শ্ৰীকান্ত কিদাম্বি
শ্ৰীকান্ত কিদাম্বি | |||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ফ্ৰেঞ্চ চুপাৰ চিৰিজ ২০১৩ ত শ্ৰীকান্ত কিদাম্বি | |||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||
জন্ম নাম | শ্ৰীকান্ত নাম্মালৱাৰ কিদাম্বি | ||||||||||||||||||||||||||||||||||||
জন্ম | ৭ ফেব্ৰুৱাৰী, ১৯৯৩ (৩১ বছৰ) গুণ্টুৰ, অন্ধ্ৰপ্ৰদেশ | ||||||||||||||||||||||||||||||||||||
বাসগৃহ | হায়দৰাবাদ, ভাৰত | ||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৭৮ মিটাৰ (U=ft}}) | ||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||
শিতান | পুৰুষৰ একক | ||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | পুলেল্লা গোপীচান্দ | ||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
শ্ৰীকান্ত কিদাম্বি (ইংৰাজী: Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত[1] আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে। ২০১৪ চনৰ চীন অপেন চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ ফাইনেলত লিন ডেনক ২১-১৯, ২১-১৭ পয়েণ্টত হৰুৱাই তেওঁ প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপে চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ খিতাব জয় কৰে।[2] শ্ৰীকান্ত হায়দৰাবাদৰ গোপী চান্দ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ তথা অনুশীলন কৰে আৰু বেংগালোৰৰ[3] গ' স্পোৰ্টচৰ দ্বাৰা স্পন্সৰড। তদুপৰি লি-নিং নামৰ সংস্থা এটায়ো তেওঁক স্পনচৰ কৰে।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]শ্ৰীকান্ত কিদাম্বি ৭ ফেব্ৰুৱাৰী ১৯৯৩ চনত অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত জন্মৰ্ৰহন কৰে। তেওঁৰ পিতৃ কে.ভি. কিদাম্বি এজন জমিদাৰ আৰু মাতৃ ৰাধা এগৰাকী গৃহবধূ। .[5] শ্ৰীকান্তৰ ককায়েক নন্দগোপালো এজন বেডমিণ্টন খেলুৱৈ।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Badminton World Federation". Archived from the original on 3 March 2016. https://web.archive.org/web/20160303235700/http://www.bwfbadminton.org/page.aspx?id=14955। আহৰণ কৰা হৈছে: 13 December 2015.
- ↑ "Saina Nehwal, Kidambi Srikanth Win China Open Titles". http://sports.ndtv.com/badminton/news/233129-kidambi-srikanth-beats-home-favourite-lin-dan-to-win-china-open.
- ↑ "GoSports Foundation". http://www.gosportsfoundation.in/.
- ↑ "When brain fever almost got Kidambi Srikanth". The Times of India. http://timesofindia.indiatimes.com/sports/badminton/When-brain-fever-almost-got-Kidambi-Srikanth/articleshow/45172880.cms.
- ↑ Dev Sukumar (21 December 2012). "sportskeeda.com". http://www.sportskeeda.com/badminton/k-srikanth-indias-bright-young-prospect.
- ↑ "Brothers from Guntur create history". The Times of India. http://timesofindia.indiatimes.com/sports/badminton/Guntur-brothers-create-history-in-Srinagar/articleshow/16646604.cms.