ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা তলত দিয়া হৈছে। এই তালিকাত কাৰাবাস খটা আৰু নখটা সকলো অংশগ্ৰহণকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে। ২০০১-২০০২ বৰ্ষত লখিমপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ বুৰঞ্জী সংকলন সমিতিৰ সম্পাদক হৰিচন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰস্তুত "ভাৰতৰ স্বাধীনতা আন্দোলনত উঃ লক্ষীমপুৰৰ ভূমিকা" শীৰ্ষক গ্ৰন্থত এই তালিকা অন্তৰ্ভুক্ত হৈছিল।
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ১ | অনন্ত কুমাৰ দত্ত | নবীন | ধলপুৰ |
| ২ | বিপুল দত্ত | নবীন | ধলপুৰ |
| ৩ | গজীন্দ্ৰ কোঁৱৰ | ধৰ্ম | ৰঙতি |
| ৪ | দেবেন্দ্ৰ নাথ চেতিয়া | সোণাৰাম | ৰঙতি |
| ৫ | মহেন্দ্ৰ নাথ হাজৰিকা | মনতৰাম | ধলপুৰ |
| ৬ | থানেশ্বৰ দত্ত | | কচুৱা |
| ৭ | অবিনাশ ঘোষ | | ধলপুৰ |
| ৮ | দয়ানন্দ হাতীবৰুৱা | লোকনাথ | ৰঙতি |
| ৯ | চুলাই বৰপাত্ৰ | | ৰঙতি |
| ১০ | জীৱেশ্বৰ সন্দিকৈ | বগাৰাম | ৰঙতি |
| ১১ | ঋষনাথ কোঁৱৰ | শিৱনাথ | পিছলাগুৰি |
| ১২ | সিন্ধুৰাম খাউণ্ড | ৰুদ্ৰাম | মিছামৰীয়া |
| ১৩ | উপেন্দ্ৰ হাতীবৰুৱা | | ৰঙতি |
| ১৪ | সুমলা সন্দিকৈ | জীৱেশ্বৰ | ৰঙতি |
| ১৫ | প্ৰেমধৰ হাজৰিকা | | মিছামৰীয়া |
| ১৬ | দেহীৰাম বৰা | প্ৰিয়ৰাম | মিছামৰীয়া |
| ১৭ | দূৰ্গাচৰণ কৰ | | ধলপুৰ |
| ১৮ | ৰেৱতী মোহন দে | কৈলাশ | ধলপুৰ |
| ১৯ | পূৰ্ণকান্ত ভট্টাচাৰ্য্য | হৰিধন | ধলপুৰ |
| ২০ | মোলোকা গাওঁবুঢ়া | মেৰুলীয়া | ধলপুৰ |
| ২১ | ৰোষেশ্বৰ বৰা | দয়াৰাম | ধলপুৰ |
| ২২ | গম্ভীৰ দাস | ঠানু | মিছামৰীয়া |
| ২৩ | ফটিক বৰা | | মিছামৰীয়া |
| ২৪ | বাপুৰাম দত্ত (বনবাসী) | | মিছামৰীয়া |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ২৫ | গগন কোঁৱৰ | | বেজৰ চুক |
| ২৬ | কমল বনিয়া | সোণেশ্বৰ | ধলপুৰ |
| ২৭ | কুমাৰ চন্দ্ৰ বৰুৱা | কণ্ঠি | ধলপুৰ |
| ২৮ | মোহন দত্ত | ঘিনাৰাম | ৰজাবাৰী |
| ২৯ | কণ্ঠিৰাম হাজৰিকা | | মিছামৰীয়া |
| ৩০ | লোকেশ্বৰ চেতিয়া | | মাউতৰ চুক |
| ৩১ | তুলেন্দ্ৰ দানহ ডেকা | | মিছামৰীয়া |
| ৩২ | ভোলানাথ কোঁৱৰ | | বেজৰ চুক |
| ৩৩ | গুণাৰাম গগৈ | | ধেমাগড় |
| ৩৪ | চেনিৰাম বনিয়া | | ধলপুৰ |
| ৩৫ | নোমল ভূঞা | ভেবেলা | লতাবাৰী |
| ৩৬ | ভুৱন ভূঞা | নাথু | লতাবাৰী |
| ৩৭ | লোহিত বৰা | ধনেশ্বৰ | ধলপুৰ |
| ৩৮ | শিৱপদ দত্ত | হৰিপদ | ধলপুৰ |
| ৩৯ | বিলৌ হাজৰিকা | | ধলপুৰ |
| ৪০ | প্ৰেমধৰ বৰদলৈ | | ধলপুৰ |
| ৪১ | চন্দ্ৰেশ্বৰ বৰা | | কচুৱা |
| ৪২ | ফুলেশ্বৰ হাজৰিকা | নাথু | হাৱাজান |
| ৪৩ | তিলেশ্বৰ হাতীবৰুৱা | লুহাই | দগাঁও |
| ৪৪ | লকান্ত বৰুৱা | গয়াৰাম | এৰাপথাৰ |
| ৪৫ | তিলেশ্বৰ বৰা | সোণাই | চুতীয়া গাঁও |
| ৪৬ | ঘনশ্যাম বৰা | তীখৰ | দগাঁও |
| ৪৭ | গম্ভীৰ চন্দ্ৰ দাস | ফুচুং | ধলপুৰ |
| ৪৮ | লীলেশ্বৰ শইকীয়া | ভেৰেক | দকুৱা |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৪৯ | ভৱকান্ত বৰা | মাধৰাম | তাতিবাহাৰ |
| ৫০ | মুহিৰাম হাজৰিকা | তিলেশ্বৰ | শ্ৰীভূঞা |
| ৫১ | পূৰ্ণকান্ত তামুলী | ৰূপৰাম | জৰাবাৰী |
| ৫২ | বোধেশ্বৰ বৰা | যোগাই | বৰবৰি |
| ৫৩ | গোলোক বৰা | কনকেশ্বৰ | তাতিবাহাৰ |
| ৫৪ | লোকেশ্বৰ কাকতি | ৰূপাই | বৰবালি |
| ৫৫ | কমলেশ্বৰ পাচনি | জিউৰাম | তাতিবাহাৰ |
| ৫৬ | চন্দ্ৰ বৰুৱা | | জৰাবাৰী |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৫৭ | সুৰেন্দ্ৰ বৰা | ধৰ্মেশ্বৰ | জৰাবাৰী |
| ৫৮ | ঘনকান্ত বৰা | টংকেশ্বৰ | জৰাবাৰী |
| ৫৯ | লীলাধৰ বৰা | | দেৰগঞা গাঁও |
| ৬০ | কণ বৰা | | দেৰগঞা গাঁও |
| ৬১ | ঠানু বৰা | | দেৰগঞা গাঁও |
| ৬২ | ভোলাই বৰা | | দেৰগঞা গাঁও |
| ৬৩ | টুনি শইকীয়া | | দেৰগঞা গাঁও |
| ৬৪ | গঙ্গা শইকীয়া | | দেৰগঞা গাঁও |
|
খেৰাজখাট, ধলপুৰ আৰু নাৰায়ণপুৰ মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[3]
[সম্পাদনা কৰক]
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৬৫ | ভূধৰ শইকীয়া | | দেৰগঞা গাঁও |
| ৬৬ | লোকাই বৰুৱা | | দেৰগঞা গাঁও |
| ৬৭ | ভোলাৰাম হাজৰিকা | | দেৰগঞা গাঁও |
| ৬৮ | দূৰ্গা বৰা | | দেৰগঞা গাঁও |
| ৬৯ | চন্দ্ৰ বৰুৱা | | দেৰগঞা গাঁও |
| ৭০ | লৱৰাম বৰা | | দেৰগঞা গাঁও |
| ৭১ | ত্ৰাহিৰাম বৰা | | দেৰগঞা গাঁও |
| ৭২ | লক্ষীৰাম বৰা | | দেৰগঞা গাঁও |
| ৭৩ | ৰামেশ্বৰ ভূঞা | | মাকোৱাৰী |
| ৭৪ | কুঞ্জ ভূঞা | | মাকোৱাৰী |
| ৭৫ | তবোৰাম দত্ত | | মাকোৱাৰী |
| ৭৬ | গুণাই কলিতা | | মাকোৱাৰী |
| ৭৭ | শুকুৰা বৰা | | মাকোৱাৰী |
| ৭৮ | মুহিলা বৰা | | মাকোৱাৰী |
| ৭৯ | ধাতুক বৰা | | জৰাবাৰী |
| ৮০ | মোহন হাজৰিকা | গোপীনাথ | শ্ৰীভূঞা |
| ৮১ | দয়ানন্দ বৰা | ভৰাম | জৰাবাৰী |
| ৮২ | ফটিক নাজিৰ | | দেৰগঞা গাঁও |
| ৮৩ | মাটিৰাম বৰা | | |
| ৮৪ | গুণকান্ত বৰা | | নগঞা |
| ৮৫ | সোমেশ্বৰ তামুলী | | দাধৰা, ধলপুৰ |
| ৮৬ | বাপুকণ ফুকন | | দাধৰা, ধলপুৰ |
| ৮৭ | ভীম তামুলী | | দাধৰা, ধলপুৰ |
| ৮৮ | তেলিৰাম ফুকন | | দাধৰা, ধলপুৰ |
| ৮৯ | লম্বোদৰ গোঁহাই | | দাধৰা, ধলপুৰ |
| ৯০ | কান্তিৰাম ফুকন | | দাধৰা, ধলপুৰ |
| ৯১ | গগন কোঁৱৰ | | যোৰহটীয়া গাঁও |
| ৯২ | লৱকান্ত ফুকন | | মাকোৱাৰী |
| ৯৩ | ফণীধৰ ডেকা | | মাকোৱাৰী |
| ৯৪ | তিলেশ্বৰ গগৈ | | মাকোৱাৰী |
| ৯৫ | বোপাৰাম লিগিৰা | | মাকোৱাৰী |
| ৯৬ | ধনীৰাম গগৈ | | মাকোৱাৰী |
| ৯৭ | ৰবিৰাম ডেকা | | মাকোৱাৰী |
| ৯৮ | নবীন লিগিৰা | | মাকোৱাৰী |
| ৯৯ | শুকমল লিগিৰা | | দাধৰাগাওঁ |
| ১০০ | ফটিক চাংমাই | | দাধৰাগাওঁ |
| ১০১ | লোকেশ্বৰ চেতিয়া | | দাধৰাগাওঁ |
| ১০২ | গুণ কোঁৱৰ | | দাধৰাগাওঁ |
| ১০৩ | কণ্ঠিৰাম হাজৰিকা | | মিছামৰা |
| ১০৪ | বোপাৰাম হাজৰিকা | | মিছামৰা |
| ১০৫ | কনকেশ্বৰ বৰুৱা | | মিছামৰা |
| ১০৬ | জীৱেশ্বৰ সন্দিকৈ | | ৰঙতি |
| ১০৭ | সোমেশ্বৰ গগৈ | | ৰঙতি |
| ১০৮ | চুলাই বৰপাত্ৰ | | ৰঙতি |
| ১০৯ | ধৰ্মেশ্বৰ বৰা | | ৰঙতি |
| ১১০ | শোভাৰাম গগৈ | | ৰঙতি |
| ১১১ | কমল চাংমাই | | ৰঙতি |
| ১১২ | বেথাৰাম হাতীবৰুৱা | | ৰঙতি |
| ১১৩ | গোপাল গোহাঁই | | ৰঙতি |
| ১১৪ | জয়ৰাম গগৈ | | ৰঙতি |
| ১১৫ | কলীয়া বৰা | | ৰঙতি |
| ১১৬ | গুণাৰাম গগৈ | | |
| ১১৭ | বাপুকণ চেতিয়া | | |
| ১১৮ | চন্দ্ৰকান্ত সন্দিকৈ | | |
| ১১৯ | পদ্ম দিহিঙ্গীয়া | | |
| ১২০ | পোনা সন্দিকৈ | | |
| ১২১ | হেমোধৰ গন্ধিয়া | | |
| ১২২ | বদন চন্দ্ৰ বৰা | | |
| ১২৩ | কমল দুৱৰা | | |
| ১২৪ | পমা কোঁৱৰ | | |
| ১২৫ | মথৰাম চেতিয়া | | |
| ১২৬ | খীৰেশ্বৰ সন্দিকৈ | | |
| ১২৭ | জিজুৰাম চেতিয়া | | |
| ১২৮ | বোধেশ্বৰ বৰা | ভোগাই | বৰবাৰী |
| ১২৯ | শিৱ কাকতি | | সাওকুছি |
| ১৩০ | নাৰায়ণ হাজৰিকা | | গৰুবন্ধা গাঁও |
| ১৩১ | ধনদা বৰা | লক্ষী | মাঘনোৱা |
| ১৩২ | সোণাৰাম বৰা | ভূৰাম | সক্ৰাহী |
| ১৩৩ | হৰকান্ত ভূঞা | সোমেশ্বৰ | সাওকুছি |
| ১৩৪ | গোলোক বৰা | কেঁহোৰাম | সাওকুছি |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ১৩৫ | সোণাৰাম শইকীয়া | সোণাই | সাওকুছি |
| ১৩৬ | শিৱনাথ হাজৰিকা | পুনিৰাম | মাধৱপুৰ |
| ১৩৭ | চন্দ্ৰনাথ দত্ত | ভৰাম | তাতিবাহাৰ |
| ১৩৮ | ডম্বৰুধৰ কাকতি | শিশুৰাম | বিহপুৰীয়া |
| ১৩৯ | সৰ্বানন্দ ভৰালী | কালিৰাম | পিছলাগুৰি |
| ১৪০ | তুলসী শইকীয়া | কণৰাম | সাওকুছি |
| ১৪১ | প্ৰিয়ৰাম দুৱৰা | ত্ৰিলোচন | বহুপথাৰ |
| ১৪২ | ভুলিৰাম বৰা | বিষ্টুৰাম | বহুপথাৰ |
| ১৪৩ | কানুৰাম কোঁৱৰ | নিৰ্মল | বহুপথাৰ |
| ১৪৪ | দোমাই শইকীয়া | হাবিৰাম | দুলীয়াপথাৰ |
| ১৪৫ | অৰুণ গগৈ | হেন্দুৰাম | বহুপথাৰ |
| ১৪৬ | মহেশ্বৰ বৰুৱা | যজ্ঞোৰাম | সাওকুছি |
| ১৪৭ | কমল চন্দ্ৰ গগৈ | পদ্ম | হাৰমতি |
| ১৪৮ | ঠানুৰাম গগৈ | মালভোগ | মেৰমুখ |
| ১৪৯ | ভৱকান্ত শইকীয়া | মালোভোগ | দুলীয়াপথাৰ |
| ১৫০ | থোলোক দত্ত | নোমল | দুলীয়াপথাৰ |
| ১৫১ | দিল্লীৰাম ভূঞা | থোপোৰ | পাণবাৰী |
| ১৫২ | নন্দেশ্বৰ শইকীয়া | | পাণবাৰী |
| ১৫৩ | খগেন্দ্ৰ নাথ দত্ত | বাঞ্চিৰাম | চৌদ্ধপুনীয়া |
| ১৫৪ | পুণ্যেশ্বৰ শৰ্মা | হিৰণ্য | চৰাইদলনি |
| ১৫৫ | ঘনকান্ত দত্ত | প্ৰেমধৰ | চৌদ্ধপুনীয়া |
| ১৫৬ | বন্তিৰাম চুতীয়া | | কাচিকটা |
| ১৫৭ | ভেকোলা বায়ন | | টেঙাপথাৰ |
| ১৫৮ | সোণেশ্বৰ গগৈ | দূৰ্গা | হাৰমতি |
| ১৫৯ | মনেশ্বৰ গগৈ | দূৰ্গা | হাৰমতি |
| ১৬০ | প্ৰেমনাথ ভূঞা | পূৰেশ্বৰ | পাণবাৰী |
| ১৬১ | গঙ্গাৰাম বৰা | বলো | দুলীয়াপথাৰ |
| ১৬২ | ডম্বৰুধৰ বৰা | শলীয়া | মাধৱপুৰ |
| ১৬৩ | ভালি ওজা | | পাণবাৰী |
| ১৬৪ | দীনেশ মহন্ত | সোমেশ্বৰ | সাওকুছি |
| ১৬৫ | গোপাল বৰা | মিঠাৰাম | চৰাইদলনি |
| ১৬৬ | মাণিক হাজৰিকা | বাপুৰাম | সাওকুছি |
| ১৬৭ | চন্দ্ৰনাথ হাজৰিকা | ধনীৰাম | সাওকুছি |
| ১৬৮ | নাথুৰাম শইকীয়া | কিনাৰাম | সাওকুছি |
| ১৬৯ | নোমল বৰুৱা | টুনিৰাম | সাওকুছি |
| ১৭০ | থানেশ্বৰ শইকীয়া | গয়াৰাম | দুলীয়াপথাৰ |
| ১৭১ | হেমকান্ত হাজৰিকা | | দুলীয়াপথাৰ |
| ১৭২ | ৰোষেশ্বৰ তামুলী | | চৰাইদলনি |
| ১৭৩ | ধৰ্মেশ্বৰ শৰ্মা | জয়ৰাম | চৰাইদলনি |
| ১৭৪ | দ্ৰোণেশ্বৰ শৰ্মা | জয়ৰাম | চৰাইদলনি |
| ১৭৫ | কমল ভূঞা | কণৰাম | নাৰায়ণপুৰ |
| ১৭৬ | জীৱন শইকীয়া | শিশুৰাম | দুলীয়াপথাৰ |
| ১৭৭ | ৰামেশ্বৰ বৰুৱা | গুণাৰাম | ফান্দিবাৰী |
| ১৭৮ | হলিৰাম বৰা | পুহাই | দুলীয়াপথাৰ |
| ১৭৯ | কণ্ঠিৰাম মজুমদাৰ | | শেনচোৱা |
| ১৮০ | নাৰায়ণ ফুকন | যজ্ঞোৰাম | মেৰমুখ |
| ১৮১ | ৰামনাৰায়ণ গোস্বামী | মহো | মেৰমুখ |
| ১৮২ | সৰু ফুকননী | কমলা | মেৰমুখ |
| ১৮৩ | পদুমী দুৱৰা | হেমকান্ত | বহুপথাৰ |
| ১৮৪ | লম্বোদৰ দেউৰী | মহেন | বৰদেউৰী গাঁও |
| ১৮৫ | বংশীধৰ দেউৰী | কাকতি | বৰদেউৰী গাঁও |
| ১৮৬ | ৰজনীকান্ত দেউৰী | | বৰদেউৰী গাঁও |
| ১৮৭ | ৰোষেশ্বৰ হাজৰিকা | ভোলাই | পাণবাৰী |
| ১৮৮ | যজ্ঞোৰাম শইকীয়া | বাপীৰাম | দুলীয়াপথাৰ |
| ১৮৯ | নন্দেশ্বৰ ভূঞা | | সাওকুছি |
| ১৯০ | প্ৰিয়ৰাম দুৱৰা | ত্ৰিলোচন | বহুপথাৰ |
| ১৯১ | বিদূৰ বৰা | | বহুপথাৰ |
| ১৯২ | গোবিন্দ হাজৰিকা | | চৰাইদলনি |
| ১৯৩ | মদন ভূঞা | | চৰাইদলনি |
| ১৯৪ | নিৰ্মলা গোস্বামী | প্ৰেম | নাৰায়ণপুৰ |
| ১৯৫ | চন্দ্ৰ বৰুৱা | | দেৰগঞা গাঁও |
| ১৯৬ | কমল ভূঞা | কণ | দেৰগঞা গাঁও |
| ১৯৭ | ভদ্ৰকান্ত গোস্বামী | | বেলগুৰি সত্ৰ |
| ১৯৮ | বন্টিৰাম চুতীয়া | চন্দ্ৰ | |
| ১৯৯ | ডিম্বেশ্বৰ ফুকন | | সাৰজান |
| ২০০ | দীননাথ দত্ত | ঘনকান্ত | দকুৱা |
| ২০১ | নবীন শৰ্মা | | বৰবালি |
| ২০২ | পুণ্যেশ্বৰ শইকীয়া | | দুলীয়াপথাৰ |
| ২০৩ | কেশৰাম দত্ত | | বিহপুৰীয়া |
| ২০৪ | সৰুৰাম চাংমাই | | বিহপুৰীয়া |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ২০৫ | হৰিচন্দ্ৰ বৰুৱা | কমল | বদতি জামুগুৰি |
| ২০৬ | সূৰ্য্য প্ৰসাদ | দশৰথ | বিহপুৰীয়া |
| ২০৭ | মাণিক শৰ্মা | ৰোষেশ্বৰ | চিনাতলী গাঁও |
| ২০৮ | কামেশ্বৰ বৰা | ভদি | এলেঙী গাঁও |
| ২০৯ | ডম্বৰু হাজৰিকা | সভাই | কেন্দুগুৰি |
| ২১০ | লক্ষীধৰ শৰ্মা | সোমনাথ | বামুণগাঁও |
| ২১১ | ৰত্নেশ্বৰ পূজাৰী | ৰমাকান্ত | কেন্দুগুৰি |
| ২১২ | পুৰ্ণানন্দ বৰা | সোণাৰাম | দঙিবিল |
| ২১৩ | সুৰেন্দ্ৰ নাথ শৰ্মা | ধীৰেশ্বৰ | বিহপুৰীয়া |
| ২১৪ | ডম্বৰুধৰ শইকীয়া | আপুৰাম | মৰিছাপথাৰ |
| ২১৫ | ঈশেশ্বৰ হাজৰিকা | যোগাই | গোসাঁইপথাৰ |
| ২১৬ | দেৱকুমাৰ ভূঞা | সভাই | পথালিপাহাৰ |
| ২১৭ | গুণকান্ত বৰুৱা | বুদুৰাম | জামুগুৰি |
| ২১৮ | জিনাৰাম ভূঞা | | কাচিকটা |
| ২১৯ | চন্দ্ৰমোহন ভৌমিক | অনঙ্গ | বিহপুৰীয়া |
| ২২০ | ৰমণীমোহন শীল | ভগৱান | বিহপুৰীয়া |
| ২২১ | ফণীধৰ বায়ন | | ভোগপুৰীয়া |
| ২২২ | বোপাৰাম শইকীয়া | | লাহলিয়াল |
| ২২৩ | শোভন চন্দ্ৰ শাস্ত্ৰী | কমলেশ্বৰ | বিহপুৰীয়া |
| ২২৪ | পূৰ্ণানন্দ হাজৰিকা | ভদৰাম | লাহলিয়াল |
| ২২৫ | লুবুৰাম দত্ত | | ২ নং জাপজুপ |
| ২২৬ | ভোলানাথ শইকীয়া | | কেন্দুগুৰি |
| ২২৭ | মুনীন্দ্ৰ বৰুৱা | চন্দ্ৰেশ্বৰ | বিহপুৰীয়া |
| ২২৮ | হৰেন্দ্ৰ কুমাৰ ৰাউত | দীনবন্ধু | বিহপুৰীয়া |
| ২২৯ | ক্ষেতেকেশ্বৰ বৰুৱা | বানেশ্বৰ | ডিক্ৰংঘাট |
| ২৩০ | জেউতিৰাম দেউৰী | | কাচিকটা |
| ২৩১ | সোমনাথ শৰ্মা | | কাচিকটা |
| ২৩২ | চন্দ্ৰ কুমাৰ বৰুৱা | বলীন্দ্ৰ | |
| ২৩৩ | শ্ৰীনাথ ভৌমিক | অনঙ্গ | বিহপুৰীয়া |
| ২৩৪ | উপেন্দ্ৰ নাথ বৰা | শশী | ভোগদৈগুৰি |
| ২৩৫ | পূৰ্ণানন্দ হাজৰিকা | ভদৰাম | পদুমণি |
| ২৩৬ | ফণীধৰ বৰা | সোণাৰাম | কেন্দুগুৰি |
| ২৩৭ | যজ্ঞেশ্বৰ পূজাৰী | ৰমাকান্ত | কেন্দুগুৰি |
| ২৩৮ | মধুৰাম বৰুৱা | কাতিৰাম | ১ নং জাপজুপ |
| ২৩৯ | লোকনাথ চক্ৰৱৰ্তী | ঋষভেশ্বৰ | বিহপুৰীয়া |
| ২৪০ | মাতিৰাম শইকীয়া | মনপুৰ | ভোগদৈগুৰি |
| ২৪১ | দেৱেশ্বৰ বৰা | | বাগিচাগাঁও |
| ২৪২ | প্ৰফুল্ল তামুলী | গোলাপ | গোসাঁইপথাৰ |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ২৪৩ | ফণীধৰ লাহন | | খোলাগুৰি |
| ২৪৪ | মণিৰাম বৰা | | জাপজুপ |
| ২৪৫ | মালিৰাম বৰা | ৰামনাথ | জাপজুপ |
| ২৪৬ | নীৰদা বৰুৱা | মধুৰাম | গৰুবন্ধা |
| ২৪৭ | ৰবিৰাম হাজৰিকা | | বাগিচাগাঁও |
| ২৪৮ | জয়ৰাম নেওগ | | ভোগদৈগুৰি |
| ২৪৯ | নিছলা দত্ত | | কোৱাদঙ্গা |
| ২৫০ | নৰেন্দ্ৰ নাথ বৰদলৈ | | জামুগুৰি |
| ২৫১ | কণৰাম শইকীয়া | | ২ নং জাপজুপ |
| ২৫২ | মণিৰাম নেওগ | | ২ নং জাপজুপ |
| ২৫৩ | পোৱাল হাজৰিকা (বেজ) | | কেন্দুগুৰি |
| ২৫৪ | উপেন্দ্ৰ বৰদলৈ | | |
| ২৫৫ | কণ্ঠিৰাম বায়ন | | পুখুৰীপাৰ |
| ২৫৬ | ৰামনাথ বৰুৱা | | গোসাঁইগাঁও |
| ২৫৭ | বিনন্দ চুতীয়া | | কাচিকটা |
| ২৫৮ | স্বৰ্ণলতা দত্ত চন্দ্ৰ | | তাতিবাহাৰ |
| ২৫৯ | নীৰদা হাজৰিকা | নাৰায়ণ | গৰুবন্ধাগাঁও |
| ২৬০ | দময়ন্তী বৰুৱা | ৰামনাথ | গোসাঁইপথাৰ |
| ২৬১ | অমূল্য গোস্বামী | লক্ষীকান্ত | বিহপুৰীয়া |
| ২৬২ | কিৰণবালা গোস্বামী | লক্ষীকান্ত | জাপজুপ |
| ২৬৩ | পদ্ম কাকতি | মতি | বিহপুৰীয়া |
| ২৬৪ | ভীমলাল শৰ্মা | | দঙিবিল |
| ২৬৫ | ডম্বৰু হাজৰিকা | | ভোগদৈগুৰি |
| ২৬৬ | বিষ্ণু বৰা | ৰত্নেশ্বৰ | বিহপুৰীয়া |
| ২৬৭ | গোপাল দাস | চন্দ্ৰকুমাৰ | বিহপুৰীয়া |
| ২৬৮ | হৰেন্দ্ৰ কুমাৰ ৰাউত | | বিহপুৰীয়া |
| ২৬৯ | চন্দ্ৰ মোহন ভৌমিক | অনঙ্গ | বিহপুৰীয়া |
| ২৭০ | সুৰেশ চন্দ্ৰ নাথ | অৰ্জুন | বিহপুৰীয়া |
| ২৭১ | তিলেশ্বৰ ভৰালী | | কেন্দুগুৰি |
| ২৭২ | তুলসী ভূঞা | | কেন্দুগুৰি |
| ২৭৩ | নন্দনাথ দলৈ | তনুৰাম | বিহপুৰীয়া |
| ২৭৪ | পূৰ্ণকান্ত শৰ্মা | কমলেশ্বৰ | বিহপুৰীয়া |
| ২৭৫ | সুৰেন্দ্ৰ নাথ শইকীয়া | ধনীৰাম | জামুগুৰি |
| ২৭৬ | বংশীধৰ বৰুৱা | | গোসাঁইপথাৰ |
| ২৭৭ | সোমনাথ শৰ্মা | | কাচিকটা |
| ২৭৮ | লোকেশ্বৰ চুতীয়া | মথুৰা | কাচিকটা |
| ২৭৯ | সুৰেন্দ্ৰ নাথ বৰুৱা | বলিন্দ্ৰ | বিহপুৰীয়া |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ২৮০ | মিনকান্ত গোস্বামী | জীৱকান্ত | ফুকনৰহাট |
| ২৮১ | ধনীৰাম গগৈ | | আহোমগাঁও |
| ২৮২ | সিদ্ধেশ্বৰ গগৈ | ধনীৰাম | কমলাবৰীয়া |
| ২৮৩ | টুপেশ্বৰ বৰা | কণ | কমলাবৰীয়া |
| ২৮৪ | তোষেশ্বৰ বৰা | কুশৰাম | কমলাবৰীয়া |
| ২৮৫ | ভোলানাথ দত্ত | গতি | কমলাবৰীয়া |
| ২৮৬ | গাজাধৰ কুৰ্মী | মাণিক | এঙাৰখোৱা |
| ২৮৭ | কান্দ্ৰা উৰাঙ | কেটনি | হাঁহচোৱা |
| ২৮৮ | শইকীয়া কোঁচ | অম্বুৰাম | এঙাৰখোৱা |
| ২৮৯ | হৰিপদ হাজৰিকা | সোমনাথ | কমলাবৰীয়া |
| ২৯০ | শিশুৰাম বৰুৱা | নোমল | এঙাৰখোৱা |
| ২৯১ | হেৰম্ব ফুকন | অম্বিকা | আহোমগাঁও |
| ২৯২ | হেমেশ্বৰী ফুকন | স্বাঃ ত্ৰিভুৱন বৰুৱা | |
| ২৯৩ | তিলক দত্ত | ফটিক | এঙাৰখোৱা |
| ২৯৪ | ৰত্নেশ্বৰ শৰ্মা | জয়ৰাম | স'লালগাঁও |
| ২৯৫ | যোগেশ্বৰ বৰা | মিনাৰাম | কমলাবৰীয়া |
| ২৯৬ | বগানাথ দত্ত | | লেচাইগাঁও |
| ২৯৭ | গোবিন্দ শৰ্মা | ভৃগুৰাম | স'লাল |
| ২৯৮ | সৰুল'ৰা শইকীয়া | ৰত্নেশ্বৰ | কুমাৰকটা |
| ২৯৯ | পদৰাম | | |
| ৩০০ | ডিম্বেশ্বৰ | | |
| ৩০১ | ৰত্নেশ্বৰ কোঁচ (ক'লা) | | |
| ৩০২ | পুহন চন্দ্ৰ কোঁচ | | |
| ৩০৩ | সৰুল'ৰা বৰা | | |
| ৩০৪ | অম্বুৰাম কোঁচ | তেৰেকা | কমলাবৰীয়া |
| ৩০৫ | কমলা ফুকন | অম্বিকা | আহোমগাঁও |
| ৩০৬ | ডম্বুৰাম বৰা | | কমলাবৰীয়া |
| ৩০৭ | সোণেশ্বৰ শইকীয়া | | কমলাবৰীয়া |
| ৩০৮ | ডিম্বেশ্বৰ শইকীয়া | | কমলাবৰীয়া |
| ৩০৯ | ৰত্ন বৰা | | স'লালগাঁও |
| ৩১০ | ডিম্বেশ্বৰ ফুকন | | স'লালগাঁও |
| ৩১১ | দেবেন ফুকন | | স'লালগাঁও |
| ৩১২ | অকণমান কলিতা | | স'লালগাঁও |
| ৩১৩ | লোকনাথ শৰ্মা | | স'লালগাঁও |
| ৩১৪ | লোকেশ্বৰ বৰুৱা | | পানীগাঁও |
| ৩১৫ | ঘনকান্ত দত্ত | | পানীগাঁও |
| ৩১৬ | উমা দাস | | পানীগাঁও |
| ৩১৭ | বলোৰাম দাস | | পানীগাঁও |
| ৩১৮ | বেনুধৰ ভূঞা | | পানীগাঁও |
| ৩১৯ | তোষেশ্বৰ বৰা | | কমলাবৰীয়া |
| ৩২০ | ৰত্নেশ্বৰ বৰা | | কমলাবৰীয়া |
| ৩২১ | কেশৰাম বৰা | | কমলাবৰীয়া |
| ৩২২ | কেশৱ চন্দ্ৰ দত্ত | | কমলাবৰীয়া |
| ৩২৩ | উপেন বৰদলৈ | | বচাগাঁও |
| ৩২৪ | যোগেশ শৰ্মা | | বচাগাঁও |
| ৩২৫ | মুকুন্দ দাস | | বচাগাঁও |
| ৩২৬ | পূৰ্ণ শৰ্মা | | বচাগাঁও |
| ৩২৭ | ভদ্ৰেশ্বৰ (পুখুৰীপৰীয়া) | | কলিতাগাঁও |
| ৩২৮ | অকমাণ দত্ত | | কলিতাগাওঁ |
| ৩২৯ | পুনিৰাম খাউণ্ড | | ভেৰেকি |
| ৩৩০ | কমল চন্দ্ৰ শৰ্মা | | ধেনুধৰীয়া |
| ৩৩১ | সুৰেন বৰা | | ধেনুধৰীয়া |
| ৩৩২ | দীঘলা ডেকা | | খাৰকাটি |
| ৩৩৩ | দোমাই বৰুৱা | | খাৰকাটি |
| ৩৩৪ | তুলসী শইকীয়া | | খাৰকাটি |
| ৩৩৫ | দসীৰাম বৰা | | খাৰকাটি |
| ৩৩৬ | নাৰায়ণ ফুকন | | স'লালগাঁও |
| ৩৩৭ | ভেলাৰাম হাজৰিকা | | বচাগাঁও |
| ৩৩৮ | বংশীধৰ শইকীয়া | | বচাগাঁও |
| ৩৩৯ | বাপুৰাম কোঁচ | | পানীগাঁও |
| ৩৪১ | তুলাই কাকতি | | পানীগাঁও |
| ৩৪২ | সোণেশ্বৰ চেলেং | | পানীগাঁও |
| ৩৪৩ | হোকোৰা কৈৱৰ্ত্ত | | পানীগাঁও |
| ৩৪৪ | হাবিয়াল দাস | | বচাগাঁও |
| ৩৪৫ | আনন্দ দত্ত | | ধেনুধৰীয়া |
| ৩৪৬ | পানুৰাম শৰ্মা | | বচাগাঁও |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৩৪৭ | ভোবোলা দাস | | বচাগাঁও |
| ৩৪৮ | দুতিৰাম শৰ্মা | | বচাগাঁও |
| ৩৪৯ | গোলাপ চন্দ্ৰ কলিতা | যজ্ঞোৰাম | বচাগাঁও |
| ৩৫০ | মোহন শইকীয়া | | কমলাবৰীয়া |
| ৩৫১ | মণিৰাম বৰা | | এছাৰিখনা |
| ৩৫২ | হেম বৰা | | এছাৰিখনা |
| ৩৫৩ | সোণাৰাম দত্ত | | খাৰকাটি |
| ৩৫৪ | গুণ হাজৰিকা | | খাৰকাটি |
| ৩৫৫ | পুনিৰাম খাউণ্ড | | খাৰকাটি |
| ৩৫৬ | সোণাবৰ দাস | | বচাগাঁও |
| ৩৫৭ | মুক্তা ৰাজখোৱা | | বচাগাঁও |
| ৩৫৮ | উপেন বৰদলৈ | | বচাগাঁও |
| ৩৫৯ | বাবুলাল শৰ্মা | | বচাগাঁও |
| ৩৬০ | ডিম্বেশ্বৰ শৰ্মা | | বচাগাঁও |
| ৩৬১ | ভুৱন দাস | | বচাগাঁও |
| ৩৬২ | ভোলানাথ হাজৰিকা | | বচাগাঁও |
| ৩৬৩ | টঙ্কেশ্বৰ গগৈ | | বচাগাঁও |
| ৩৬৪ | প্ৰেমধৰ ভূঞা | কলীয়া | পানীগাঁও |
| ৩৬৫ | লোকনাথ ভূঞা | | পানীগাঁও |
| ৩৬৭ | খগেশ্বৰ বৰা | | পানীগাঁও |
| ৩৬৮ | ঠগীৰাম চেলেং | | পানীগাঁও |
| ৩৬৯ | বেথাৰাম বৰুৱা | | পানীগাঁও |
| ৩৭০ | কণ নাথ বৰুৱা | | পানীগাঁও |
| ৩৭১ | ৰত্ন বৰুৱা | | পানীগাঁও |
| ৩৭২ | বাবুলাল শৰ্মা | | পানীগাঁও |
| ৩৭৩ | পুণ্যেশ্বৰ বৰা | | পানীগাঁও |
| ৩৭৪ | উমা হাজৰিকা | | বাঁহপাতি |
| ৩৭৫ | বজৰু চুতীয়া | | বাঁহপাতি |
| ৩৭৬ | হাঁহিৰাম শইকীয়া | | বাঁহপাতি |
| ৩৭৭ | নবীন দাস | | বাঁহপাতি |
| ৩৭৮ | পদ্ম শৰ্মা | | স'লালগাঁও |
| ৩৭৯ | ডিম্বেশ্বৰ ফুকন | | স'লালগাঁও |
| ৩৮০ | সুনন্দ ফুকন | | স'লালগাঁও |
| ৩৮১ | ভদ্ৰেশ্বৰ বৰা | | স'লালগাঁও |
| ৩৮২ | কণনাথ শইকীয়া | | স'লালগাঁও |
| ৩৮৩ | দীননাথ গোস্বামী | | কমলাবৰীয়া |
| ৩৮৪ | ক্ষীৰেশ্বৰী বৰা | ক'লাৰাম | ফুকনৰহাট |
| ৩৮৫ | খগেশ্বৰ শৰ্মা | বিষ্ণু | ভেৰেকী |
| ৩৮৬ | চন্দ্ৰকান্ত শইকীয়া | হাঁহিৰাম | শ'লমৰীয়া |
| ৩৮৭ | তিলক শইকীয়া | হাঁহিৰাম | বিলতীয়া |
| ৩৮৮ | দাসীৰাম বৰা | তিলং | খাৰকাটি |
| ৩৮৯ | প্ৰেম খাউণ্ড | গঙ্গাৰাম | পিঠাগুৰি |
| ৩৯০ | বিচিত্ৰ বৰুৱা | সোমেশ্বৰ | স'লাল |
| ৩৯১ | ত্ৰৈলোক্য বৰা | ডম্বৰু | স'লাল |
| ৩৯২ | ঠানুৰাম বৰা | তনুৰাম | স'লাল |
| ৩৯৩ | সুৰেন বৰা | ধেনুৰাম | ধেনুধৰীয়া |
| ৩৯৪ | যোগেশ্বৰ বৰা | মিনাৰাম | কমলাবৰীয়া |
| ৩৯৫ | গুণদা বৰা | মনেশ্বৰ | জাপিসজীয়া |
| ৩৯৬ | সোমেশ্বৰ চক্ৰৱৰ্তী | কীৰ্ত্তিনাথ | বৰমণিয়া |
| ৩৯৭ | লোকনাথ খাটনিয়াৰ | | পানীগাঁও |
| ৩৯৮ | তুতকুৰী কুচুনী | কণ নাথ | বিলতীয়া |
| ৩৯৯ | কণআইটি শইকীয়া | | খাৰকাটি |
| ৪০০ | মোহন শইকীয়া | | কমলাবৰীয়া |
| ৪০১ | হেম ফুকন | পৰমানন্দ | স'লাল |
| ৪০২ | চন্তি গগৈ | | কেদমিয়াল |
| ৪০৩ | কেশৰাম কলিতা | গতি | কমলাবৰীয়া |
| ৪০৪ | সোণেশ্বৰ দাস | লাইতলী | বচাগাঁও |
| ৪০৫ | বগানাথ দত্ত | | লেচাইগাঁও |
| ৪০৬ | চেনেহীলতা মজুমদাৰ | | বগলীজান |
| ৪০৭ | দাসীৰাম বৰা | তিলং | খাৰকাটি |
| ৪০৮ | মনেশ্বৰ ভৰালী | কতিয়া | কুমাৰকটা |
| ৪০৯ | পদৰাম শইকীয়া | ভোগৰাম | কুমাৰকটা |
| ৪১০ | সত্যনাথ বৰুৱা | মদন | পানীগাঁও |
| ৪১১ | মেম বৰা | ৰত্নেশ্বৰ | ফুকনৰহাট |
| ৪১২ | ইন্দ্ৰ নাথ দত্ত | কনকেশ্বৰ | ফুকনৰহাট |
| ৪১৩ | বাবুলাল শৰ্মা | যোগেশ্বৰ | বচাগাঁও |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৪১৪ | থানেশ্বৰ বৰা | শম্ভুৰাম | টুনিজান |
| ৪১৫ | গণনাথ গোস্বামী | সুন্দৰ | সান্দহখোৱা |
| ৪১৬ | জিউৰাম শইকীয়া | মাণিক | |
| ৪১৭ | টঙ্কেশ্বৰ বৰা | লক্ষী | |
| ৪১৮ | থুলন্দৰ ভৰালী | | |
| ৪১৯ | ৰাধানাথ ফুকন | সৰ্বেশ্বৰ | খ'ৰাপথাৰ |
| ৪২০ | চৈয়দ ৰিয়াজুল হুছেইন | চৈয়দ দালনুৰ | কাঁহীপৰা |
| ৪২১ | লীলাৰাম শইকীয়া | পোৱাল | খ'ৰাপথাৰ |
| ৪২২ | দেৱেন্দ্ৰনাথ ঠাকুৰ | কুঞ্জনাথ | সান্দহখোৱা |
| ৪২৩ | প্ৰফুল্ল মহন্ত | বোপাটি | সান্দহখোৱা |
| ৪২৪ | চেনিৰাম শইকীয়া | যাদু | সান্দহখোৱা |
| ৪২৫ | যতীন্দ্ৰ দাস | | লালুক |
| ৪২৬ | সৰুল'ৰা শইকীয়া | পূৰ্ণ | খ'ৰাপথাৰ |
| ৪২৭ | থানুৰাম বৰা | বনমালী | খ'ৰাপথাৰ |
| ৪২৮ | সোণেশ্বৰ শইকীয়া | মণি | সান্দহখোৱা |
| ৪২৯ | যুগল ফুকন | | |
| ৪৩০ | মন গাঁওবুঢ়া | | |
| ৪৩১ | ডিম্বেশ্বৰ বৰা | | |
| ৪৩২ | ৰঙাই বৰা | | |
| ৪৩৩ | আইতা বৰা | | |
| ৪৩৪ | অকমান শইকীয়া | | |
| ৪৩৫ | ভানু শইকীয়া | | |
| ৪৩৬ | শিনিপ্ৰভা শইকীয়া | | |
| ৪৩৭ | সেউতী হাজৰিকা | | |
| ৪৩৮ | মন গাঁওবুঢ়া | | |
| ৪৩৯ | প্ৰফুল্ল চন্দ্ৰ বৰুৱা | চন্দ্ৰধৰ | দ'লহাট |
| ৪৪০ | সোমেশ্বৰ ৰাজখোৱা | | কোৱাদঙা |
| ৪৪১ | হিৰণ্য প্ৰভা শইকীয়া | চন্দ্ৰেশ্বৰ | দ'লহাট |
| ৪৪২ | ৰাজেন বৰপাত্ৰ | জয়ৰাম | নাওবৈচা |
| ৪৪৩ | কনক শইকীয়া | খেমাই | গেঞ্চালি |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৪৪৪ | হৰকান্ত দলৈ | ডিম্বেশ্বৰ | লথৌ |
| ৪৪৫ | জিউৰাম বৰা | বুদুৰাম | নাওবৈচা |
| ৪৪৬ | ৰাধিকামোহন দত্ত | মহিম | দ'লহাট |
| ৪৪৭ | সুৰেশ চক্ৰৱৰ্তী | জয়কিশোৰ | কলাখোৱা |
| ৪৪৮ | পদ্ম শইকীয়া | ভোগৰাম | বিলতীয়া |
| ৪৪৯ | ৰবিচন্দ্ৰ বৰুৱা | কালিৰাম | টিকাগাঁও |
| ৪৫০ | টুপীৰাম বৰা | দিনাৰাম | পেৰাভাৰী |
| ৪৫১ | ডিম্বেশ্বৰ বৰা | কনকেশ্বৰ | বলমা(সোণাপুৰ) |
| ৪৫২ | অশ্বিনী চৰকাৰ | কেটন | কোঁৱৰপুৰ |
| ৪৫৩ | কণনাথ শৰ্মা | জিউৰাম | টিকাগাঁও |
| ৪৫৪ | ৰাজবিহাৰী মণ্ডল | চুতিবাম | কোঁৱৰপুৰ |
| ৪৫৫ | গোলাপ শইকীয়া | তিলেশ্বৰ | বিলতীয়া |
| ৪৫৬ | বিভুৰাম বৰা | তিল বৰা | শান্তিপুৰ (ফুলবাৰী) |
| ৪৫৭ | কণনাথ শইকীয়া | কেৰকণ | দ'লহাট |
| ৪৫৮ | দিনাৰাম শইকীয়া | পদৰাম | বিলতীয়া |
| ৪৫৯ | তিলক শইকীয়া | হাঁহিৰাম | বিলতীয়া |
| ৪৬০ | কৃষ্ণচৰণ সাধু | হৰিচৰণ | কোঁৱৰপুৰ |
| ৪৬১ | গঙ্গাধৰ বৰদলৈ | পদ্মধৰ | পেৰাভাৰী |
| ৪৬২ | নীলকান্ত পণ্ডিত | গুৰুদয়াল | দ'লহাট |
| ৪৬৩ | ৰমেশ দাস | | পেৰাভাৰী |
| ৪৬৪ | নিৰ্মল দত্ত | | পেৰাভাৰী |
| ৪৬৫ | যতীন্দ্ৰ নমঃশূদ্ৰ | | কলাখোৱা, দ'লহাট |
| ৪৬৬ | দেৱেশ্বৰ বৰুৱা | | |
| ৪৬৭ | হংস বাবা | | ফুলবাৰী |
| ৪৬৮ | পৰমানন্দ গোস্বামী | দীপ্তিকান্ত | হাবিবৰ নাহৰণি |
| ৪৬৯ | সৰুবাপ সেনাপতি | | |
| ৪৭০ | পদ্মধৰ শইকীয়া | লতিৰাম | বিলতীয়া |
| ৪৭১ | ফণীধৰ নেওগ | | লালুক |
| ৪৭২ | সোণেশ্বৰ শইকীয়া | | লালুক |
| ৪৭৩ | ফটিক শইকীয়া | | লালুক |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৪৭৪ | ভুৱন বুঢ়াগোহাঁই | | বাঁহপাতি |
| ৪৭৫ | বেণীমাধৱ দত্ত | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৭৬ | কিনাৰাম দত্ত | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৭৭ | প্ৰফুল্ল কুমাৰ বৰুৱা | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৭৮ | জগদানন্দ গোস্বামী | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৭৯ | গগন ফুকন | তুৱাৰাম | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৮০ | তনুৰাম ভূঞা | | তেলীয়াগাঁও |
| ৪৮১ | ভৱ হাজৰিকা | | তেলীয়াগাঁও |
| ৪৮২ | মহিবুল হূছেইন | | তেলীয়াগাঁও |
| ৪৮৩ | খগেন গোহাঁই বৰুৱা | | নকাড়ী |
| ৪৮৪ | গুৰুপ্ৰসাদ শৰ্মা | ধৰ্মেশ্বৰ | উঃ লক্ষীমপুৰ, বগীনদী |
| ৪৮৫ | তাৰাপ্ৰসাদ শৰ্মা | ধৰ্মেশ্বৰ | উঃ লক্ষীমপুৰ, বগীনদী |
| ৪৮৬ | আব্দুল বাৰী | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৮৭ | প্ৰফুল্ল বৰুৱা | দূৰ্গেশ্বৰ | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৮৮ | ডিম্বেশ্বৰ কলিতা | | বাহাদুৰ চুক |
| ৪৮৯ | বিপিন দত্ত | | গড়েহগা |
| ৪৯০ | তীৰ্থেশ্বৰ দত্ত | | গড়েহগা |
| ৪৯১ | জীৱন দত্ত | | |
| ৪৯২ | ইন্দ্ৰেশ্বৰ দত্ত | কনকেশ্বৰ | লেচাইগাঁও |
| ৪৯৩ | দূৰ্গেশ্বৰ বৰুৱা | | গড়েহগা |
| ৪৯৪ | গঙ্গাধৰ হাজৰিকা | কণনাথ | হিন্দুগাঁও |
| ৪৯৫ | হৃদয়ানন্দ গোস্বামী | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৪৯৬ | দেউৰাম শইকীয়া | | চুতীয়াকাৰী |
| ৪৯৭ | কনক গায়ন | | ৰাংচলীয়া |
| ৪৯৮ | সিদ্ধেশ্বৰ দত্ত | ঘনশ্যাম | সোণাৰীগাঁও |
| ৪৯৯ | সৰুৰাম দত্ত | মতিৰাম | তেলীয়াগাঁও |
| ৫০০ | টংকেশ্বৰ দত্ত | মিঠাৰাম | তেলীয়াগাঁও |
| ৫০১ | শিশুৰাম দাস | | চমুৱাগাঁও |
| ৫০২ | লম্বোদৰ দত্ত | গৌৰী | নকাড়ী |
| ৫০৩ | প্ৰফুল্ল বৰুৱা | দূৰ্গেশ্বৰ | সোণাৰীগাঁও |
| ৫০৪ | বিদুৰ বণিয়া | | মৈদুমীয়া |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৫০৫ | বোধেশ্বৰ দত্ত | ৰমণ | বাহাদুৰচুক |
| ৫০৬ | জপৰা দাস | | ঘাৰমৰা |
| ৫০৭ | কণ্টা দত্ত | | হোকাচাকৰি |
| ৫০৮ | ভোগেশ্বৰ দত্ত | পদ্মধৰ | আজাদ |
| ৫০৯ | চক্ৰধৰ হাজৰিকা | লালু | হিন্দুগাঁও |
| ৫১০ | যোগেশ চন্দ্ৰ মহন্ত | | মৈদুমীয়া |
| ৫১১ | চন্দ্ৰনাথ দত্ত | ফণীধৰ | তিনিকুৰীয়া |
| ৫১২ | যোগেশ্বৰ দোলাকাষৰীয়া | | জাপিসজীয়া |
| ৫১৩ | গুণদা বৰা | | জাপিসজীয়া |
| ৫১৪ | উপেন দাস | | সনাতন গাঁও |
| ৫১৫ | তিলেশ্বৰ দাস | | ৰমণীচুক |
| ৫১৬ | ভাৰত ঠাকুৰীয়া | | তেলীয়াগাঁও |
| ৫১৭ | যোগেশ্বৰ শৰ্মা বৰুৱা | | তেলীয়াগাঁও |
| ৫১৮ | অনিৰাম হাজৰিকা | | তেলীয়াগাঁও |
| ৫১৯ | আজিজুৰ হক বৰুৱা | | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৫২০ | লক্ষী কলিতা | | বাহাদুৰ চুক |
| ৫২১ | দেৱেশ্বৰ কোঁচ | | মাউতৰ চুক |
| ৫২২ | মোহন দত্ত | | মাউতৰ চুক |
| ৫২৩ | অম্বু দত্ত | | বাহাদুৰ চুক |
| ৫২৪ | থোলোক দত্ত | | বাহাদুৰ চুক |
| ৫২৫ | খগেশ্বৰ ভূঞা | লীলাৰাম | উত্তৰ লক্ষীমপুৰ নগৰ |
| ৫২৬ | নাৰায়ণ দাস | | |
| ৫২৭ | নিহাৰবালা বৰুৱা | | |
| ৫২৮ | খগেন্দ্ৰ ফুকন | ছাঁয়াৰাম | চেতিয়াগাঁও |
| ৫২৯ | টেপুৰাম কেওঁট | তনুৰাম | জাপিসজীয়া |
| ৫৩০ | কমল চন্দ্ৰ ভূঞা | কৃষ্ণৰাম | মাইবেলীয়া |
| ৫৩১ | হলধৰ গগৈ | | নকাড়ী |
| ৫৩২ | মহিবুল হুছেইন | | |
| ৫৩৩ | অকণ দত্ত | টেপুৰাম | ৰংচলীয়া গাঁও |
| ৫৩৪ | বেলাই চন্দ্ৰ দত্ত | মহৰাম | নপমুৱা ঘাৰমৰা |
|
নকাড়ী আৰু কদম, আৰু গোহাঁই মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[8]
[সম্পাদনা কৰক]
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৫৩৫ | শৈলেন্দ্ৰ কাকতি | | নকাড়ী |
| ৫৩৬ | মোলোকা বৰা | | নকাড়ী |
| ৫৩৭ | তিলক দস্তিদাৰ | | নকাড়ী |
| ৫৩৮ | মহেন্দ্ৰ দস্তিদাৰ | | নকাড়ী |
| ৫৩৯ | দেউৰাম শইকীয়া | | নকাড়ী |
| ৫৪০ | ক্ষীৰেশ্বৰী দস্তিদাৰ | | নকাড়ী |
| ৫৪১ | পৰশুৰাম তালুকদাৰ | | নকাড়ী |
| ৫৪২ | ভূধৰ কোঁচ | | নকাড়ী |
| ৫৪৩ | বগেন্দ্ৰ বৰুৱা | | নকাড়ী |
| ৫৪৪ | বলো শইকীয়া | | নকাড়ী |
| ৫৪৫ | ধনেশ্বৰ বৰুৱা | | নকাড়ী |
| ৫৪৬ | গোলাপ বৰুৱা | | নকাড়ী |
| ৫৪৭ | কনকেশ্বৰ চুতীয়া | | নকাড়ী |
| ৫৪৮ | চম্বৰীয়া নায়ক | | নকাড়ী |
| ৫৪৯ | পুতুসিং নায়ক | | নকাড়ী |
| ৫৫০ | ভদ্ৰেশ্বৰ বৰুৱা | | নকাড়ী |
| ৫৫১ | বাপুৰাম দত্ত | | নকাড়ী |
| ৫৫২ | গণেশ চন্দ্ৰ দত্ত | | নকাড়ী |
| ৫৫৩ | ৰেৱতী দত্ত | | নকাড়ী |
| ৫৫৪ | চাকিধৰ বৰুৱা | | নকাড়ী |
| ৫৫৫ | উপেন শইকীয়া | | নকাড়ী |
| ৫৫৬ | যোগেশ মহন্ত | | নকাড়ী |
| ৫৫৭ | মহৎৰাম দাস | | নকাড়ী |
| ৫৫৮ | বিদুৰ বণিয়া | | নকাড়ী |
| ৫৫৯ | কমলা বৰা | | নকাড়ী |
| ৫৬০ | ৰূপৰাম শইকীয়া | | নকাড়ী |
| ৫৬১ | লক্ষীনাথ শৰ্মা | | নকাড়ী |
| ৫৬২ | কৰণসিং ছেত্ৰী | | নকাড়ী |
| ৫৬৩ | বলো ছেত্ৰী | | নকাড়ী |
| ৫৬৪ | তিলক সন্দিকৈ | | নকাড়ী |
| ৫৬৫ | কন্দলি কলিতা | | নকাড়ী |
| ৫৬৬ | ৰাজুৱা কৈৱৰ্ত্ত | | নকাড়ী |
| ৫৬৭ | গেঠুৰাম দাস | | নকাড়ী |
| ৫৬৮ | গেন্ধেলা কোঁচ | | নকাড়ী |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৫৬৯ | পূৰ্ণ তামুলী | | নকাড়ী |
| ৫৭০ | মদন তামুলী বৰুৱা | | নকাড়ী |
| ৫৭১ | ঘন বৰুৱা | | নকাড়ী |
| ৫৭২ | অকণ শইকীয়া | | নকাড়ী |
| ৫৭৩ | ঘন তামুলী | | নকাড়ী |
| ৫৭৪ | স্নেহলতা মজুমদাৰ | | নকাড়ী |
| ৫৭৫ | প্ৰসন্ন মজুমদাৰ | | নকাড়ী |
| ৫৭৬ | হাফেজ আলী আকবৰ | | নকাড়ী |
| ৫৭৭ | ৰামনাথ দত্ত | | নকাড়ী |
| ৫৭৮ | নাৰায়ণ ফুকন | | নকাড়ী |
| ৫৭৯ | পুষ্পকান্তি | | নকাড়ী |
| ৫৮০ | ইন্দ্ৰেশ্বৰ শইকীয়া | | নকাড়ী |
| ৫৮১ | সদানন্দ দত্ত | | নকাড়ী |
| ৫৮২ | সুৰেন্দ্ৰ দস্তিদাৰ | | নকাড়ী |
| ৫৮৩ | আদিৰাম গগৈ | | নকাড়ী |
| ৫৮৪ | হৰনাথ গোহাঁই | খগেশ্বৰ | নকাড়ী |
| ৫৮৫ | সুৰেন্দ্ৰ বৰদলৈ | | নকাড়ী |
| ৫৮৬ | চিত্ৰনাথ খনিকৰ | খগেশ্বৰ | চাবতি |
| ৫৮৭ | গঙ্গাৰাম বৰা | পদোৰাম | জ্যোতিনগৰ |
| ৫৮৮ | গোলাপ গগৈ | | কদম |
| ৫৮৯ | বিনোদ গগৈ | | কদম |
| ৫৯০ | শিশুৰাম ৰাজখোৱা | | কদম |
| ৫৯১ | মেঘ ভৰালী | | বেবেজীয়া, গোঁৱাই |
| ৫৯২ | দ্বাৰিকা ফুকন | | কলিতাগাঁও |
| ৫৯৩ | খগিৰাম দত্ত | | কলিতাগাঁও |
| ৫৯৪ | কুলপ্ৰসাদ গোস্বামী | কলিতাগাঁও |
| ৫৯৬ | প্ৰভাত ভৰালী | | বেবেজীয়া |
| ৫৯৭ | শিৱনাথ গোস্বামী | বাসুদেৱ | ঢকুৱাখনা |
| ৫৯৮ | পূৰ্ণ ভৰালী | | জালভাৰী, ঢকুৱাখনা |
| ৫৯৯ | পূৰ্ণ চুতীয়া | | জালভাৰী, ঢকুৱাখনা |
| ৬০০ | আনন্দ দত্ত | | জীয়ামৰীয়া, ঢকুৱাখনা |
| ৬০১ | ডিম্বেশ্বৰ দাস | | ঢকুৱাখনা |
| ৬০২ | সতীশ গগৈ | | ঢকুৱাখনা |
|
ঢকুৱাখনা, বৰদলনি, ঘিলামৰা আৰু মাছখোৱা মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[9]
[সম্পাদনা কৰক]
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৬০৩ | লোহাৰাম হাজৰিকা | | বৰদলনি |
| ৬০৪ | হীৰানাথ শৰ্মা | | বিলতীয়া, মাছখোৱা |
| ৬০৫ | নোমাল বৰুৱা | | বেবেজীয়া |
| ৬০৬ | ফুলেশ্বৰী ফুকন | | ঢকুৱাখনা |
| ৬০৭ | গণেশ শৰ্মা | | বৰদলনি, কোঁচগাঁও |
| ৬০৮ | কনক দত্ত | | কলিতাগাঁও |
| ৬০৯ | বানেশ্বৰ দাস | | মৰলৰ চুক |
| ৬১০ | পদ্ম মুক্তিয়াৰ | | মাইচাগাঁও |
| ৬১১ | মহেন্দ্ৰ দত্ত | | কলিতাগাঁও |
| ৬১২ | নৰেন দত্ত | | বৰদলনি |
| ৬১৩ | ভুৱনেশ্বৰ বৰুৱা | | কলিতাগাঁও |
| ৬১৪ | আদিত্য শইকীয়া | | পদুমণি, বৰদলনি |
| ৬১৫ | কবীন্দ্ৰ গগৈ | | ঢকুৱাখনা |
| ৬১৬ | দণ্ডী দত্ত | | বৰদলনি |
| ৬১৭ | থানুৰাম দত্ত | | বৰদলনি |
| ৬১৮ | সাগৰ মেধি | | বৰদলনি |
| ৬১৯ | ৰাধা বৰুৱা | | বৰদলনি |
| ৬২০ | বাপুটি গগৈ | | বৰদলনি |
| ৬২১ | পুৰণ নৰহ | | ঢকুৱাখনা |
| ৬২২ | বদল গাঁওবুঢ়া | | ঢকুৱাখনা |
| ৬২৩ | কিৰকিৰি গাঁওবুঢ়া | | ঢকুৱাখনা |
| ৬২৪ | পীনেধৰ দাস | | ঢকুৱাখনা |
| ৬২৫ | ফৰিং মেধি | | ঢকুৱাখনা |
| ৬২৬ | ফুকন কোঁচ | | ঢকুৱাখনা |
| ৬২৭ | গম্ভীৰ লালুং | | ঢকুৱাখনা |
| ৬২৮ | নিশা চন্দ্ৰ লালুং | | ঢকুৱাখনা |
| ৬২৯ | পৰমা দলৈ | | ঢকুৱাখনা |
| ৬৩০ | কানুৰাম দলে | | ঢকুৱাখনা |
| ৬৩১ | টঙ্গাৰাম দলে | | ঢকুৱাখনা |
| ৬৩২ | বানেশ্বৰ দলে | | ঢকুৱাখনা |
| ৬৩৩ | গোলাপ পায়েং | | ঢকুৱাখনা |
| ৬৩৪ | নৰেন দাফলাৰী | | ঢকুৱাখনা |
| ৬৩৫ | মুক্তা দত্ত | | ঢকুৱাখনা |
| ৬৩৬ | চক্ৰৱৰ্তী ভৰালী | | ঢকুৱাখনা |
| ৬৩৭ | কুল শইকীয়া | | ঢকুৱাখনা মহকুমা |
| ৬৩৮ | ভোলানাথ দত্ত | | ঢকুৱাখনা মহকুমা |
| ৬৩৯ | নোমাল ভূঞা | | ঢকুৱাখনা মহকুমা |
| ৬৪০ | লীলাকান্ত দাস | | ঢকুৱাখনা মহকুমা |
| ৬৪১ | যজ্ঞেশ্বৰ ভূঞা | | ঢকুৱাখনা মহকুমা |
| ৬৪২ | ভোগেশ্বৰ দত্ত | | ঢকুৱাখনা মহকুমা |
| ৬৪৩ | ঘন দত্ত | | ঢকুৱাখনা মহকুমা |
| ৬৪৪ | বাপাৰাম দত্ত | | ঢকুৱাখনা মহকুমা |
| ৬৪৫ | মোহন শইকীয়া | | ঢকুৱাখনা মহকুমা |
| ৬৪৬ | লম্বোদৰ বৰুৱা | | ঢকুৱাখনা মহকুমা |
| ৬৪৭ | ভলুকা চাংমাই | | ঢকুৱাখনা মহকুমা |
| ৬৪৮ | শান্তিৰাম চেতিয়া | | ঢকুৱাখনা মহকুমা |
| ৬৪৯ | কৃষ্ণৰাম গগৈ | | ঢকুৱাখনা মহকুমা |
| ৬৫০ | জীৱন ফুকন | | ঢকুৱাখনা মহকুমা |
| ৬৫১ | গনেশ শৰ্মা | | ঢকুৱাখনা মহকুমা |
| ৬৫২ | লোহাৰাম দাস | | ঢকুৱাখনা মহকুমা |
| ৬৫৩ | বেণু হাজৰিকা | | ঢকুৱাখনা মহকুমা |
| ৬৫৪ | ভোলা দত্ত | | ঢকুৱাখনা মহকুমা |
| ৬৫৫ | চোৱাৰাম দত্ত | | ঢকুৱাখনা মহকুমা |
| ৬৫৬ | গণেশ চুতীয়া | | ঢকুৱাখনা মহকুমা |
|
| ক্ৰঃ নং |
মুক্তিযুঁজাৰুৰ নাম |
পিতাৰ নাম |
ঠিকনা |
| ৬৫৭ | ভোগেশ্বৰ বৰুৱা | | ঢকুৱাখনা মহকুমা |
| ৬৫৮ | সভাৰাম ভৰালী | | |
| ৬৫৯ | মেৰুণা ভৰালী | | |
| ৬৬০ | তুলসী ভৰালী | | |
| ৬৬১ | ডিম্বেশ্বৰ ভৰালী | | |
| ৬৬২ | দেৱেশ্বৰ কোঁচ | | |
| ৬৬৩ | ধৰ্মেশ্বৰ বৰুৱা | | |
| ৬৬৪ | চন্দ্ৰশেখৰ দাস | | ঢকুৱাখনা |
| ৬৬৫ | তিলেশ্বৰ দত্ত | | ঢকুৱাখনা |
| ৬৬৬ | মুখেশ্বৰ মুক্তিয়াৰ | | |
| ৬৬৭ | গণনাথ গোহাঁই | | ঢকুৱাখনা |
| ৬৬৮ | শৈল বৰা | | ঢকুৱাখনা |
| ৬৬৯ | ইন্দ্ৰধৰ গোহাঁই | | ঢকুৱাখনা |
| ৬৭০ | কেশৱ চন্দ্ৰ গোহাঁই | | গোহাঁই মৌজা |
| ৬৭১ | খগেশ্বৰ খনিকৰ | | গোহাঁই মৌজা |
| ৬৭২ | মহেন্দ্ৰ খনিকৰ | | গোহাঁই মৌজা |
| ৬৭৩ | দুতিৰাম কছাৰি | | গোহাঁই মৌজা |
| ৬৭৪ | ৰামচন্দ্ৰ মৰাং | | গোহাঁই মৌজা |
| ৬৭৫ | শান্তিৰাম চেতিয়া | | গোহাঁই মৌজা |
| ৬৭৬ | ধনপুৰ সুত | | গোহাঁই মৌজা |
| ৬৭৭ | চন্দ্ৰধৰ গোহাঁই | | ঢকুৱাখনা |
| ৬৭৮ | ৰুক্মনাথ গগৈ | | ঢকুৱাখনা |
| ৬৭৯ | ত্ৰৈলোক্য দাস | | ঢকুৱাখনা |
| ৬৮০ | শৰত বৰুৱা | | ঢকুৱাখনা |
| ৬৮১ | কমলা তামুলী | | ঢকুৱাখনা |
| ৬৮২ | কাশীনাথ বৰুৱা | | ঢকুৱাখনা |
| ৬৮৩ | বেথাৰাম পেগু | | ঢকুৱাখনা |
| ৬৮৪ | জয়চন্দ্ৰ গগৈ | | ঢকুৱাখনা |
| ৬৮৫ | সোমেশ্বৰ গগৈ | | ঢকুৱাখনা |
| ৬৮৬ | ৰবীন দত্ত | | ঢকুৱাখনা |
| ৬৮৭ | আলিৰাম বৰা | | ঢকুৱাখনা |
| ৬৮৮ | মিলন চন্দ্ৰ গগৈ | | ঢকুৱাখনা |
| ৬৮৯ | মলাৰাম বৰুৱা | | ঢকুৱাখনা |
| ৬৯০ | ভগীৰাম মেধি | | ঢকুৱাখনা |
| ৬৯১ | ৰঘু ভৰালী | | ঢকুৱাখনা |
| ৬৯২ | হীৰানাথ শৰ্মা | | ঢকুৱাখনা |
| ৬৯৩ | মহন ফুকন | | ঢকুৱাখনা |
| ৬৯৪ | ৰবি গোহাঁই | | ঢকুৱাখনা |
| ৬৯৫ | মণি গোহাঁই | | ঢকুৱাখনা |
| ৬৯৬ | যজ্ঞেশ্বৰ ভূঞা | | ঢকুৱাখনা |
| ৬৯৭ | গোপাল পায়েং | | ঢকুৱাখনা |
| ৬৯৮ | মুখেশ্বৰ হাজৰিকা | | বৰদলনি মৌজা |
| ৬৯৯ | ডম্বৰু তামুলী | | বৰদলনি মৌজা |
| ৭০০ | বানেশ্বৰ দাস | | বৰদলনি মৌজা |
| ৭০১ | জীৱন ফুকন | | বৰদলনি মৌজা |
| ৭০২ | উগ্ৰ গগৈ | | বৰদলনি মৌজা |
| ৭০৩ | নৰেণ দত্ত | | বৰদলনি মৌজা |
| ৭০৪ | বাপুৰাম হাজৰিকা | | বৰদলনি মৌজা |
| ৭০৫ | বেণুধৰ হাজৰিকা | | বৰদলনি মৌজা |
| ৭০৬ | গণেশ শৰ্মা | | বৰদলনি মৌজা |
| ৭০৭ | কেহু গোহাঁই | | কাঠৰবাৰী, ঢকুৱাখনা |
| ৭০৮ | বিলাস ৰায় | খেমানি | কাঠৰবাৰী, ঢকুৱাখনা |
| ৭০৯ | মেঘ ভৰালী | ধুপুক | বেবেজীয়া |
| ৭১০ | পৰমানন্দ বৰা | মাণিক | বালিগাঁও, ঢকুৱাখনা |
|
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৬-২০৭.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৭-২০৮.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৮-২১২.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২১২-২১৪.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২১৫-২১৯.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২১৯-২২১.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২২১-২২৩.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২২৩-২২৫.
- ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২২৫-২২৮.