitya.org/%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%A8%E0%A6%BF-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%A4%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A6%9F%E0%A6%BE-%E0%A6%B2%E0%A7%8B%E0%A6%95-%E0%A6%89%E0%A7%8E%E0%A6%B8/। আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী ২০২২.