মদাৰ
![]() |
এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
মদাৰ | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Erythrina |
প্ৰজাতি: | E. variegata |
বৈজ্ঞানিক নাম | |
Erythrina variegata এল. |
মদাৰ (ইংৰাজী: Erythrina variegata; বৈজ্ঞানিক নাম: Erythrina variegata) হৈছে ইৰিথ্ৰিনা গণৰ অন্তৰ্গত পুষ্পবৃক্ষবিশেষ।[1][2] বাংলাদেশত বহু কেইটা প্ৰজাতিৰ মদাৰ গছ দেখিবলৈ পোৱা যায়।[3]
আৱাসভূমি[সম্পাদনা কৰক]
উষ্ণমণ্ডলীয় আৰু নাতিশীতোষ্ণমণ্ডলীয় উভয় পৰিৱেশতই এই বৃক্ষ জন্মে। উত্তৰাঞ্চলীয় আফ্ৰিকাৰ দেশসমূহ, ভাৰতীয় উপমহাদেশ, অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল, ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জসহ প্ৰশান্ত মহাসাগৰতীৰৱৰ্তী পশ্চিমাঞ্চলীয় এলেকা পৰা আৰম্ভ কৰি ফিজিৰ পূৰ্বাংশলৈকে মদাৰ দেখা পোৱা যায়।[4]