সদস্য:সমুজ্জ্বল শইকীয়া12

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মই, শ্ৰী সমুজ্জ্বল শইকীয়া । মোৰ ঘৰ ধেমাজি  জিলাৰ চিচিবৰগাঁৱত মই বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থী। লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ বিভাগীয় চ'ৰা সাধাৰণ সম্পাদক (2021-22)  মই শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। মোৰ ই-মেইল- samujjalsaikia184@gmail.com