মেৰেং
অৱয়ব
| মেৰেং | |
|---|---|
| লেখক | অনুৰাধা শৰ্মা পূজাৰী |
| দেশ | অসম, ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশক | বনলতা প্ৰকাশন |
| প্ৰকাশ | ডিচেম্বৰ,২০১০ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
মেৰেং (ইংৰাজী: Mereng) হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১০ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনে উপন্যাসখন প্ৰথম প্ৰকাশ কৰি উলিয়ায়। ইন্দিৰা মিৰিৰ জীৱনক কেন্দ্ৰ কৰি মূলতঃ এই উপন্যাসখন লিখা হৈছিল।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Anuradha Sharma Pujari (2010). "Mereng". Banalata. পৃষ্ঠাসমূহ: 200. https://www.goodreads.com/book/show/17880946-mereng। আহৰণ কৰা হৈছে: 29 June 2015.