লাচিত বঁটা
অৱয়ব
এই প্ৰবন্ধটো শৰাইঘাট যুদ্ধৰ আহোম সেনাপতি লাচিত বৰফুকনৰ স্মৃতিত প্ৰদান কৰা বঁটাৰ বিষয়ে। অন্যান্য ব্যৱহাৰৰ বাবে লাচিত বৰফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লাচিত বঁটা প্ৰদান কৰা হয়৷ ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷ এই বঁটাত হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি থকা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি আৰু লগতে পাঁচ হাজাৰ টকা প্ৰদান কৰা হয়৷