বিৰোধাভাস
Jump to navigation
Jump to search
বিৰোধাভাস, কূট বা পেৰাডক্স (ইংৰাজী: Paradox) হৈছে সূত্ৰৰ অন্তৰ্বিৰোধ, মিমাংসাহীন দ্বন্দ্বভাব[1] বা বিৰোধভাস,[2] যিটোক সাধাৰণতে অসম্ভৱ দেখা যায় কিন্তু আচলতে সঁচা।[3]
কূট বা পেৰাডক্সৰ উদাহৰণ[সম্পাদনা কৰক]
ৰাছেল (Russell)-ৰ জনপ্ৰিয় পেৰাডক্স বা কূট[সম্পাদনা কৰক]
(The Berber Paradox) গাঁৱৰ নাপিত এজনে নিয়ম কৰি লৈছে যে তেওঁ কেৱল সেইবিলাক মানুহৰহে ডাঢ়ি খুৰাব যিবিলাকে নিজে নিজৰ ডাঢ়ি নুখুৰায়। প্ৰশ্নটো হ’ল নাপিতজনে নিজৰ ডাঢ়ি খুৰাবনে নাই? যদি নাপিতজনে নিজৰ ডাৰি খুৰায়, তেওঁ কৰি লোৱা নিয়মমতে নিজৰ ডাঢ়ি খুৰাব নালাগিছিল (কাৰণ তেওঁ নিজেই নাপিত)। আকৌ তেওঁ যদি নিজৰ ডাঢ়ি নুখুৰায়, তেওঁৰ নিয়মমতে তেওঁ নিজৰ ডাঢ়ি খুৰাব লাগিছিল। এই পৰিস্থিতি নাপিতজনে কৰিব কি?[4]
ছক্ৰেটিছৰ পেৰাডক্স[সম্পাদনা কৰক]
“মই এটা কথাই জানো যে, মই একো নাজানো।”
লগতে চাওক[সম্পাদনা কৰক]
- [[:en:List of paradoxes|কূট বা পেৰাডক্সৰ তালিকা]
- ভ্ৰান্তি
- ভ্ৰম
- মিছলীয়া কূট
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ গোহাঞি, ড॰ হিৰেন. Anglo-Assamese Dictionary. বনলতা. পৃষ্ঠা. ৩০; ৬০২.
- ↑ বৰুৱা, হেমচন্দ্ৰ. হেমকোষ. হেমকোষ প্ৰকাশন. পৃষ্ঠা. ৭৯৫.
- ↑ বি. আৰ শৰ্মা, প্ৰণৱ কুমাৰ পেগু. Ajanta Comprehensive Dictionary. অজন্তা প্ৰকাশন. পৃষ্ঠা. ৬৫৯.
- ↑ "what is russells paradox". scientificamerican.com. https://www.scientificamerican.com/article/what-is-russells-paradox/.