ম্ৰাউক-উ জিলা
ম্ৰাউক-উ জিলা မြောက်ဦးခရိုင် |
|
---|---|
— জিলা — | |
![]() ম্ৰাউক-উ জিলাৰ অৱস্থিতি (ৰঙা) ম্ৰাউক-উ জিলাৰ অৱস্থিতি (ৰঙা) |
|
ৰাষ্ট্ৰ | ![]() |
ৰাজ্য | ৰাখাইন ৰাজ্য |
টাউনশ্বিপৰ সংখ্যা | 4 |
সময় অঞ্চল | MST (গ্ৰী.মা.স.+6.30) |
ম্ৰাউক-উ জিলা (মান: မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো পূৰ্বতে ছিট্টৱে জিলাৰ অংশ আছিল। ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হৈছে ম্ৰাউক-উ।
ম্ৰাউক-উত আনুষ্ঠানিকভাৱে ২৫টা পাহাৰৰ নামকৰণ কৰা হৈছে। কেমা টাউং এই জিলাৰ সৰ্বোচ্চ স্থান। য়ুলিন জং হৈছে আটাইতকৈ ডাঙৰ পৰ্বত।[1]
প্ৰশাসনিক বিভাগসমূহ[সম্পাদনা কৰক]
ম্ৰাউক-উ জিলা তলত উল্লেখ কৰা চহৰসমূহেৰে গঠিত:
- কিয়াউক্টাও টাউনশ্বিপ
- ম্ৰাউক-ইউ টাউনশ্বিপ
- মিনবিয়া টাউনশ্বিপ
- মাইবন টাউনশ্বিপ
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Mrauk-U District Mountains" (en ভাষাত). PeakVisor. https://peakvisor.com/adm/mrauk-u-district.html। আহৰণ কৰা হৈছে: 2022-09-09.