ভ্ৰান্তি
অৱয়ব
যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী (ইংৰাজী: Fallacy) বুলি কোৱা হয়।[1] ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা। তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত ভ্ৰান্তি বা বিভ্ৰাট হৈছে এক অশুদ্ধ তৰ্ক (argument) যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা। যুক্তি-বিভ্ৰাট দুই ধৰণে হ’ব পাৰে – বিযুক্তি (formal fallacies) আৰু অত্যুক্তি (informal fallacies) অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।
বিযুক্তি সমূহ
[সম্পাদনা কৰক]- উপস্থাপনৰ বিভ্ৰাট (Propositional fallacies)
- বিযোজন আধাৰিত (Affirming a disjunct)
- পৰিণাম সিদ্ধ যুক্তি (Affirming the consequent)
- অন্যথাৰ অস্বীকৃতি (Denying the antecedent)
- আংকিক মানজনীত বিভ্ৰাট (en:Quantification fallacies)
- চিৰন্তন অস্তিত্বমানক বিভ্ৰাট (Existential fallacy)
- সমত্বমানক বিভ্ৰাট (en:Formal syllogistic fallacies)
- অনিশ্চয়তাৰ প্ৰত্যাহ্বান ( এইটোৱেই হব লাগে কিয়নো এইটো হব পাৰে যেন লাগে ) Appeal to probability
- বিভ্ৰাট ভিত্তিক তৰ্ক Argument from fallacy
- আধাৰ হাৰ সম্পৰ্কীয় বিভ্ৰাট Base rate fallacy
- সংযুক্তিৰ ফলত সৃষ্ট বিভ্ৰাট Conjunction fallacy
- মুখাধাৰী ব্যক্তি সম্পৰ্কীয় বিভ্ৰাট Masked man fallacy (illicit substitution of identicals)
অনুমানতান্ত্ৰিক বিভ্ৰাটসমূহ
[সম্পাদনা কৰক]- (ক)নিষিদ্ধ গুটিৰ গছৰ ফল (খ)নিষিদ্ধ গছৰ ফলৰ গুটি (গ) নিষিদ্ধ ফলৰ গুটিৰ গছ Affirmative conclusion from a negative premise (illicit negative)
- মৰুদেশীয় বড়ো ধানৰ পৰমান্ন Fallacy of exclusive premises
- চতুৰ থ সংলগ্ন Fallacy of four terms (quaternio terminorum)
- গুৰুপদ দুষ্ট Illicit major
- লঘুপদ দুষ্ট Illicit minor
- সিদ্ধবাণত বিয়োগাত্মক সিদ্ধান্ত Negative conclusion from affirmative premises (illicit affirmative)
- অসাৰ মধ্যপদ Fallacy of the undistributed middle
কথাৰ খেলিমেলি বা বক্তব্যৰ সামঞ্জস্যহীনতা
[সম্পাদনা কৰক]- হোজাৰ সত্যনিষ্ঠা Argument from ignorance (appeal to ignorance, argumentum ad ignorantiam)
- নজনাৰ গলগ্ৰহ (Argument from (personal) incredulity (divine fallacy, appeal to common sense)
- পেঘেনিয়াই নাথাক Argument from repetition (argumentum ad nauseam)
- অদৃষ্ট দৰ্শন Argument from silence (argumentum e silentio)
- মাংগলিক মধ্যমাৱস্থান Argument to moderation (false compromise, middle ground, fallacy of the mean, argumentum ad temperantiam)
- ব্যক্তিত্বত আক্ৰমণ Argumentum ad hominem
- লক্ষ্যধাৰী যুক্তিবাণ Begging the question (petitio principii)
- আপোনাৰ গৰজ (shifting the) Burden of proof
- মই জনাটো এইযে Confirmation bias (also called confirmatory bias or myside bias)
- ঘূৰাই পকাই একে কথা Circular reasoning (circulus in demonstrando)
- ৰাতি হ’লে বেলি ডুবা Circular cause and consequence
- যুক্তিবানৰ বানানত নানান ভুল ধৰা Continuum fallacy (fallacy of the beard, line-drawing fallacy, sorites fallacy, fallacy of the heap, bald man fallacy)
- Correlative-based fallacies
- এন্ধাৰত ৰাতি হোৱা Correlation proves causation (cum hoc ergo propter hoc)
- খুঁচৰি থকাৰ দৰকাৰ নাই Suppressed correlative
- অনেকাৰ্থন। অশ্বত্থামা নৰগজ Equivocation
- মধ্যপদত অনেকাৰ্থ Ambiguous middle term
- গাঁৱলীয়া মানুহৰ কথা Ecological fallacy
- ৰান্ধনিশালৰ মহাৰাজ Etymological fallacy
- এডাল চুলি পকিলেই বুঢ়়া Fallacy of composition
- একে বৃক্ষৰ সুমিষ্ট ফল Fallacy of division
- খাইনে পিন্ধে False dilemma (false dichotomy, fallacy of bifurcation, black-or-white fallacy)
- কুটিল প্ৰশ্ন Fallacy of many questions (complex question, fallacy of presupposition, loaded question, plurium interrogationum)
- লংকালৈ গলেই ৰাৱণ Fallacy of the single cause
- দৃষ্টিতে সৃষ্টি, মনে সজা যুক্তিবাণ False attribution
- উদ্ধৃতিৰ উৰ্ধত সৃষ্ট উক্তি Fallacy of quoting out of context (contextomy)
- বিশেষজ্ঞৰ বিশেষ অজ্ঞতা False authority (single authority)
- জুৱাৰীৰ জয় প্ৰতীক্ষা Gambler's fallacy
- বুৰঞ্জীবিদৰ ৰাজসাক্ষাৎ Historian's fallacy
- লংকাপতি ৰামচন্দ্ৰৰ জয় If-by-whiskey
- অসম্পূৰ্ণ তুলনা Incomplete comparison
- Inconsistent comparison
- লক্ষভ্ৰষ্ট যুক্তিবাণ Ignoratio elenchi (irrelevant conclusion, missing the point)
- বাচন কোবোৱা Kettle logic
- অসংলগ্ন সংঘটনৰ পৰিসংখ্যা সজা, অজান কাৰণ বাদ পৰা Ludic fallacy
- মোৰ মনে যি মানে বা নামানে। মোৰ পৃথিৱীত সত্য Mind projection fallacy
- মই মহানুভাৱে কৈছোঁ Moral high ground fallacy
- বিবেকে বিচৰাত সত্যসন্ধান (Moralistic fallacy
- ফুটা কলহত পানী ঢলা Moving the goalposts (raising the bar)
- প্ৰকৃতিয়ে বিচৰাত সত্যসন্ধান Naturalistic fallacy
- প্ৰকৃতিয়ে নিবিচৰাত অসম্ভৱ Naturalistic fallacy fallacy
- জীৱিতাৱস্থাত মোক্ষপদ লাভৰ চেষ্টা Nirvana fallacy (perfect solution fallacy)
- বিয়াগোম যুক্তিবাণত ধৰাসায়ী Proof by verbosity (argumentum verbosium, proof by intimidation)
- ভুলতে দায় সৰোৱা Prosecutor's fallacy
- প্ৰমাণ টনা Proving too much
- মনোবিজ্ঞানীৰ মনৰ কথা Psychologist's fallacy
- চালে বেৰে কোবোৱা অপলাপ, কথা সলোৱা Red herring
- ভেকুলীৰ বিয়া পাতি বৰষুণ অনা Regression fallacy
- ঈশ্বৰৰ ইচ্ছাতে হোৱা Retrospective determinism
- যুক্তিবাণৰ বৰষুণত জৰ্জৰ কৰ Shotgun argumentation
- এৰা ধৰাৰ মাজেৰে Special pleading
- বিপৰীত বাণ Wrong direction
অনাহক একাকাৰসমূহ
[সম্পাদনা কৰক]- একেবাৰে শুদ্ধ নহ’ব পাৰে Accident
- নিমিলাটো বাদ বাকী কৰ। ক্ষত্ৰিয় নহয় No true Scotsman
- আম খা। আঙুৰ চিঙা Cherry picking (suppressed evidence, incomplete evidence)
- False analogy – an argument by analogy
- Hasty generalization (fallacy of insufficient statistics, fallacy of insufficient sample, fallacy of the lonely fact, leaping to a conclusion, hasty induction, secundum quid, converse accident)
- Inductive fallacy
- Misleading vividness
- Overwhelming exception
- বাদ দিয়া হে Thought-terminating cliché
চালে বেৰে কোবোৱা অপলাপসমূহ
[সম্পাদনা কৰক]- কথা সলা
- ব্যক্তিত্বত আক্ৰমণ Ad hominem – attacking the arguer instead of the argument.
- পুখুৰীত বিহ ঢলা Poisoning the well
- অভব্য বাক্যবাণ Abusive fallacy
- জোৰ যাৰ মূলোক তাৰ। বন্দুকৰ নলীৰ আগত | ভীমৰ গদাৰ আগত Argumentum ad baculum (appeal to the stick, appeal to force, appeal to threat)
- সবেই কয় | ৰাইজ সাক্ষী Argumentum ad populum (appeal to widespread belief, bandwagon argument, appeal to the majority, appeal to the people)
- বাঘে চাগৈ একেলগে পানী খোৱা কথা Appeal to equality
- সংগদোষৰ সমৰ্থন Association fallacy (guilt by association)
- ৰজাই কৈছে Appeal to authority (argumentum ab auctoritate)
- সিদ্ধ পুৰুষৰ বাণী Appeal to accomplishment
- শেষ ভালেই সকলো ভাল Appeal to consequences (argumentum ad consequentiam)
- আবেগিক যুক্তিবাণ Appeal to emotion
- সংশয় বাণ Appeal to fear
- তৈলবাণ Appeal to flattery
- বেচেৰা বাণ Appeal to pity (argumentum ad misericordiam)
- হাস্যাস্পদ বাণ Appeal to ridicule
- জনাক্ৰোশ বাণ Appeal to spite
- খেয়ালী পোলাও বাণ Wishful thinking
- সন্দেহ জনক উদেশ্যৰ দোহাই Appeal to motive
- আধুনিকতাৰ দোহাই Appeal to novelty (argumentum novitatis/antiquitatis)
- দৰিদ্ৰতাৰ দোহাই। ধনী মানুহৰ কথা Appeal to poverty (argumentum ad Lazarum)
- আগৰে পৰা চলি অহাৰ দোহাই Appeal to tradition (argumentum ad antiquitam)
- প্ৰকৃতিৰ নিয়মৰ দোহাই Appeal to nature
- অভিজাত্যৰ দোহাই Appeal to wealth (argumentum ad crumenam)
- অদৃষ্ট দৰ্শন Argument from silence (argumentum ex silentio)
- দৈত্য শাস্ত্ৰৰ শ্লোকক উপলুঙা Bulverism (Psychogenetic Fallacy)
- ৰামো নাই অযোধ্যাও নাই Chronological snobbery
- পৃথিৱীত আৰু বহুত সমস্যা Fallacy of relative privation
- পাটৰ টঙালি, ভূঞাৰ পোৱালি Genetic fallacy
- বিৰূপ মন্তব্য Judgmental language
- মৃত সিংহৰ চিকাৰ Straw man
- বগৰী সৰোৱা Texas sharpshooter fallacy
- ৰজা হৰিশ্চন্দ্ৰ উলাইছে Tu quoque ("you too", appeal to hypocrisy, I'm rubber and you're glue)
- ভুলেহে ভুল কাঢ়ে Two wrongs make a right
- যি হয় ভালৰ কাৰণে হয় Broken window fallacy
- জুলীয়া পানী Definist fallacy
- অ ফুল অ ফুল নুফুল কিয় Slippery slope (thin edge of the wedge, camel's nose) Reductio ad absurdum.
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কলিতা, ড॰ মৃণাল (দশম সংখ্যা; মাৰ্চ ২০১৭). "কূট আৰু ভ্ৰান্তিৰ জগতখন". বাৰ ওঠৰ (পানবজাৰ, গুৱাহাটী: সৰস্বতী প্ৰকাশন).