যখিনী লতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যখিনী লতা
Vallaris glabra
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Apocynaceae
গণ: Vallaris
Burm.f. 1768
সমাৰ্থক[2]
  • Emericia Roem. & Schult.
  • Peltanthera Roth nom. rej[1]
  • Parabeaumontia (Baill.) Pichon

যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।[3]

বিৱৰণ[সম্পাদনা কৰক]

যখিনী লতাৰ ঠাল-ঠেঙুলি কঠিন। ইয়াৰ ঠালত ঘা লাগিলে তাৰপৰা গাখীৰৰ দৰে বগা ৰস ওলায়। [4]

বিস্তৃতি[সম্পাদনা কৰক]

যখিনী লতা চীন, ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ।[2][5] উত্তৰ-পূব ভাৰতত নগা ভূমি, উত্তৰ কাছাৰ কাৰ্বি আংলং, মেঘালয় আদি পৰ্বতীয়া ভূখণ্ডত ইয়াক প্ৰধানকৈ দেখা যায়।

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Tropicos.org". http://tropicos.org/NameSearch.aspx?name=Peltanthera&commonname=। আহৰণ কৰা হৈছে: 28 March 2015. 
  2. 2.0 2.1 "World Checklist of Selected Plant Families". http://apps.kew.org/wcsp/synonomy.do?name_id=211376। আহৰণ কৰা হৈছে: May 17, 2014. 
  3. ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  4. ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  5. Flora of China Vol. 16 Page 177 纽子花属 niu zi hua shu Vallaris N. Burman, Fl. Indica. 51. 1768.

লগতে চাওক[সম্পাদনা কৰক]

  • Ng, F.S.P. (2006). Tropical Horticulture and Gardening. Clearwater Publications, Kuala Lumpur, Malaysia, 361 p., আই.এচ.বি.এন. 983-42954-0-5.