ম্ৰাউক-উ জিলা
অৱয়ব
ম্ৰাউক-উ জিলা
မြောက်ဦးခရိုင် | |
---|---|
ৰাষ্ট্ৰ | বাৰ্মা |
ৰাজ্য | ৰাখাইন ৰাজ্য |
টাউনশ্বিপৰ সংখ্যা | 4 |
ম্ৰাউক-উ জিলা (মান: မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো পূৰ্বতে ছিট্টৱে জিলাৰ অংশ আছিল। ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হৈছে ম্ৰাউক-উ।
ম্ৰাউক-উত আনুষ্ঠানিকভাৱে ২৫টা পাহাৰৰ নামকৰণ কৰা হৈছে। কেমা টাউং এই জিলাৰ সৰ্বোচ্চ স্থান। য়ুলিন জং হৈছে আটাইতকৈ ডাঙৰ পৰ্বত।[1]
প্ৰশাসনিক বিভাগসমূহ
[সম্পাদনা কৰক]ম্ৰাউক-উ জিলা তলত উল্লেখ কৰা চহৰসমূহেৰে গঠিত:
- কিয়াউক্টাও টাউনশ্বিপ
- ম্ৰাউক-ইউ টাউনশ্বিপ
- মিনবিয়া টাউনশ্বিপ
- মাইবন টাউনশ্বিপ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Mrauk-U District Mountains" (en ভাষাত). PeakVisor. https://peakvisor.com/adm/mrauk-u-district.html। আহৰণ কৰা হৈছে: 2022-09-09.