শ্ৰেণী বাৰ্তা:অসমৰ সুপ্ৰসিদ্ধ মানুহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আনএটা প্রবন্ধ 'অসমৰ সুপ্রসিদ্ধ মনুহ' বুলি ৱিকিপেদিয়াতে আছে। সেইটো আৰু এই প্রবন্ধটো একেলগ কৰিব পাৰি নেকি বিবেচনা কৰা ভাল।

উপশ্ৰেণী[সম্পাদনা কৰক]

কবিতাও সাহিত্যৰে অংগ। সেইবাবে কবি আৰু সাহিত্যিক দুটা পৃথক শ্ৰেণী কৰা উচিত নহ'ব। Gitartha.bordoloi 20:27, 9 জানুৱাৰী 2012 (UTC)

ম‍ই আকৌ উচিত বুলি ভাবিয়েই কামটো আৰম্ভ কৰিছোঁ| এই সাঁচমতে আমি যদি কাম কৰি যাওঁ প্ৰবন্ধবোৰ শৃংখল অৱস্থালৈ আহিব| সাঁচটো অলপ চাবা| সাহিত্যক উপশ্ৰেণীত ভাগ কৰি ৰাখিলে সুবিধা হ’ব| কিন্তু এক কথা ঠিক যে সাহিত্যিক আৰু কবি একেই, কিন্তু শৃংখলবদ্ধ হ’বৰ বাবে উপন্যাসিক আৰু কবি ত বিভাজন কৰিব লাগে| অন্য কেইটামানে শ্ৰেণী সাঁচটোতে পাবা| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 15:15, 10 জানুৱাৰী 2012 (UTC)
ইয়াৰ উত্তৰ মোটামুটি মই আপোনাক দিয়া বাৰ্তাতে আছে। আকৌ এবাৰ পঢ়ি চাবচোন। Gitartha.bordoloi 13:09, 13 জানুৱাৰী 2012 (UTC)


আপুনি কিছুমান প্ৰবন্ধত "অসমীয়া সাহিত্যিক" আৰু কিছুমানত "অসমীয়া কবি" বা ঔপন্যাসিক শ্ৰেণী যোগ দিয়া দেখিছোঁ। কিন্তু যিহেতু কবিতা, গল্প, নাটক সকলোবোৰ সাহিত্যৰ অন্তৰ্গত গতিকে "অসমীয়া সাহিত্যিক" শ্ৰেণীটো একেবাৰে আঁতৰাই দিব পাৰি বা সেইটো "অসমৰ সুপ্ৰসিদ্ধ মানুহ"ৰ উপশ্ৰেণী হিছাপে ৰাখি কবি, নাট্যকাৰ, ঔপন্যাসিক আদি তাৰ ভিতৰত উপ-উপশ্ৰেণী হিছাপে ৰাখিব পাৰি। Gitartha.bordoloi 08:18, 13 জানুৱাৰী 2012 (UTC)

আৰু এটা কথা। "অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা" বা "অসমীয়া অভিনেতা" শ্ৰেণী কৰা হৈছেই যদি "চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি"ত অনা-অসমীয়াসকলহে থাকিব নেকি ? Gitartha.bordoloi 08:58, 13 জানুৱাৰী 2012 (UTC)
বাৰ্তাবোৰ সেয়ে একেটা পৃ‍ষ্ঠাতে দিয়াই ভাল| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:14, 13 জানুৱাৰী 2012 (UTC)
এটা প্ৰয়োজনীয় কথা "সকলো কবিয়েই সাহিত্যিক, কিন্তু সকলো সাহিত্যিকেই কবি নহয়" এই কথাটো মন কৰিবাচোন| শ্ৰেণী সাহিত্যিক বিলোপ কৰিব নালাগে কিয়নো ওপৰত উল্লেখিত সাঁচটোত এইটো প্ৰযোজনীয় শ্ৰেণীৰূপে আছে| সাঁচটো বিকশিত কৰি কৰিব পাৰিলে একো কথা নাই| তেতিয়া বিলোপ কৰিলে ভাল হ’ব| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:24, 13 জানুৱাৰী 2012 (UTC)
সেইকাৰণেই ক'লোঁ "অসমীয়া সাহিত্যিক" শ্ৰেণীৰ ভিতৰত কবি, নাট্যকাৰ, সমালোচক আদি ৰখা যাওক। সাঁচটোত 'লিখক" বুলি থকা শ্ৰেণীটো আঁতৰাই দিম। Gitartha.bordoloi 13:26, 13 জানুৱাৰী 2012 (UTC)
কৰা তেন্তে, আচলতে প্ৰথমৰ পৰাই যদি শ্ৰেণীৰ বিভাজনত গুৰুত্ব দিয়া নহয়, পিছত বহু খেলিমেলি হৈ পৰে, এতিয়াওঁ যিটো হৈ আছে| কিন্তু যিহেতু এয়া ৱিকিৰ আৰম্ভনিৰ পৰ্যায়হে গতিকে অলপ কষ্ট হ’ব| ম‍ই অকলে কৰাত অসমৰ্থ, ভুলো হ’ব পাৰে| গতিকে লাগিভাগি দিলে ভালেই পাম| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:32, 13 জানুৱাৰী 2012 (UTC)