লীঅ' টলষ্টয়ৰ গ্ৰন্থপঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীঅ' টলষ্টয়

এইখন ৰাছিয়ান সাহিত্যিক লীঅ' টলষ্টয়ৰ (১৮২৮-১৯১০) সাহিত্যকৰ্মৰ তালিকা। ইয়াত তেওঁৰ উপন্যাস, ছুটিগল্প, নাটক আৰু প্ৰবন্ধ সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

কল্পকাহিনী[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  • চাইল্ডহুড (Детство [Detstvo], ১৮৫২) –তিনিটা খণ্ডৰ আত্মজিৱনীৰ প্ৰথম খণ্ড
  • বয়হুড (Отрочество [Otrochestvo], ১৮৫৪) - তিনিটা খণ্ডৰ আত্মজিৱনীৰ দ্বিতীয় খণ্ড
  • য়ুথ (Юность [Yunost'], ১৮৫৬) - তিনিটা খণ্ডৰ আত্মজিৱনীৰ তৃতীয় খণ্ড
  • দ্য ক’ছাক্ছ (Казаки [Kazaki], ১৮৬৩)
  • ৱাৰ এণ্ড পীছ (Война и мир [Voyna i mir], ১৮৬৯)
  • আনা কাৰেনিনা (Анна Каренина [Anna Karenina], ১৮৭৭)
  • ৰেজাৰেকশ্যন (Воскресение [Voskresenie],১৮৯৯)

উপন্যাসিকা[সম্পাদনা কৰক]

  • ফেমিলী হেপ্পীনেছ (Семейное счастье [Semeynoe schast`e], ১৮৫৯)
  • দ্য ডেথ অৱ ইভান ইলীছ (Смерть Ивана Ильича [Smert' Ivana Il'icha], ১৮৮৬)
  • দ্য ক্ৰুট্জাৰ ছ’নাটা (Крейцерова соната [Kreitserova Sonata], ১৮৮৯)
  • দ্য ফ’ৰ্জ্ড কুপ’ন (Фальшивый купон [Fal'shivyi kupon],১৯১১)
  • হাজি মুৰাট (Хаджи-Мурат [Khadzhi-Murat],১৯১২)

ছুটি গল্প[সম্পাদনা কৰক]

  • "দ্য ৰেইড" ("Набег" ["Nabeg"], ১৮৫২)
  • "দ্য ৱুড ফেলিং" ("Рубка леса" ["Rubka lesa"], ১৮৫৫)
  • "ছেভাস্ত’প’ল স্কেট্ছেছ" ("Севастопольские рассказы" ["Sevastopolskie rasskazy"], ১৮৫৫)
    • "ছেভাস্ত’প’ল ইন ডিচেম্বৰ 1854" (১৮৫৫)
    • " ছেভাস্ত’প’ল ইন মে’ 1855" (১৮৮৫)
    • " ছেভাস্ত’প’ল ইন আগষ্ট 1855" (১৮৫৬)
  • "এ বিলিয়াৰ্ড মাৰ্কাৰ্ছ ন’টছ" ("Записки маркера" ["Zapiski markera"], ১৮৫৫)
  • "টু হুছাৰ্ছ" ("Два гусара" ["Dva gusara"], ১৮৫৬)
  • "এ লেণ্ডলৰ্ডছ মৰ্ণিং" (১৮৫৬)
  • "মীটিং এ মস্কো একুইনটেন্স ইন দ্য দিটাচ্চমেন্ট" (১৮৫৬)
  • "লুচাৰ্ণ" ("Люцерн" ["Lyutsern"],১৮৫৭)
  • "এলবাৰ্ট" ("Альберт" ["Al'bert"], ১৮৫৮)
  • "থ্ৰী ডেথছ" ("Три смерти" ["Tri smerti"], ১৮৫৯)
  • "দ্য পৰ্চেলিন ডলl" (১৮৬৩)
  • "প’লিকুস্কা" ("Поликушка" ["Polikushka"], ১৮৬৩)
  • "গড চীজ দ্য ট্ৰুথ, বাট ৱেইট্ছ" ("Бог правду видит, да не скоро скажет" ["Bog pravdu vidit, da ne skoro skazhet"], ১৮৭২)
  • "দ্য প্ৰিজনাৰ ইন দ্য ককেছাছ" ("Кавказский пленник" ["Kavkazskii plennik"], ১৮৭২)
  • "দ্য বীয়েৰ হান্ট" (১৮৭২)
  • "হোৱাট মেন লীভ বাই" ("Чем люди живы" ["Chem lyudi zhivy"], ১৮৮১)
  • "মেমইৰজ অৱ এ মেডমেন" (১৮৮৪)
  • "কুৱেন্স দ্য স্পাৰ্ক" ("Упустишь огонь, не потушишь" ["Upustish ogon', ne potushish"], ১৮৮৫)
  • "টু ওল্ড মেন" (১৮৮৫)
  • "হোৱেৰ লাভ ইজ, গড ইজ" ("Где любовь, там и бог" ["Gde lyubov'], ১৮৮৫)
  • "ইভান দ্য ফুল" ("Сказка об Иване—дураке" ["Skazka ob Ivane—durake"],১৮৮৫)
  • "ইভিল এলাৰ্ছ বাট গুড এনডিউৰ্ছ" (১৮৮৫)

  • "ৱিজদম অৱ চিলড্ৰেন" (১৮৮৫)
  • "ইলিয়াছ" (১৮৮৫)
  • "দ্য থ্ৰী হাৰ্মিট্ছ" (১৮৮৬)
  • "প্ৰ’ম’টিং এ ডেভিল" (১৮৮৬)
  • "হাউ মাচ্চ লেণ্ড ডাজ এ মেন নীড?" ("Много ли человеку земли нужно" ["Mnogo li cheloveku zemli nuzhno"], ১৮৮৬)
  • "দ্য গ্ৰেইন" (১৮৮৬)
  • "দ্য গডছন" (১৮৮৬)
  • "ৰিপেনটেন্স" (১৮৮৬)
  • "ক্ৰীছাছ এণ্ড ফেট" (১৮৮৬)
  • "খ’লষ্ট’মাৰ" ("Холстомер" ["Kholstomer"], ১৮৮৮)
  • "এ লষ্ট অপ’ৰচুনিটী" (১৮৮৯)
  • "দ্য এম্পটী ড্ৰাম" (১৮৯১)
  • "ফ্ৰাংক’ইজ" (১৮৯২)
  • "এ টক এমং লেইজাৰ্ড পিপ’ল" (১৮৯৩)
  • "ৱাক ইন দ্য লাইট হোৱাইল ডেয়াৰ ইজ লাইট" (১৮৯৩)
  • "দ্য কফী হাউছ অৱ ছুৰাট" (১৮৯৩)
  • "মাষ্টাৰ এণ্ড মেন" ("Хозяин и работник" ["Khozyain and rabotnik"], ১৮৯৫)
  • "টু ডীয়েৰ!" ("Дорого стоит" ["Dorogo stoit"], ১৮৯৭)
  • "ফাদাৰ ছাৰ্গিয়াছ" ("Отец Сергий" ["Otetz Sergij"], ১৮৯৮)
  • "এছাৰহেডন,কিং অৱ এছিৰিয়া" (১৯০৩)
  • "ৱৰ্ক, ডেথ এণ্ড ছিকনেছ" (১৯০৩)
  • "দ্য থ্ৰী কুৱেশ্যনছ" ("Три вопроса" ["Tri voprosa"], ১৯০৩)
  • "আফটাৰ দ্য বল" (১৯০৩)
  • "ফিঅডৰ কাজমিছ" (১৯০৫)
  • "অল্যোশ্বা দ্য পট" ("Алеша Горшок" ["Alyosha Gorshok"], ১৯০৫)
  • "হোৱাট ফৰ?" (১৯০৬)
  • "দ্য ডেভিল" ("Дьявол" ["Dyavol"], ১৮৮৯)

নাটক[সম্পাদনা কৰক]

  • দ্য পাৱাৰ অৱ ডাৰ্কনেছ (Власть тьмы [Vlast' t'my], ১৮৮৬)
  • দ্য ফাৰ্ষ্ট ডিষ্টিলাৰ (১৮৮৬)
  • দ্য ফ্ৰুট্ছ অৱ এনলাইটমেন্ট (Плоды просвещения [Plody prosvesheniya], ১৮৯১)
  • দ্য লিভিং কৰ্প্ছ (Живой труп [Zhivoi trup], ১৯০০)
  • দ্য কজ অৱ ইট অল (১৯১০)
  • দ্য লাইট শ্বাইনছ ইন ডাৰ্কনেছ

প্ৰবন্ধ[সম্পাদনা কৰক]

দৰ্শন সম্বন্ধীয় প্ৰবন্ধ[সম্পাদনা কৰক]

  • এ কনফেশ্যন (১৮৭৯)
  • এ ক্ৰিটিছিজম অৱ ডগমেটিক থিয়’ল’জী (১৮৮০)
  • দ্য গছ্পেল ইন ব্ৰিফ, বা এ শ্বৰ্ট এক্সপ’জিশ্যন অৱ দ্য গছপেল (১৮৮১)
  • দ্য ফ’ৰ গছপেল য়ুনিফাইড এণ্ড ট্ৰেনস্লেটেড (১৮৮১)
  • চাৰ্চ এণ্ড ষ্টেট (১৮৮২)
  • হোৱাট আই বিলিভ (১৮৮৪)
  • হোৱাট ইজ টু বি ডান? (১৮৮৬)
  • অন লাইফ (১৮৮৭)
  • 'দ্য লাভ অৱ গড এণ্ড অৱ ৱানছ নেইবৰ (১৮৮৯)
  • টিম’থী ব’ণ্ডাৰেফ (১৮৯০)
  • হোৱাই ডু মেন ইনট’ক্সিকেট ডেমছেল্ভ্ছ? (১৮৯০)
  • দ্য ফাৰ্ষ্ট ষ্টেপ: অন ভেজেটেৰিয়ানিজম (১৮৯২)
  • দি কিংডম অব গড ইজ উইদিন ইউ (১৮৯৩)
  • নন-এক্টিভিটি (১৮৯৩)
  • দি মীনিং অৱ ৰিফিউজেল অৱ মিলিটেৰী ছাৰ্ভিছ (১৮৯৩)
  • ৰীজন এণ্ড ৰিলিজিয়ন (১৮৯৪)
  • ৰিলিজিয়ন এণ্ড ম’ৰেলিটি (১৮৯৪)
  • খ্ৰিষ্টিয়ানিটি এণ্ড পেট্ৰিঅ’টিজম (১৮৯৪)
  • নন-ৰেজিষ্টেন্স: লেটাৰ টু আৰ্ণেষ্ট এইচ ক্ৰ’চ্পী (১৮৯৬)
  • হাউ টু ৰীড গছপেলছ (১৮৯৬)
  • দ্য ডিছিপশ্যনঅৱ চাৰ্চ (১৮৯৬)
  • Letter to the Liberals (১৮৯৮)
  • খ্ৰিষ্টিয়ান টিচ্ছিং (১৮৯৮)
  • অন ছুইছাইড (১৯০০)
  • ডাউ শেল্ট নট কিলl (১৯০০)
  • ৰিপ্লাই টু দ্য হ’লী ছাইন’ড (১৯০১)
  • দ্য ওনলী ৱেই (১৯০১)
  • অন ৰিলিজিয়াছ ট’লাৰেশ্যন (১৯০১)
  • হোৱাট ইজ ৰিলিজিয়্ন? (১৯০২)
  • টু দ্য অৰ্থডক্স ক্লাৰ্জী (১৯০৩)
  • থট্ছ অৱ ৱাইজ মেন (১৯০৪)
  • দ্য ওনলী নীড (১৯০৫)
  • দ্য গ্ৰেট চিন (১৯০৫)
  • এ চাইকল অৱ ৰিডিং (১৯০৬)
  • ডু নট কিল (১৯০৬)
  • লাভ ইচ্ছ আদাৰ (১৯০৬)
  • এন এপীল টু য়ুথ (১৯০৭)
  • দ্য ল অৱ লাভ এণ্ড ভায়’লেন্স (১৯০৮) complete text
  • দ্য ওনলী কামাণ্ড (১৯০৯)
  • এ কেলেণ্ডাৰ অৱ ৱিজদম (Путь Жизни [Put' Zhizni]; ১৯০৯)

কলা আৰু সাহিত্য ভিত্তিক প্ৰবন্ধ[সম্পাদনা কৰক]

  • হোৱাট ইজ আৰ্ট? (১৮৯৭)
  • আৰ্ট এণ্ড নট আৰ্ট (১৮৯৭)
  • শ্বেইকছ্পীয়েৰ এণ্ড দ্য ড্ৰামা (১৯০৯)

শিক্ষামূলক ৰচনা[সম্পাদনা কৰক]

  • টলষ্টয়ৰ শিক্ষামূলক বাৰ্তালোচনী য়াছনায়া পলয়ানা"ত প্ৰকাশিত প্ৰবন্ধসমূহ (১৮৬১-১৮৬২)
  • এ প্ৰাইমাৰ (১৮৭২)
  • 'অন পপুলাৰ ইনষ্ট্ৰাকশ্যন (১৮৭৪)
  • এ নিউ প্ৰাইমাৰ (1875)