সদস্য:Anjal Borah/ঈদ
অৱয়ব
মুছলমানসকলৰ পবিত্ৰ উৎসৱ। ঈদ-উল-জুহা জিল হজ (আৰবি)মাহৰ দহ তাৰিখে আৰু ঈদ-উল-ফিতৰ পবিত্ৰ ৰমজান মাহৰ শেষত শ্বওৱাল মাহৰ এক তাৰিখে পালন কৰা হয়।