মালয়েছিয়াৰ বাঘ
অৱয়ব
(মালেয়ছিয়ান বাঘৰ পৰা পুনঃনিৰ্দেশিত)
মালয়েছিয়াৰ বাঘ | |
---|---|
মালয়েছিয়াৰ ৰাষ্ট্ৰীয় চিৰিয়াখানাত এটা মালয়েছিয়া বাঘ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
সাম্ৰাজ্য: | Eukaryota |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Felidae |
উপপৰিয়াল: | Pantherinae |
গণ: | Panthera |
প্ৰজাতি: | tigris |
উপপ্ৰজাতি: | tigris |
ত্ৰিপদ নাম | |
P. t. tigris | |
মালয়েছিয়া বাঘৰ এলেকা |
মালয়েছিয়াৰ বাঘ (ইংৰাজী: Malayan tiger), (বৈজ্ঞানিক নাম: Panthera tigris jacksoni)মালয় উপদ্বীপ অঞ্চলত পোৱা বাঘৰ এটা উপপ্ৰজাতি। ২০০৩ চনৰ হিচাপ অনুসৰি বৰ্তমান ৪৯৩ৰ পৰা ১,৪৮০টা প্ৰাপ্তবয়স্ক বাঘ জীয়াই থকাৰ বাবে ২০০৮ চনত ইয়াক IUCN দ্বাৰা সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰা হয়। এই উপপ্ৰজাতিটোৰ মুঠ ২৫০টা পূৰ্ণবয়স্ক বাঘ আছে আৰু ই বিলুপ্তিৰ পথত।[2]। এই বাঘ মালয়েছিয়াৰ জাতীয় প্ৰাণী।
বৈশিষ্ট্য
[সম্পাদনা কৰক]মালয়েছিয়াৰ বাঘ আৰু ইণ্ডোচাইনিজ বাঘৰ মাজত কোনো স্পষ্ট পাৰ্থক্য দেখা পোৱা নাযায়, দুয়োটা অঞ্চলৰ বাঘৰ তুলনামূলক অধ্যয়নত কোনো নিৰ্দিষ্ট পাৰ্থক্য বিচাৰি পোৱা নাই।[3] মালয়েছিয়াৰ বাঘ ঢেঁকীয়াপতীয়া বাঘতকৈ সৰু।
উৎস
[সম্পাদনা কৰক]- ↑ Perhilitan (2017). Red List of Mammals For Peninsular Malaysia. প্ৰকাশক Kuala Lumpur: Department of Wildlife and National Parks, Peninsular Malaysia. Version 2.0. http://www.wildlife.gov.my/images/document/penerbitan/lainlain/REDLIST_OL%20(M)_2018%20edited.pdf.
- ↑ Kawanishi, K., Lynam, T. (2008). "Panthera tigris subsp. jacksoni". IUCN Red List of Threatened Species. Version 2013.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/136893.
- ↑ Mazák, J. H.; Groves, C. P. (2006). "A taxonomic revision of the tigers (Panthera tigris)". Mammalian Biology খণ্ড 71 (5): 268–287. doi:10.1016/j.mambio.2006.02.007. http://arts.anu.edu.au/grovco/tiger%20SEAsia%20Mazak.pdf.