সদস্য:Amrit barman

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নমস্কাৰ, মোৰ নাম অমৃত বর্মন । শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত তেজপুৰত মোৰ বাসস্থান । মই ৱিকিপিডাৰ নিয়মিত পাঠক যদিও মাজে মাজে লিখাৰ প্রয়াস কৰো ।