মৃগাংক বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃগাংক বৰা
জন্ম অসম, ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক


মৃগাংক বৰা এজন ভাৰতীয়-অসমীয়া চলচ্চিত্ৰ পৰিচালক, লিখক আৰু প্ৰযোজক। তেওঁ ৰিয়াজ (চলচ্চিত্ৰ) খনৰ বাবে জনাজাত। এইখন তেওঁৰ প্ৰথম অসমীয়া ভাষাত লিখা, পৰিচালনা আৰু প্ৰযোজনা কৰা চলচ্চিত্ৰ। ছবিখনে ২০২১ বৰ্ষত ডিজিটেল মাধ্যম ৰীলড্ৰামাত মুক্তি লাভ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]