শ্বিঞ্জ’ আবে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Shinzo Abe
安倍 晋三

২০১৮ চনত শ্বিঞ্জ’ আবে
জাপানৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২৬ ডিচেম্বৰ ২০১২ – ১৬ ছেপ্টেম্বৰ ২০২০
ৰাজশাসক আকিহিত’ নাৰুহিত’
সহকাৰী ত’ৰ’ আছ’
পূৰ্বসূৰী য়ছিহিক’ ন’ডা
উত্তৰসূৰী য়ছিহিদে চুগা
কাৰ্যকাল
২৬ ছেপ্টেম্বৰ ২০০৬ – ২৬ ছেপ্টেম্বৰ ২০০৭
ৰাজশাসক আকিহিত’
পূৰ্বসূৰী জানিচিৰ’ কইজুমি
উত্তৰসূৰী যসু ফুকদা
লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ সভাপতি (জাপান)
কাৰ্যকাল
২৬ ছেপ্টেম্বৰ ২০১২ – ১৪ ছেপ্টেম্বৰ ২০২০
সহকাৰী মাছাহিক’ কমুৰা
পূৰ্বসূৰী ছাদাকাজু টানিগাকি
কাৰ্যকাল
২০ ছেপ্টেম্বৰ ২০০৬ – ২৬ ছেপ্টেম্বৰ ২০০৭
পূৰ্বসূৰী জুনিচিৰ’ কইজুমি
উত্তৰসূৰী য়ছু ফুক’দা
বিৰোধীৰ নেতা
কাৰ্যকাল
২৬ ছেপ্টেম্বৰ ২০১২ – ২৬ ডিচেম্বৰ ২০১২
প্ৰধানমন্ত্ৰী য়ছিহিক’ ন’ডা
পূৰ্বসূৰী ছাদাকাজু টানিগাকি
উত্তৰসূৰী বনাৰী কাইদা
মুখ্য কেবিনেট সচিব
কাৰ্যকাল
৩১ অক্টোবৰ ২০০৫ – ২৬ ছেপ্টেম্বৰ ২০০৬
প্ৰধানমন্ত্ৰী জুনিচিৰ’ কইজুমি
পূৰ্বসূৰী হিৰয়ুকি হ’চ’ডা
উত্তৰসূৰী য়িচুহিছা শ্বিঅ'জাকি
লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদক (জাপান)
কাৰ্যকাল
২০০৩ – ২০০৪ চন
নেতা জুনিচিৰ’ কইজুমি
পূৰ্বসূৰী তাকু ইয়ামাছাকি
উত্তৰসূৰী ছুতুমু তাকাবে
প্ৰতিনিধি সদন সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০ অক্টোবৰ, ১৯৯৬
সমষ্টি য়ামাগুচি চতুৰ্থ জিলা
প্ৰতিনিধি সদন সদস্য
কাৰ্যকাল
১৮ জুলাই ১৯৯৩ – ২০ অক্টোবৰ, ১৯৯৬
সমষ্টি য়ামাগুচি বৃহৎ-জিলা
ব্যক্তিগত তথ্য
জন্ম
আবে শ্বিঞ্জ’

২১ ছেপ্টেম্বৰ, ১৯৫৪
টকিঅ', জাপান
মৃত্যু ৮ জুলাই ২০২২
ৰাজনৈতিক দল লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি
দাম্পত্যসঙ্গী আকি আবে (বি. ১৯৮৭)
মাতৃ য়’ক’ আবে
পিতৃ শ্বিণ্টাৰ’ আবে
বাসস্থান কণ্টাই
শিক্ষানুষ্ঠান ছেইকি বিশ্ববিদ্যালয় দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়
ৱেবছাইট


শ্বিঞ্জ’ আবে (২১ ছেপ্টেম্বৰ ১৯৫৪ – ৮ জুলাই ২০২২) এজন জাপানৰ ৰাজনীতিবিদ যিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈ জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি (এল ডি পি)ৰ সভাপতি হিচাপে আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল জাপানৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী।[1][2] ২০০৫ চনৰ পৰা ২০০৬ চনলৈকে জুনিচিৰ’ কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধীৰ নেতা আছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Sposato, William. "Shinzo Abe Can't Afford to Rest on His Laurels". https://foreignpolicy.com/2019/12/24/japan-shinzo-abe-2020-prime-minister-rest-laurels/. 
  2. "Japanese PM Shinzo Abe resigns for health reasons". BBC News. 28 August 2020. https://www.bbc.com/news/world-asia-53943758.