সমললৈ যাওক

শ্ৰেণী বাৰ্তা:ভাৰতীয় টেলিভিছন অভিনেত্ৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামাকৰণ সন্দৰ্ভত

[সম্পাদনা কৰক]

সাধাৰণতে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত টেলিভিছন চেনেলক দূৰদৰ্শন চেনেল বুলি কোৱা হয়। গতিকে, নাম সামান্য সালসলনি কৰি ধাৰাবাহিক অভিনেত্ৰী আৰু চলচ্চিত্ৰ অভিনেত্ৰীৰ দৰে শ্ৰেণী সৃষ্টি কৰিব পৰা যায়। {{u|সৌৰভ}} বাৰ্তা 05:33, 15 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আপুনি আগবঢ়োৱা যুক্তিটোও ঠিকেই। হিন্দী আৰু বঙালী ৱিকিপিডিয়াৰ লগত সংগতি ৰাখি শ্ৰেণীৰ নামটো ভাৰতীয় টেলিভিছন অভিনেত্ৰী কৰিলেই ভাল হ'ব। ই পাঠকসকলৰ বাবে অধিক স্পষ্ট হোৱাৰ লগতে বেমেজালিৰো সৃষ্টি নকৰে। Dasdipankar2005 (বাৰ্তা) 04:21, 16 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]