যনি
অৱয়ব
যনি | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Apiales |
পৰিয়াল: | Apiaceae |
গণ: | Trachyspermum |
প্ৰজাতি: | T. ammi |
বৈজ্ঞানিক নাম | |
Trachyspermum ammi (L.) Sprague ex Turrill | |
সমাৰ্থক[1][2] | |
যনি (বৈজ্ঞানিক নাম: Trachyspermum ammi) হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan)[3], আজুৱান কাৰাৱে (ajowan caraway), বিছপ্ছ ৱিড (bishop's weed)[4], কাৰম (carom) আদি নামেৰে জনা যায়। উদ্ভিদৰ পাত আৰু বীজসদৃশ ফল (প্ৰায়ে বীজ বুলি ভুল কৰা হয়) দুয়োটা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। "বিছপ্ছ ৱিড" নামটোৱে যনিগুটিক বুজায় যদিও ই আন কিছুমান উদ্ভিদৰো সাধাৰণ নাম। ইয়াৰ "বীজ" (অৰ্থাৎ ফল) প্ৰায়ে লভেজ (Lovage) "বীজ" ৰ সৈতে বিভ্ৰান্ত হয়। ভাৰত, ইৰাণ, ইজিপ্ত, আফগানিস্তান আদি দেশত মছলা অথবা ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ USDA, ARS, Germplasm Resources Information Network. যনি in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 11 December 2017.
- ↑ ITIS entry for Trachyspermum ammi
- ↑ "ajowan - Definition of ajowan in English by Oxford Dictionaries". Oxford Dictionaries - English. Archived from the original on 2012-07-13. https://web.archive.org/web/20120713074340/http://oxforddictionaries.com/definition/english/ajowan। আহৰণ কৰা হৈছে: 2020-10-11.
- ↑ "Bishop's Weed". SPICES BOARD INDIA. http://www.indianspices.com/html/s062gajw.htm। আহৰণ কৰা হৈছে: 14 August 2015.