লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
(লাউৰ পৰা পুনঃনিৰ্দেশিত)
লাও বা লাউ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে:
- লাও হৈছে অসমৰ এবিধ পৰম্পৰাগত নিচাজাতীয় পানীয়।
- লাও (পাচলি) হৈছে খাদ্যৰূপে ব্যৱহৃত এবিধ পাচলি।
- লাউচ বা লাও হৈছে দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ।
- লাও ভাষা হৈছে লাউচৰ আধিকাৰীক ভাষা।
- লাও জনগোষ্ঠী দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী।
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |