সদস্য বাৰ্তা:সমুজ্জ্বল শইকীয়া12

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নম্ৰ কুমাৰ ভূঞা (লেখক)[সম্পাদনা কৰক]

নম্ৰ কুমাৰ ভূঞা(নোমাল) (জন্মঃ ১৯৬৯-) একাধাৰে কবি, নাট্যকাৰ, , প্ৰবন্ধ ব্যংগ লেখক, হিন্দী বিষয়ক শিক্ষক তথা ৰাষ্ট্ৰ ভাষা প্ৰচাৰ সমিতি চিচিবৰ গাঁও কেন্দ্ৰৰ প্ৰচাৰক । তেওঁ দিল্লীৱালাৰ প্ৰেম শীৰ্ষক অসমীয়া ব্যংগাত্মক কবিতা পুথি প্ৰকাশ পাইছে। তেওঁ চিচি চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয়ক সহকাৰী শিক্ষক ৷ [1]

জন্ম তেওঁৰ জন্ম হৈছিল ১৯৬৯ চনত, ধেমাজি  জিলাৰ চিচি মৌজাৰ অন্তগৰ্ত চিচিবৰগাঁও অঞ্চলৰ 'বৰচুক নামৰ গাঁৱত। পিতৃৰ নাম প্ৰয়াত ভৈৰৱ চন্দ্ৰ ভূঞাঁ৷

শিক্ষা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে চিচিবৰগাঁৱত ৷হাইস্কুল শিক্ষান্ত পৰীক্ষা চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা   শিক্ষা সমাপ্ত কৰে ৷ তাৰ পাচত ১৯৯০ চনত ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি (ৱৰ্ধা) ৰ পৰা ৰাষ্ট্ৰভাষা ৰত্ন লাভ কৰি ১৯৯১চনৰ পৰা বৰ্তমানলৈকে চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষা হিচাপে কৰ্মৰত ৷

সাহিত্যিক জীৱন দিল্লীৱালৰ প্ৰেম অসমীয়া ব্যংগাত্মক কবিতা পুথি

বটাঁ আৰু সন্মান ৰাষ্ট্ৰভাষা ৰত্ন

মৃত্যু ২৪ এপ্ৰিল ২০২৪

তথ্যসূত্ৰ- দিল্লীৱালাৰ প্ৰেম

সমুজ্জ্বল শইকীয়া12 (বাৰ্তা) 17:33, 25 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সম্পাদক মহোদয় লেখাট সম্পাদনা কৰি প্ৰকাশ কৰিব দিব বাবে অনুৰোধ জনালোঁ সমুজ্জ্বল শইকীয়া12 (বাৰ্তা) 11:57, 26 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]