মোহন দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোহন দাস
অসম বিধানসভা
কাৰ্যকাল
২০০৬ – ২০১১
পূৰ্বসূৰী কৃষ্ণকান্ত লহকৰ
উত্তৰসূৰী পবীন্দ্ৰ ডেকা
সমষ্টি পাটাচাৰকুচি
ব্যক্তিগত তথ্য
মৃত্যু ৫ জুলাই ২০১৯
ৰাজনৈতিক দল অসম গণ পৰিষদ
পেচা ৰাজনীতিবিদ

মোহন দাস অসমৰ এজন ৰাজনীতিবিদ আছিল। তেঁও পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীৱনী[সম্পাদনা কৰক]

মোহন দাস ১৯৯৬ চনত পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[1] ২০১৯ চনৰ ৫ জুলাইত তেখেতৰ মৃত্যু হয়।[2]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Assam Legislative Assembly - Members 1996-2001". Assam Legislative Assembly. http://assamassembly.gov.in/mla-1996-01.html। আহৰণ কৰা হৈছে: 1 November 2019. 
  2. "Ex-MLA Mohan Das Passes Away". Pratidin Time. 5 July 2019. https://www.pratidintime.com/ex-mla-mohan-das-passes-away/। আহৰণ কৰা হৈছে: 1 November 2019.