সমললৈ যাওক

লিংকডইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিংকডইন কৰ্পোৰেশ্বন
প্ৰকাৰ উন্মুক্ত
প্ৰতিষ্ঠা চান্তা মনিকা, কেলিফোৰ্ণিয়া (২০০৩)
প্ৰতিষ্ঠাপক ৰেইড হফমেন
এলেন ব্লু
কন্সটেনটাইন
এৰিক লে
জিয়ান-লাক ভিলেণ্ট
মূখ্য কাৰ্যালয় মাউণ্টেইন ভিউ, কেলিফোৰ্ণিয়া, যুক্তৰাষ্ট্ৰ
কৰ্মৰ এলেকা বিশ্বব্যাপী
উল্লেখযোগ্য ব্যক্তি ৰেইড হফমেন (চেয়াৰমেন)
জেফ উইনাৰ (চি.ই.অ.)
উদ্যোগ ইণ্টাৰনেট
ৰাজহ $৯৭২ মিলিয়ন (২০১২)[1]
কৰ্মচাৰী ৩,৭৭৯ (মাৰ্চ, ২০১৩)[2]
শ্লোগান Relationships Matter[3]
ৱেবছাইট www.linkedin.com
IPv6 সেৱা নাই
এলেক্সা তালিকাত স্থান steady ১৪ (মে ২০১৩)[4]
ৱেবছাইটৰ প্ৰকাৰ সামাজিক যোগাযোগ ৱেবচাইট
বিজ্ঞাপন গুগল, এডচেন্স
পঞ্জীকৰণ বাধ্যতামূলক
ব্যৱহাৰকাৰী ২২৫ মিলিয়ন
উপলব্ধ ভাষা বহুভাষীকতা
প্ৰচলন হয় ৫ মে, ২০০৩
বৰ্তমানৰ স্থিতি সচল

লিংকডইন /ˌlɪŋkt.ˈɪn/ পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়।[5] সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে। ২০১৩ চনত এক বিবৃতিত লিংকডইনে ঘোষণা কৰে যে বৰ্তমান তেওঁলোকৰ নিবন্ধিত ব্যৱহাৰকাৰীৰ সংখ্যা ২০০ মিলিয়ন। ২০০থন ভিন্ন দেশৰ নাগৰিকে লিংকডইন ব্যৱহাৰ কৰে।[6]

এই চাইট বৰ্তমান ইংৰাজী, ফ্ৰেঞ্চ, জাৰ্মান, ইটালিয়ান, পৰ্তুগিজ, স্পেনিচ, ওলন্দাজ, চুইডিচ, ৰোমানিয়ান, ৰাছিয়ান, তুৰ্কী, জাপানীচ, চেক, পলিচ, কৰিয়ান, ইন্দোনেচিয়ান আৰু মালয় ভাষাত উপলব্ধ।[7][8] কাণ্টকাষ্টৰ এক সমীক্ষা অনুযায়ী যুক্তৰাষ্ট্ৰৰ পৰা লিংকডইনৰ প্ৰতি মাহত ব্যৱহাৰকাৰীৰ সংখ্যা ২১.৪ মিলিয়ন আৰু গোটেই বিশ্বত ৪৭.৬ মিলিয়ন।[9]

২০১১ চনৰ জুন মাহত নিয়মিত ব্যৱহাৰকাৰীৰ সংখ্যা ৩৩.৯ মিলিয়ন আছিল। এইটো বছৰৰ আৰম্ভণিৰ পৰা ৬৩% বেছি আৰু আন সামাজিক যোগাযোগৰ ৱেবচাইটৰ মাইস্পেচক অতিক্ৰম কৰে।[10] ২০১১ চনৰ জানুৱাৰী মাহত লিংকডইন শ্বেয়াৰ বজাৰত আহে। তেওঁলোকৰ প্ৰথম পাবলিক শ্বেয়াৰ ১৯ মে, ২০১১ চনত এলএনকেডি (LNKD) প্ৰতীক ব্যৱহাৰ কৰি বজাৰত এৰি দিয়ে।[11]

কেলিফৰ্ণিয়াৰ মাউণ্টেন ভিউত অৱস্থিত লিংকডইনৰ মুখ্য কাৰ্য্যালয়

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "LinkedIn". Google. http://www.google.com/finance?q=NYSE:LNKD&fstype=ii.
  2. "আৰ্কাইভ কপি". Archived from the original on 2014-12-01. https://web.archive.org/web/20141201020229/http://press.linkedin.com/about আহৰণ কৰা হৈছে: 2016-08-06.
  3. Reid Hoffman. "LinkedIn Turns 10: Celebrating 10 Years of Relationships That Matter". http://blog.linkedin.com/2013/05/05/linkedin-turns-10/.
  4. "Linkedin.com Site Info". Alexa Internet. Archived from the original on 2017-01-29. https://web.archive.org/web/20170129231753/http://www.alexa.com/siteinfo/LinkedIn.com আহৰণ কৰা হৈছে: 2013-05-06.
  5. "LinkedIn Press About Page". Archived from the original on 2009-02-09. https://web.archive.org/web/20090209010700/http://press.linkedin.com/about আহৰণ কৰা হৈছে: 2016-08-06.
  6. LinkedIn reaches 200 million members worldwide
  7. "Look who’s talking Russian, Romanian and Turkish now!". June 21, 2011. http://blog.linkedin.com/2011/06/21/russian-romanian-turkish আহৰণ কৰা হৈছে: June 21, 2011.
  8. "LinkedIn launches in Japan". translatemedia.com. Archived from the original on October 26, 2011. https://web.archive.org/web/20111026060901/http://www.translatemedia.com/news/LinkedIn-Launches-in-Japan~800616257.html আহৰণ কৰা হৈছে: June 3, 2013.
  9. "LinkedIn". quantcast.com. Archived from the original on August 2, 2013. https://archive.today/20130802025907/https://www.quantcast.com/linkedin.com আহৰণ কৰা হৈছে: June 3, 2013.
  10. Womack, Brian (July 8, 2011). "LinkedIn Passes Myspace to Become No. 2 U.S. Social Network". Bloomberg. http://www.bloomberg.com/news/2011-07-08/linkedin-tops-myspace-to-become-second-largest-u-s-social-networking-site.html আহৰণ কৰা হৈছে: June 3, 2013.
  11. Pepitone, Julianne (January 27, 2011). "LinkedIn files for IPO, reveals sales of $161 million". CNN<pmey. Archived from the original on January 29, 2011. https://web.archive.org/web/20110129075603/http://money.cnn.com/2011/01/27/technology/linkedin_ipo/index.htm আহৰণ কৰা হৈছে: June 3, 2013.

বহিঃসংযোগ

[সম্পাদনা কৰক]