সমললৈ যাওক

শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শংকৰদেৱ শিশু নিকেতন মাধপুৰ
শংকৰদেৱ শিশু নিকেতন, মাধপুৰ
অৱস্থান
মাধপুৰ, ৰূপহী বজালী অসম ভাৰতবৰ্ষ
781318
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক
প্ৰতিষ্ঠাকাল ২০০৮
বিদ্যালয় সমিতি ছেবা (SEBA)
বিদ্যালয়ৰ বিভাগ বজালী
ফেকাল্টী প্ৰায় ১৬জন

শংকৰদেৱ শিশু নিকেতন, মাধপুৰ ২০০৮ চনত বিদ্যা ভাৰতীৰ অধীনত শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা কমিটীৰদ্বাৰা, মাধপুৰ গাঁৱত স্থাপিত হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০২৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণৰ হাৰ অটুট ৰাখিছে।[1]

অৱস্থিতি

[সম্পাদনা কৰক]

গাওঁ:- মাধপুৰ, পো.অ.:- ৰূপহী, জিলা:- বজালী, অসম পিন:- ৭৮১৩১৮ [2]

শিক্ষক আৰু কৰ্মচাৰী

[সম্পাদনা কৰক]

নিকেতনখনত বিভিন্ন বিষয়ৰ প্ৰায় ১৬জন শিক্ষক আৰু ২জন সহায়ক আৰু সৰ্বমুঠ প্ৰায় ২৫০ ৰো অধিক ছাত্ৰ -ছাত্ৰী পঢ়ি আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sankardev Shishu Niketan A". icbse.com. https://www.icbse.com/schools/sankardev-shishu-niketan-madhapur-ny6zro আহৰণ কৰা হৈছে: 12 September 2024.
  2. "Sankardev Shishu Niketan 1". vidyabharatialumni.org. Archived from the original on 12 September 2024. https://web.archive.org/web/20240912114445/https://www.vidyabharatialumni.org/school/465678 আহৰণ কৰা হৈছে: 12 September 2024.