সমললৈ যাওক

মিজোৰাম (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিজোৰাম লোকসভা সমষ্টি (ইংৰাজী: Mizoram Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতমিজোৰাম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]

মিজোৰাম লোকসভা সমষ্টিৰ সাংসদসকলৰ নাম তলত উল্লেখ কৰা হ’ল:[1]

বৰ্ষলোকসভাসাংসদদল
১৯৭১পঞ্চমSanglianaমিজো ইউনিয়ন (ইংৰাজী: Mizo Union)
১৯৭৭ষষ্ঠR. Rothuamaনিৰ্দলীয়
১৯৮০সপ্তমR. Rothuamaনিৰ্দলীয়
১৯৮৯অষ্টমShri Lalduhomaভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১নৱমC. Silveraভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬দশমC. Silveraভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৭একাদশC. Silveraভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৮দ্বাদশH. Lallungmuanaনিৰ্দলীয়
১৯৯৯ত্ৰয়োদশVanlalzawmaনিৰ্দলীয়
২০০৪চতুৰ্দশVanlalzawmaমিজো নেচনেল ফ্ৰ'ণ্ট (ইংৰাজী: Mizo National Front)
২০০৯পঞ্চদশC. L. Rualaভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Former Members". http://mizoram.nic.in/gov/formermploksabha.htm আহৰণ কৰা হৈছে: 15 September 2012.