ভ্ৰম
অৱয়ব

ভ্ৰম (ইংৰাজী: Illusion) হৈছে এটাক আন এটা বুলি কৰা বোধ।[1] ভ্ৰম এটি বিকৃতি, যি মানৱ মস্তিষ্কক সাধাৰণতে সংবেদনশীল উদ্দীপনা, সংগঠিত আৰু ব্যাখ্যা কৰি প্ৰকাশ কৰিব পাৰে। ভ্ৰমে আমাৰ বাস্তৱতাৰ উপলব্ধিক বিকৃত কৰে যদিও সাধাৰণতে সেইবোৰ প্ৰায়ভাগ লোকৰ দ্বাৰাই হয়।
মানুহৰ যিকোনো সংজ্ঞাৰ সৈতে বিভ্ৰমে দেখা দিব পাৰে, যদিও ভিজুৱেল ভ্ৰম (দৃষ্টি ভ্ৰম) সৰ্বাধিক পৰিচিত আৰু বোধগম্য। দৃষ্টি ভ্ৰমৰ ওপৰত অধিক যোৰ দিয়া হয় কাৰণ দৃষ্টিয়ে অন্যান্য প্ৰায় ইন্দ্ৰিয়সমূহক প্ৰাধান্য দিয়ে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ বৰুৱা, হেমচন্দ্ৰ (২০০৭). ভ্ৰম (গ্ৰন্থ: হেমকোষ). হেমকোষ প্ৰকাশন. পৃষ্ঠা. ৮৫৪.