যোনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Vagina

Human vagina; normal canal (left) and canal during menopause (right)

Diagram of the female human reproductive tract and ovaries
সবিশেষ
প্ৰিকাৰ্ছৰ Urogenital sinus and paramesonephric ducts
ধমনী Superior part to uterine artery, middle and inferior parts to vaginal artery
সিৰা Uterovaginal venous plexus, vaginal vein
স্নায়ু
  • Sympathetic: lumbar splanchnic plexus
  • Parasympathetic: pelvic splanchnic plexus
লসিকা Upper part to internal iliac lymph nodes, lower part to superficial inguinal lymph nodes
চিনাক্তকাৰক
লেটিন vagina
MeSH D014621
TA98 A09.1.04.001
TA2 3523
FMA 19949
দেহতাত্ত্বিক পৰিভাষা

যোনি ( লেটিন : ভেজিনা) নাৰী শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যি একেলগে প্ৰজননতন্ত্ৰ আৰু ৰেচনতন্ত্ৰৰ অংশ।যোনি হৈছে নাৰীৰ প্ৰজনন তন্ত্ৰৰ বাহিৰৰ অংশ। যৌন সম্পৰ্কৰ সময়ত পুৰুষে নিজৰ লিংগটো মাইকীজনীৰ যোনিত সুমুৱাই দিয়ে আৰু অংগ সঞ্চালনৰ মাধ্যমেৰে বীৰ্য নিক্ষেপ কৰে। এই শুক্ৰাণুৱে নাৰীৰ জৰায়ুত থকা কণীক নিষিক্ত কৰি মানুহৰ ভ্ৰূণ জন্ম দিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ ঋতুস্ৰাৱৰ সময়ত যোনিৰ পৰা তেজ নিৰ্গত হয়। স্বাভাৱিক অৱস্থাত যোনি পথেৰে সন্তান প্ৰসৱ কৰা হয়। [1] যোনি হৈছে জৰায়ুৰ পৰা নাৰীৰ শৰীৰৰ বাহিৰৰ অংশলৈকে বিস্তৃত আঁহযুক্ত পেশীবহুল নলী৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Self-Exam: Vulva and Vagina" (en ভাষাত). Our Bodies Ourselves. https://www.ourbodiesourselves.org/book-excerpts/health-article/self-exam-vulva-vagina/। আহৰণ কৰা হৈছে: 2021-10-30.