সদস্য বাৰ্তা:Amrit barman
নমস্কাৰ, "Amrit barman"
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
![]() |
বিষ্ণু শইকীয়া⇒✉ 08:45, 3 নৱেম্বৰ 2014 (UTC) বিষ্ণু শইকীয়া⇒✉ 12:54, 21 মে' 2014 (UTC)
বৰদৈচিলা[সম্পাদনা কৰক]
ৱিকিপিডিয়াত আপোনাক লিখা দেখি ভাল লাগিছে।
ইং ৱিকিৰ বৰদৈচিলা প্ৰবন্ধটোতো ([1]) আৰু অলপ তথ্য আছে, ইচ্ছা কৰিলে যোগ দিব পাৰে।
প্রভাকৰ শৰ্মা নেওগ (talk) 12:48, 6 জুন 2014 (UTC)
Talkback[সম্পাদনা কৰক]
Moon শব্দ অসমীয়াত চন্দ্ৰ লিখিলেই ভাল হ’ব। বিষ্ণু শইকীয়া⇒✉ 08:21, 19 জুন 2014 (UTC)
বঙালী ভাষাৰ ব্যৱহাৰ[সম্পাদনা কৰক]
পোনপ্ৰথমে আপোনাক অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জনালোঁ। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহত বঙালী ভাষাৰ ব্যৱহাৰ কৰা মোৰ সৃষ্টিগোচৰ হৈছে। অসমীয়া ভাষা আৰু বঙালী ভাষা দুটা ভিন্ন ভাষা। দুয়োটা ভাষাৰে বাক্যৰ গঠনশৈলী, বানান আদি ভিন্ন। অসমীয়া ভাষাৰ ৱিকিপিডিয়াত কেৱল অসমীয়া ভাষাৰ প্ৰবন্ধহে গ্ৰহণযোগ্য হয়। সেয়ে অনুগ্ৰহ কৰি প্ৰবন্ধসমূহ অসমীয়াত লিখে যেন। বঙালী ভাষা র-ৰ সলনি অসমীয়া ভাষাৰ ৰ-ৰ ব্যৱহাৰ কে যেন। --SlowPhoton (talk) 09:00, 6 December 2019 (ইউ.টি.চি.)
SlowPhoton: মহোদয়,ক্ষমা কৰিব । পৰবর্তী সময়ত মই সঠিক আৰু নির্ভুল অসমীয়া প্রবদ্ধ ৰচনা কৰিবলৈ চেষ্টা কৰিম । যদি মোৰ ৰচনাত পুনৰায় কিবা ভুল দৃষ্টিগোচৰ হয় তেন্তে মোক পুনৰায় অবগত কৰাবলৈ আপোনাক বিনম্র অনুৰোধ জনালো ।--Amrit barman (talk) 10:45, 6 December 2019 (ইউ.টি.চি.)