মুসাসা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Musasa
থলুৱা অঞ্চল নেপাল
স্থানীয় ভাষিক
৫০,০০০ (2003)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 smm
গ্লোটোলগ musa1263[1]

মুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী ভাৰতীয়-আৰ্য গোটৰো বিহাৰী উপ-গোটৰ অংশ। এই ভাষা ঘাইকৈ জনকপুৰ, কোশী আৰু সাগৰমথা অঞ্চলত ব্যৱহাৰ কৰা হয়।[2] মুসাহাৰ জাতৰ লোকে ঘাইকৈ এই ভাষা ব্যৱহাৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Musasa". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/musa1263. 
  2. Musasa at Ethnologue (21st ed., 2018)